কৰ্ণাটকৰ হুব্বালি ২৬ তম ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 12th, 04:30 pm
কৰ্ণাটকৰ এই অঞ্চলটো ইয়াৰ পৰম্পৰা, সংস্কৃতি আৰু জ্ঞানৰ বাবে বিখ্যাত। ইয়াত বহুতো ব্যক্তিত্বক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছে। এই অঞ্চলটোৱে দেশখনক কেইবাজনো মহান সংগীতজ্ঞ দিছে। মই আজি হুব্বালিৰ ভূমিৰ পৰা পণ্ডিত কুমাৰ গন্ধৰ্ব, পণ্ডিত বাসবৰাজ ৰাজগুৰু, পণ্ডিত মল্লিকাৰ্জুন মনচুৰ, ভাৰত ৰত্ন পণ্ডিত ভীমসেন যোশী আৰু পণ্ডিত গংগুবাই হাংগলজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।কৰ্ণাটকৰ হুবলীত ২৬ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
January 12th, 04:00 pm
কৰ্ণাটকৰ হুবলীত আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২৬ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ শুভাৰম্ভ কৰে। স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকীত উদযাপন কৰা ৰাষ্ট্ৰীয় যুৱ দিৱসত তেওঁৰ আদৰ্শ, শিক্ষা আৰু অৱদানক সন্মান আৰু লালন-পালন কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই মহোৎসৱৰ বিষয়বস্তু হৈছে ‘বিকশিত যুৱ-বিকশিত ভাৰত’ আৰু ই দেশৰ সকলো প্ৰান্তৰ বিভিন্ন সংস্কৃতিক এক উমৈহতীয়া মঞ্চত আনি অংশগ্ৰহণকাৰীসকলক এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱেৰে একত্ৰিত কৰে।২৬.০৯.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৮১তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 26th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ! আপোনালোকে জানে যে এটা জৰুৰী কাৰ্যসূচীৰ বাবে মই আমেৰিকা যাবলগীয়া হ’ব সেয়েহে মই ভাবিলো যে আমেৰিকা যোৱাৰ আগতেই মই ‘মন কী বাত’ ৰেকৰ্ড কৰো ৷ ছেপ্তেম্বৰৰ যিদিনা ‘মন কী বাত’ আছে, সেইটো দিনাতে আন এক মহত্বপূৰ্ণ দিন আছে ৷ এনেটো আমি বহুতো দিন মনত ৰাখো, বেলেগ বেলেগ দিন পালন কৰো আৰু যদি আপোনাৰ ঘৰত তৰুণ ল’ৰা-ছোৱালী আছে যদি তেওঁলোকক সোধে যে বছৰৰ কোনটো কোনটো দিন কেতিয়া আহে আপোনালোকক সম্পূৰ্ণ সূচী শুনাই দিব, কিন্তু এনে এটা দিন আছে যিটো আমি মনত ৰাখিব লাগে আৰু এই এইটো দিন এনেকুৱা যিটো ভাৰতৰ পৰম্পৰাৰ সৈতে বহুত সংগতিপূৰ্ণ ৷ শতিকা ধৰি আমি যি পৰম্পৰাৰ সৈতে জড়িত তাৰ সৈতে জড়িত কৰা এটা দিন৷ সেইটো হ’ল ‘ওৱাল্ড ৰিভাৰ্চ দে’ মানে ‘বিশ্ব নদী দিৱস’৷Time for expansionism is over, this is the era of development: PM Modi
July 03rd, 02:37 pm
PM Narendra Modi visited Nimu, where he interacted with the valorous Jawans. PM Modi paid rich tributes to the martyred soldiers in the Galwan valley. The PM applauded the soldiers and said, Through display of your bravery, a clear message has gone to the world about India’s strength...Your courage is higher than the heights where you are posted today.PM visits Nimu in Ladakh to interact with Indian troops
July 03rd, 02:35 pm
PM Narendra Modi visited Nimu, where he interacted with the valorous Jawans. PM Modi paid rich tributes to the martyred soldiers in the Galwan valley. The PM applauded the soldiers and said, Through display of your bravery, a clear message has gone to the world about India’s strength...Your courage is higher than the heights where you are posted today.PM condoles the passing away of Lance Naik Hanumanthappa
February 11th, 01:40 pm
PM visits Lance Naik Hanumanthappa in hospital
February 09th, 04:20 pm
PM condoles the demise of soldiers in Siachen
February 04th, 08:58 pm