ঝাৰখণ্ডৰ সিন্দ্ৰিত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 01st, 11:30 am
ঝাৰখণ্ডৰ ৰাজ্যপালন শ্ৰী চি. পি ৰাধাকৃষ্ণণ জী, মুখ্যমন্ত্ৰী শ্ৰী চম্পাই চোৰেন জী, মোৰ কেবিনেট সতীৰ্থ অৰ্জুন মুণ্ডা জী, বিধানসভাৰ বিৰোধী দলপতি, অন্যান্যা বিশিষ্ট ব্যক্তিসকল আৰু ঝাৰখণ্ডৰ মোৰ ভাই-ভনীসকল, সকলোকে নমস্কাৰ।ঝাৰখণ্ডৰ ধানবাদত ৩৫,৭০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
March 01st, 11:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ধানবাদৰ সিন্দ্ৰীত ৩৫,৭০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এলানি প্ৰকল্প দেশবাসীক উৎসৰ্গা কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে সাৰ, ৰে'ল, বিদ্যুৎ আৰু কয়লাৰ ক্ষেত্ৰসমূহক সামৰি লৈছে। শ্ৰী মোদীয়ে এইচইউআৰএল-ৰ আৰ্হি তথা চিন্দ্ৰি প্ৰকল্পৰ নিয়ন্ত্ৰণ কক্ষ পদব্ৰজে পৰিদৰ্শন কৰে ।