বিহাৰৰ বেগুছৰাইত বিভিন্ন প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 02nd, 08:06 pm
বিহাৰৰ ৰাজ্যপাল শ্ৰীযুত ৰাজেন্দ্ৰ আৰ্লেকাৰ ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰীযুত নীতিশ কুমাৰ ডাঙৰীয়া, মন্ত্ৰীসভাত মোৰ সতীৰ্থ গিৰিৰাজ সিং ডাঙৰীয়া, হৰদীপ সিং পুৰী ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী বিজয় সিনহা ডাঙৰীয়া, সম্ৰাট চৌধুৰী ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আন সকলো বিশিষ্ট ব্যক্তি আৰু বেগুছৰাইৰ পৰা অহা মোৰ প্ৰিয় উৎসাহী ভাতৃ আৰু ভগ্নীসকল।বিহাৰৰ বেগুচৰাইত একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
March 02nd, 04:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ বেগুচৰাইত সমগ্ৰ দেশতে প্ৰায় ১.৪৮ লাখ কোটি টকাৰ একাধিক তেল আৰু গেছ খণ্ডৰ প্ৰকল্প আৰু বিহাৰৰ ১৩,৪০০ টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে।PM extends Navratri greetings to people across the country
March 18th, 11:33 am
PM Narendra Modi today wished people on the occasion of Navratri to people across the country.PM extends New Year greetings to citizens across the Nation
March 28th, 09:58 am
PM Narendra Modi extended his New Year greetings to the citizens across India who are celebrating the start of New Year. In a series of tweets the PM wished that may the year bring peace, joy and prosperity to everyone. People across India are celebrating the start of the new year. New year greetings to everyone. May the year bring peace, joy and prosperity, the PM tweeted.Gujarat Chief Minister inaugurates international Sindhi conference
December 16th, 04:47 am
Gujarat Chief Minister inaugurates international Sindhi conferenceHon'ble CM launches informative directory of Surat’s Sindhi community
October 11th, 10:47 am
Hon'ble CM launches informative directory of Surat’s Sindhi community