ছিলভাছাত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 25th, 04:50 pm
মঞ্চত উপস্থিত শ্ৰীমান প্ৰফুল্ল পেটেল, সাংসদ শ্ৰী বিনোদ সোণকাৰ, সাংসদ ভগ্নী কালাবেন, জিলা পৰিষদৰ সভানেত্ৰী নিশা ভৱৰ জী, ভাই ৰাকেশ সিং চৌহান জী, চিকিৎসা জগতৰ বন্ধুসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল৷ কেম চো মাজা, সুখ মা, সন্তোষ মা, আনন্দ মা, প্ৰগতি মা, বিকাশ মা...ৱাহ। যেতিয়াই ইয়ালৈ আহোঁ তেতিয়াই মোৰ হৃদয় আনন্দৰে ভৰি পৰে। দমন, দিউ, দাদৰা আৰু নগৰ হাভেলীৰ উন্নয়ন যাত্ৰা দেখি মোৰ বহুত আনন্দ লাগিছে। আৰু এতিয়া ভিডিঅ’টো চোৱা কোনোৱেই কল্পনা কৰিব নোৱাৰে যে ইমান সৰু এলেকাত চাৰিফালে কিমান আধুনিক আৰু দ্ৰুত বিকাশ হৈছে, সেইটো আমি ভিডিঅ’টোত বহুত ভালকৈ দেখিছো।ছিলভাছা, দাদৰা আৰু নগৰ হাভেলীত ৪৮৫০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশলৈ উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
April 25th, 04:49 pm
আজি ছিলভাছা, দাদৰা আৰু নগৰ হাভেলীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৮৫০ কোটিতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ছিলভাছাৰ NAMO মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট মুকলি, আৰু চৰকাৰী বিদ্যালয়, দমনৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়, বিভিন্ন পথ সৌন্দৰ্য্যবৰ্ধন, শক্তিশালী আৰু বহল কৰা, মাছৰ বজাৰ, বজাৰ-সমাৰ আদি ৯৬টা প্ৰকল্পৰ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন আদি। প্ৰধানমন্ত্ৰীয়ে ডিউ আৰু ছিলভাছাৰ পৰা পিএমএৱাই আৰ্বানৰ হিতাধিকাৰীসকলক ঘৰৰ চাবিও প্ৰদান কৰে।PM Modi launches development projects in Silvassa, Dadra and Nagar Haveli
January 19th, 02:00 pm
In Silvassa today, PM Modi today laid the foundation stone of Medical College as well as launched other development projects. Addressing a huge gathering at the event, PM Modi said that his actions against corruption infuriated some people and they were trying to form a Mahagathbandhan. He said such an alliance was not just against the BJP, but the people of India.130 crore Indians are my family and I’m is committed to working for their welfare: PM Modi
January 19th, 02:00 pm
In Silvassa today, PM Modi today laid the foundation stone of Medical College as well as launched other development projects. Addressing a huge gathering at the event, PM Modi said that his actions against corruption infuriated some people and they were trying to form a Mahagathbandhan. He said such an alliance was not just against the BJP, but the people of India.ভাইব্ৰেণ্ট গুজৰাট সন্মিলন ২০১৯ ৰ বাবে কাইলৈ গুজৰাটত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী
January 16th, 08:03 pm
১৭ জানুৱাৰী, ২০১৯ অৰ্থাৎ কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ভ্ৰমণকালতে প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰ, আহমেদাবাদ আৰু হাজিৰাতো উপস্থিত হ’ব।This nation belongs to each and every Indian: PM Modi
April 17th, 02:37 pm
At Dadra and Nagar Haveli, PM Modi inaugurated several government projects, distributed sanction letters to beneficiaries of PMAY Gramin and Urban, and gas connections to beneficiaries of Ujjwala Yojana. PM Modi also laid out his vision of a developed India by 2022 where everyone has own houses. PM Modi also emphasized people to undertake digital transactions and make mobile phones their banks.PM launches Government projects in Dadra and Nagar Haveli
April 17th, 02:36 pm
PM Narendra Modi inaugurated several Government projects at Silvassa, Dadra and Nagar Haveli. These include Government buildings, solar PV systems, Jan Aushadhi Kendras and a Passport Seva Kendra. He also distributed Aids and Assistive Devices to Divyangjans, and other benefits under existing Government schemes.2014 is a movement towards Surajya to realize the aspirations of people: Narendra Modi campaigns in Gujarat
April 26th, 05:45 pm
2014 is a movement towards Surajya to realize the aspirations of people: Narendra Modi campaigns in Gujarat