‘শ্ৰী ৰাম চন্দ্ৰ মিছন’ৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আনুষ্ঠিত সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
February 16th, 05:01 pm
ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৰাম চন্দ্ৰ মিছনৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত কাৰ্যক্ৰমক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে মানুহৰ মনত সাৰ্থকতা, শান্তি, স্বাস্থ্য আৰু আধ্যাত্মিক মংগলৰ কথা প্ৰতিষ্ঠা কৰা বাবে মিছনৰ প্ৰশংসা কৰে। তেওঁ যোগক জনপ্ৰিয় কৰি তোলা বাবেও মিছনৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ দ্ৰুত আৰু দুশ্চিন্তাপূৰ্ণ জীৱনত যেতিয়া পৃথিৱীয়ে জীৱন শৈলীৰে সম্পৰ্কযুক্ত ৰোগ আৰু মহামাৰীৰে যুঁজি আছে, সহজ পথ, সৌহাৰ্দ্যৰ ভাবনা আৰু যোগ পৃথিৱীৰ বাবে আশাৰ কিৰণৰ দৰে।প্ৰধানমন্ত্ৰীয়ে শ্ৰী ৰামচন্দ্ৰ মিছনৰ ৭৫তম সমাৰোহত ভাষণ দিয়ে
February 16th, 05:00 pm
ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৰাম চন্দ্ৰ মিছনৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত কাৰ্যক্ৰমক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে মানুহৰ মনত সাৰ্থকতা, শান্তি, স্বাস্থ্য আৰু আধ্যাত্মিক মংগলৰ কথা প্ৰতিষ্ঠা কৰা বাবে মিছনৰ প্ৰশংসা কৰে। তেওঁ যোগক জনপ্ৰিয় কৰি তোলা বাবেও মিছনৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ দ্ৰুত আৰু দুশ্চিন্তাপূৰ্ণ জীৱনত যেতিয়া পৃথিৱীয়ে জীৱন শৈলীৰে সম্পৰ্কযুক্ত ৰোগ আৰু মহামাৰীৰে যুঁজি আছে, সহজ পথ, সৌহাৰ্দ্যৰ ভাবনা আৰু যোগ পৃথিৱীৰ বাবে আশাৰ কিৰণৰ দৰে।