শিৱগিৰি তীর্থ যাত্রাৰ ৯০সংখ্যক বৰ্ষপূৰ্তি আৰু ব্রহ্ম বিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী বর্ষ উপলক্ষে প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
April 26th, 10:31 am
শ্রী নাৰায়ণ ধর্ম সংঘম ট্ৰাষ্টৰ সভাপতি স্বামী সচ্চিদানন্দজী, সাধাৰণ সচিব স্বামী ৰিতাম্ভৰনন্দজী, কেন্দ্রীয় মন্ত্রী পৰিষদৰ মোৰ সহকর্মী তথা কেৰালাৰ ভূমিপুত্রদ্বয় শ্রী ভি মুৰলীধৰণজী আৰু শ্রী ৰাজীৱ চন্দ্রশেখৰজী, শ্রী নাৰায়ণ গুৰু ধর্ম সংঘম ট্ৰাষ্টৰ বিষয়াসকল, দেশ-বিদেশৰ তীৰ্থযাত্ৰী তথা ভদ্র পুৰুষ-মহিলাসকল,PM takes part in 90th anniversary of Sivagiri Pilgrimage and Golden Jubilee of Brahma Vidhyalaya
April 26th, 10:30 am
PM Modi participated in the 90th anniversary of Sivagiri Pilgrimage and Golden Jubilee of Brahma Vidhyalaya. He said that the celebration is not confined to the journey of these institutions but “this is also the immortal journey of that idea of India, which keeps moving forward through different mediums in different periods.”শিৱগিৰী তীৰ্থযাত্ৰাৰ ৯০ সংখ্যক বৰ্ষপূৰ্তিত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰা সম্পৰ্কত আপোনাৰ ইনপুট পঠিয়াওক
April 25th, 01:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিৱগিৰি তীৰ্থযাত্ৰাৰ ৯০ তম বাৰ্ষিকী আৰু ব্ৰহ্ম বিদ্যালয়ৰ সোণালী জয়ন্তীত উদ্বোধনী ভাষণ প্ৰদান কৰিব। শিৱগিৰি মঠত ২০২২ চনৰ এপ্ৰিলৰ পৰা যুটীয়াভাৱে আৰম্ভ হোৱা শিৱগিৰি তীৰ্থযাত্ৰাৰ 'নৱতী' আৰু ব্ৰহ্ম বিদ্যালয়ৰ সোণালী জয়ন্তীৰ বাবে এক বছৰজোৰা কাৰ্যসূচী উদযাপন হ’ব।