প্ৰধানমন্ত্ৰীয়ে শ্ৰী ৰাম ভজন শ্বেয়াৰ কৰিছে

January 21st, 09:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিনিটা শ্ৰী ৰাম ভজন শ্বেয়াৰ কৰিছে।

Prime Minister shares Bhajan and Kathas of Shri Ram bhakti sung by people of Mauritius

January 20th, 09:27 am

The Prime Minister, Shri Narendra Modi today shared Bhajan and Kathas of Shri Ram bhakti sung by people of Mauritius.

The people of West Bengal have immense reverence towards Prabhu Shri Ram: Prime Minister

January 20th, 09:25 am

The people of West Bengal have immense reverence towards Prabhu Shri Ram: Prime Minister

প্ৰধানমন্ত্ৰীয়ে ৰামায়ণৰ আৱেগপূৰ্ণ সবৰী খণ্ডত মৈথিলী ঠাকুৰে গোৱা গীত এটি শ্বেয়াৰ কৰে

January 20th, 09:22 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামায়ণৰ আৱেগপূৰ্ণ সবৰী খণ্ডত মৈথিলী ঠাকুৰে গোৱা গীত এটি শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে গায়ানাৰ পৰা শ্ৰী ৰাম ভজন সহভাগ কৰে

January 19th, 01:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ পৰা শ্ৰী ৰাম ভজন সহভাগ কৰে।

চুৰিনাম আৰু ত্ৰিনিদাদ আৰু টোবাগোৰ পৰা প্ৰেৰিত ভজন সহভাগ কৰে প্ৰধানমন্ত্ৰীয়ে

January 19th, 09:51 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চুৰিনাম আৰু ত্ৰিনিদাদ আৰু টোবাগোৰ পৰা প্ৰেৰিত ভজন সহভাগ কৰে। ভজনকেইটাই ৰামায়ণৰ চিৰন্তন বাৰ্তাকে বহন কৰিছে।

সুৰেশ ৱাদেকাৰৰ এটি ভক্তিমূলক গীত সহভাগ কৰে প্ৰধানমন্ত্ৰীয়ে

January 19th, 09:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুৰেশ ৱাদেকাৰ আৰু আৰ্যা আম্বেকাৰৰ এটি ভক্তিমূলক গীত সহভাগ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাম ভক্তিৰ আৱেগত সমগ্ৰ দেশ নিমজ্জিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে ভগৱান শ্ৰীৰামৰ ওড়িয়া ভক্তিমূলক ভজন ‘অযোধ্যা নগৰী নাচে ৰামংকু পায়’ শ্বেয়াৰ কৰিছে

January 18th, 11:07 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সৰোজ ৰথে ৰচনা আৰু নমিতা আগৰৱালাই কণ্ঠদান কৰা “অযোধ্যা নগৰী নাচে ৰামংকু পায়” শীৰ্ষক ভগৱান শ্ৰীৰামৰ ওড়িয়া ভক্তিমূলক ভজন শ্বেয়াৰ কৰিছে।

Prime Minister shares shlok from Shree Ram Raksha sung by Lata Mangeshkar

January 17th, 08:10 am

The Prime Minister, Shri Narendra Modi has shared shlok from Shree Ram Raksha titled “Mata Ramo Matpita Ramchandrah” sung by Lata Mangeshkar.

শিৱশ্ৰী স্কন্দপ্ৰসাদৰ কানাড়া ভাষাত পৰিবেশনে প্ৰভু শ্ৰী ৰামৰ প্ৰতি ভক্তিৰ মনোভাৱক মূৰ্ত কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী

January 16th, 09:29 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শিৱশ্ৰী স্কন্দপ্ৰসাদৰ কানাড়া ভাষাত পৰিবেশনে প্ৰভু শ্ৰীৰামৰ প্ৰতি ভক্তিৰ মনোভাৱক মূৰ্ত কৰি তুলিছে। শ্ৰী মোদীয়ে শিৱশ্ৰী স্কন্দপ্ৰসাদে কণ্ঠ নিগৰোৱা প্ৰভু শ্ৰীৰামৰ ভজন ভিডিঅ’টো কানাড়াত শ্বেয়াৰেৰে কয় যে এনে প্ৰচেষ্টাই আমাৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰয়াসক উদ্বুদ্ধ কৰিব।

দিব্য কুমাৰে কণ্ঠদান কৰা “হৰ ঘৰ মন্দিৰ, হৰ ঘৰ উৎসৱ” আধ্যাত্মিক ভজন শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

January 13th, 11:12 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সিদ্ধাৰ্থ অমৃত ভাৱছাৰে সংগীত কৰা আৰু দিব্য কুমাৰে কণ্ঠদান কৰা “হৰ ঘৰ মন্দিৰ, হৰ ঘৰ উৎসৱ” আধ্যাত্মিক ভজন শ্বেয়াৰ কৰে। শ্ৰী মোদীয়ে কয় যে কেইবা শতিকাৰ অপেক্ষাৰ পাছত অযোধ্যা ধামত সেই পবিত্ৰ ক্ষণ সমাগত হৈছে। এই শুভক্ষণত উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈকে সকলোতে ভগৱান ৰামৰ প্ৰশংসা প্ৰতিধ্বনিত হৈ আছে বুলি শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে ওচমান মীৰে কণ্ঠদান কৰা ভক্তিমূলক ভজন ‘শ্ৰী ৰামজী পধাৰে’ শ্বেয়াৰ কৰে

January 10th, 09:47 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওচমান মীৰে কণ্ঠদান কৰা, ঔম দাভে আৰু গৌৰাং পালে সংগীত ৰচনা কৰা ভক্তিমূলক ভজন “শ্ৰী ৰামজী পধাৰে” শ্বেয়াৰ কৰে।

হৰিহৰণে কণ্ঠদান কৰা ‘সবনে তুমহে পুকাৰা শ্ৰী ৰাম জী’ শীৰ্ষক ভক্তিমূলক ভজন শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

January 09th, 09:18 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উদয় মজুমদাৰে সংগীত কৰা হৰিহৰণে গোৱা ভক্তিমূলক ভজন “সবনে তুমহে পুকাৰা শ্ৰী ৰাম জী” শ্বেয়াৰ কৰে৷

বিকাশে গোৱা ভক্তিমূলক ভজন ‘অযোধ্যা মে জয়কাৰা গুঞ্জয়’ সহভাগ কৰে প্ৰধানমন্ত্ৰীয়ে

January 08th, 10:06 am

বিকাশে গোৱা তথা ৰচনা কৰা আৰু মহেশ কুক্ৰেজা প্ৰযোজিত ভক্তিমূলক ভজন অযোধ্যা মে’ জয়কাৰা গুঞ্জয় সহভাগ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

গীতাবেন ৰাবাৰীয়ে গোৱা ভক্তিমূলক ভজন ‘শ্ৰী ৰাম ঘৰ আয়ে’ শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে

January 07th, 09:25 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গীতাবেন ৰাবাৰীয়ে গোৱা ভক্তিমূলক ভজন শ্ৰী ৰাম ঘৰ আয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। গীতটিৰ সংগীত মৌলিক মেহতাৰ। গীতাবেন ৰাবাৰীৰ দ্বাৰা ৰচিত সংগীত।কথা আৰু সুৰ সুনীতা যোশীৰ (পাণ্ডিয়া)।

সাৱস্তিৰ ভজনে অন্তৰ আৱেগেৰে ভৰাই ৰাখিছে: প্ৰধানমন্ত্ৰী

January 06th, 09:59 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাৱস্তি মেহুলৰ ভজন 'ৰাম আয়েংগে' সহভাগ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ভগৱান ৰামৰ ভক্তিমূলক ভজন শ্বেয়াৰ কৰে

January 05th, 01:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জুবিন নটিয়ালে কণ্ঠ নিগৰোৱা ভগৱান ৰামৰ ভক্তিমূলক ভজন শ্বেয়াৰ কৰে। ইয়াৰ সুৰ কৰিছে পায়েল দেব আৰু ৰচনা কৰিছে মনোজ মুন্তশিৰে।

অযোধ্যাত ভগৱান শ্ৰী ৰামক আদৰণি জনোৱাক লৈ সমগ্ৰ দেশ আনন্দিতঃ প্ৰধানমন্ত্ৰী

January 04th, 12:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অযোধ্যাত ভগৱান শ্ৰী ৰামক আদৰণি জনোৱাৰ বাবে সকলোৱে বিভিন্ন ধৰণে নিজৰ অনুভূতি ব্যক্ত কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে সমগ্ৰ দেশ উৎসাহী আৰু ভক্তসকল এই পৱিত্ৰ দিনটোত ৰাম লালাৰ ভক্তিত নিমজ্জিত হৈ আছে।

শ্রী ৰাম লালাক আদৰণি জনোৱা স্বাতী মিশ্রৰ ভক্তিপূৰ্ণ ভজন আকৰ্ষণীয়: প্ৰধান মন্ত্ৰী

January 03rd, 08:07 am

প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাতী মিশ্ৰই শ্ৰী ৰাম লালাক আদৰণি জনাই পৰিবেশন কৰা ভক্তিপূৰ্ণ ভজন শ্বেয়াৰ কৰিছে। শ্ৰী মোদীয়ে কয় যে এই ভজনটোৰ সন্মোহন আছে।

#ShriRamBhajan ব্যৱহাৰ কৰি আপোনাৰ গীত, কবিতা আৰু ভজন শ্বেয়াৰ কৰক

December 31st, 02:52 pm

৩১ ডিচেম্বৰত প্ৰচাৰিত মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ সৈতে জড়িত দেশৰ উল্লেখযোগ্য উৎসাহ আৰু উদ্দীপনাৰ বিষয়ে উল্লেখ কৰে। শ্ৰীৰাম আৰু অযোধ্যাৰ প্ৰতি উৎসৰ্গিত নতুন গীত, ভজন আৰু কবিতা ৰচনাকে ধৰি বিভিন্ন ধৰণেৰে মানুহে নিজৰ আৱেগ আৰু ভক্তি প্ৰকাশ কৰিছে। #ShriRamBhajan ব্যৱহাৰ কৰি সামাজিক মাধ্যমত নিজৰ কলাত্মক অৱদান শ্বেয়াৰ কৰিবলৈ নাগৰিকসকল আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে।