মহাৰাষ্ট্ৰৰ শিৰডীৰ শ্ৰী সাইবাবা সমাধি মন্দিৰত পূজা আৰু দৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে

মহাৰাষ্ট্ৰৰ শিৰডীৰ শ্ৰী সাইবাবা সমাধি মন্দিৰত পূজা আৰু দৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে

October 26th, 05:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ শিৰডীৰ শ্ৰী সাইবাবা সমাধি মন্দিৰত পূজা আৰু দৰ্শন কৰে।

প্ৰধানমন্ত্ৰীয়ে ২৬ অক্টোবৰত মহাৰাষ্ট্ৰ আৰু গোৱা ভ্ৰমণ কৰিব

প্ৰধানমন্ত্ৰীয়ে ২৬ অক্টোবৰত মহাৰাষ্ট্ৰ আৰু গোৱা ভ্ৰমণ কৰিব

October 25th, 11:21 am

দুপৰীয়া প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদনগৰ জিলাৰ শিৰডীত উপস্থিত হৈ শ্ৰী ছাইবাবা সমাধি মন্দিৰত পূজা-অৰ্চনা আৰু দৰ্শন কৰিব। লগতে মন্দিৰৰ নতুন দৰ্শন কিউ কমপ্লেক্স উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ২ বজাত প্ৰধানমন্ত্ৰীয়ে নীলৱাণ্ডে বান্ধৰ জল পূজন সম্পন্নৰ লগতে বান্ধটোৰ এটা কেনেল নেটৱৰ্ক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। বিয়লি প্ৰায় ৩:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে শিৰডীত এক ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণেৰে স্বাস্থ্য, ৰে’ল, পথ, তেল আৰু গেছ আদি খণ্ডৰ প্ৰায় ৭৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।