Except for scams and lawlessness, there is nothing in their report cards: PM Modi in Darbhanga

May 04th, 03:45 pm

Prime Minister Narendra Modi addressed a vibrant gathering in Darbhanga, Bihar, where he paid homage to the late Maharaja Kameshwar Singh Ji and praised the sacred land of Mithila and its people.

PM Modi addresses a public meeting in Darbhanga, Bihar

May 04th, 03:30 pm

Prime Minister Narendra Modi addressed a vibrant gathering in Darbhanga, Bihar, where he paid homage to the late Maharaja Kameshwar Singh Ji and praised the sacred land of Mithila and its people.

Ghamandiya Alliance is only interested in destabilizing the future of the youth of Bihar: PM Modi in Jamui

April 04th, 12:01 pm

Ahead of the Lok Sabha elections 2024, PM Modi addressed a public rally in Jamui, Bihar. He said, Jamui's mood is reflective of 'Ab ki Baar 400 Paar' with all the 40 seats in N.D.A.'s favour in Bihar. He expressed his tribute to the contributions of the Late Ramvilas Paswan Ji, who was dedicated to the welfare of Bihar and its development.

Jamui's grand welcome for PM Modi as he addresses a public rally

April 04th, 12:00 pm

Ahead of the Lok Sabha elections 2024, PM Modi addressed a public rally in Jamui, Bihar. He said, Jamui's mood is reflective of 'Ab ki Baar 400 Paar' with all the 40 seats in N.D.A.'s favour in Bihar. He expressed his tribute to the contributions of the Late Ramvilas Paswan Ji, who was dedicated to the welfare of Bihar and its development.

বিহাৰৰ বেতিয়াত প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত-বিকশিত বিহাৰ কাৰ্য্যসূচী সম্বোধনৰ অসমীয়া অনুবাদ

March 06th, 04:00 pm

মই মাতৃ সীতা আৰু লৱ-কুশৰ জন্মস্থান, মহৰ্ষি বাল্মিকীৰ দেশৰপৰা সকলোকে শুভেচ্ছা জনাইছোঁ! ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, মন্ত্ৰীসভাত মোৰ সতীৰ্থ নিত্যানন্দ ৰায় জী, উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহা জী আৰু সম্ৰাট চৌধুৰী জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, জ্যেষ্ঠ নেতা বিজয় কুমাৰ চৌধুৰী জী আৰু সন্তোষ কুমাৰ সুমন জী, সাংসদ সঞ্জয় জয়ছোৱাল জী, ৰাধা মোহন জী, সুনীল কুমাৰ জী, ৰমা দেৱী জী আৰু সতীশ চন্দ্ৰ ডুবে জী, আন সকলো সন্মানীয় বিশিষ্ট ব্যক্তি আৰু মোৰ বিহাৰৰ মৰমৰ ভাই-ভনীসকল!

PM addresses Viksit Bharat Viksit Bihar program in Bettiah, Bihar

March 06th, 03:15 pm

Prime Minister Narendra Modi laid the foundation stone and dedicated to the nation multiple infrastructure projects related to rail, road and petroleum and natural gas worth around Rs 12,800 Crores in Bettiah, West Champaran district, Bihar. “This very land created Mahatma Gandhi out of Mohan Das ji”, the Prime Minister remarked, highlighting that there can be no better place than Bettiah, Champaran to take the resolve of Viksit Bihar and Viksit Bharat.

বিহাৰৰ বেগুছৰাইত বিভিন্ন প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

March 02nd, 08:06 pm

বিহাৰৰ ৰাজ্যপাল শ্ৰীযুত ৰাজেন্দ্ৰ আৰ্লেকাৰ ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰীযুত নীতিশ কুমাৰ ডাঙৰীয়া, মন্ত্ৰীসভাত মোৰ সতীৰ্থ গিৰিৰাজ সিং ডাঙৰীয়া, হৰদীপ সিং পুৰী ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী বিজয় সিনহা ডাঙৰীয়া, সম্ৰাট চৌধুৰী ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আন সকলো বিশিষ্ট ব্যক্তি আৰু বেগুছৰাইৰ পৰা অহা মোৰ প্ৰিয় উৎসাহী ভাতৃ আৰু ভগ্নীসকল।

বিহাৰৰ বেগুচৰাইত একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

March 02nd, 04:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ বেগুচৰাইত সমগ্ৰ দেশতে প্ৰায় ১.৪৮ লাখ কোটি টকাৰ একাধিক তেল আৰু গেছ খণ্ডৰ প্ৰকল্প আৰু বিহাৰৰ ১৩,৪০০ টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে।

বিহাৰৰ ঔৰঙ্গাবাদত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 02nd, 03:00 pm

আমি বিশ্ববিখ্যাত ‘সূৰ্য মন্দিৰ’, ‘উমগেশ্বৰী মাতা আৰু দেৱকুণ্ড’ৰ এই পবিত্ৰ ভূমিক প্ৰণিপাত জনাইছোঁ! সমবেত সকলোকে শুভেচ্ছা জনাইছোঁ! ‘ভগৱান ভাস্কৰ’ৰ কৃপা সকলোৰে ওপৰত বৰ্ষিত হওক!

প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ ঔৰংগাবাদত ২১,৪০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰে

March 02nd, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ঔৰংগাবাদত ২১,৪০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰক সমৰ্পিত কৰে আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে পথ, ৰে'লৱে আৰু নমামি গংগেৰ লগতে অন্যান্য খণ্ড। প্ৰধানমন্ত্ৰীয়ে ফটো গেলেৰীও পৰিদৰ্শন কৰে।

প্ৰধানমন্ত্ৰীয়ে শ্ৰী কৰ্পূৰী ঠাকুৰক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

February 17th, 07:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী কৰ্পূৰী ঠাকুৰক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰত ৰত্নৰে সন্মানিত কৰ্পুৰী ঠাকুৰৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে

February 12th, 05:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীস্থিত নিজৰ বাসভৱনত ভাৰত ৰত্নৰে সন্মানিত কৰ্পুৰী ঠাকুৰৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱত প্ৰধানমন্ত্ৰীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ

February 05th, 05:44 pm

মই ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱ জনাবলৈ থিয় হৈছো৷ যেতিয়া সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীয়ে সংসদৰ এই নতুন ভৱনত আমাক সকলোকে সম্বোধন কৰিবলৈ আহিছিল আৰু যি গৌৰৱ আৰু সন্মানেৰে ছেংগোলে সমগ্ৰ যাত্ৰাটোক নেতৃত্ব দিছিল আৰু আমি সকলোৱে ইয়াক অনুসৰণ কৰিছিলোঁ৷ নতুন সদনত এই নতুন পৰম্পৰা যেতিয়া ভাৰতৰ স্বাধীনতাৰ সেই পবিত্ৰ মুহূৰ্তৰ প্ৰতিফলন হৈ পৰে, তেতিয়া গণতন্ত্ৰৰ মৰ্যাদা বহুগুণে বৃদ্ধি পায়। ৭৫সংখ্যক গণৰাজ্য দিৱস, নতুন সংসদ ভৱন, ছেংগোলৰ নেতৃত্ব, এই গোটেই দৃশ্যটো সঁচাকৈয়ে অতি আকৰ্ষণীয় আছিল। যেতিয়া মই তাৰ পৰাই সমগ্ৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিলো। ইয়াৰ পৰা আমি ইমান ভব্যতা দেখা নাপাওঁ। কিন্তু তাৰ পৰাই যেতিয়া দেখিলোঁ যে নতুন সদনত ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি মৰ্যাদা সহকাৰে উপস্থিতি আছিল, সেই দৃশ্যই আমাৰ সকলোকে আপ্লুত কৰিছিল, যিটো আমি সদায় মনত ৰাখিম। ৬০জনতকৈ অধিক সন্মানীয় সদস্যই ৰাষ্ট্ৰপতিলৈ ধন্যবাদৰ প্ৰস্তাৱ সন্দৰ্ভত নিজৰ মতামত আগবঢ়াইছে। মতামত আগবঢ়োৱা আমাৰ সকলো সন্মানীয় সাংসদলৈ বিনম্ৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বিৰোধীয়ে যি সংকল্প লৈছে তাৰ মই বিশেষ শলাগ লৈছো। তেওঁৰ ভাষণৰ প্ৰতিটো শব্দই মোৰ আৰু দেশৰ আস্থাক নিশ্চিত কৰিছে যে তেওঁ বহুদিন তাত থাকিবলৈ সংকল্প লৈছে। আপোনালোকে যেনেকৈ বহু দশক ইয়াত বহি আছিল, বহু দশক ধৰি বহি থকাৰ সংকল্প আৰু জনসাধাৰণৰ সমৰ্থন ঈশ্বৰৰ ৰূপ। আৰু আজিকালি আপোনালোকে যিদৰে কঠোৰ পৰিশ্ৰম কৰিছে। মোৰ দৃঢ় বিশ্বাস যে ঈশ্বৰসদৃশ জনতা জনাৰ্দনে আপোনালোকক নিশ্চয় আশীৰ্বাদ দিব। আৰু আপানালোকে যিটো স্থানত আছে তাতকৈ উচ্চ উচ্চতাত নিশ্চয়কৈ উপনীত হ’ব আৰু পৰৱৰ্তী নিৰ্বাচনত দৰ্শকৰ শাৰীত প্ৰত্যক্ষ কৰিব৷ অধিৰ ৰঞ্জন জী এইবাৰ আপোনাৰ কন্ট্ৰেক্ট দিছে তেওঁক দিছে নেকি? আপুনি এইবোৰ সামগ্ৰীকে যোগান ধৰিছে।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

February 05th, 05:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ প্ৰত্যুত্তৰ দিয়ে।

Motivation may wane sometimes, but it is the discipline that keeps you on the right path: PM Modi

January 24th, 03:26 pm

The Prime Minister Narendra Modi addressed the NCC Cadets and NSS Volunteers. Addressing the gathering, the Prime Minister expressed pride in the cultural program depicting the life of Rani Lakshmi Bai and said that it has brought India’s history alive today. He praised the efforts of the team involved in the program and stated that they will now be a part of the Republic Day Parade. “This occasion is special due to two reasons namely the 75th Republic Day celebrations and its dedication to Nari Shakti of India, the Prime Minister said.

এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

January 24th, 03:25 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এন চি চি কেডেট আৰু এন এছ এছৰ স্বেচ্ছাসেৱকসকলক সম্বোধন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ৰাণী লক্ষ্মী বাঈৰ জীৱনক প্ৰস্তুত কৰি উলিওৱা সাংস্কৃতিক কাৰ্যসূচীক লৈ গৌৰৱ প্ৰকাশ কৰি কয় যে ই আজি ভাৰতৰ ইতিহাসক সজীৱ কৰি তুলিছে। তেওঁ এই কাৰ্যসূচীৰ সৈতে জড়িত দলটোৰ প্ৰচেষ্টাক প্ৰশংসা কৰি কয় যে তেওঁলোক এতিয়া গণৰাজ্য দিৱসৰ পেৰেডৰ অংশ হ’ব। প্ৰধানমন্ত্ৰীয়ে কয়, এই অনুষ্ঠানটো দুটা কাৰণত বিশেষ যেনে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন আৰু ভাৰতৰ নাৰী শক্তিৰ প্ৰতি ইয়াৰ সমৰ্পণ।” সমগ্ৰ ভাৰতৰ মহিলা অংশগ্ৰহণকাৰীসকলৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁলোক ইয়াত অকলশৰীয়া নহয়, বৰঞ্চ নিজ নিজ ৰাজ্যৰ সাৰমৰ্ম, নিজৰ সংস্কৃতি, পৰম্পৰা আৰু নিজৰ সমাজৰ আগন্তুক চিন্তাধাৰা লৈ আহিছে। আজি আন এক বিশেষ অনুষ্ঠান লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় বালিকা দিৱসৰ কথা উল্লেখ কৰে যিটো তেওঁলোকৰ সাহস, দৃঢ়তা আৰু কৃতিত্বৰ উদযাপন। “ভাৰতৰ কন্যাসকলৰ সমাজখনক ভালৰ বাবে সংস্কাৰ কৰাৰ সামৰ্থ্য আছে”, বিভিন্ন ঐতিহাসিক যুগত সমাজৰ ভেটি স্থাপনৰ ক্ষেত্ৰত মহিলাসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যিটো বিশ্বাস আজিৰ সাংস্কৃতিক প্ৰদৰ্শনত প্ৰত্যক্ষ কৰা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে কৰ্পুৰী ঠাকুৰলৈ ভাৰত ৰত্ন আগবঢ়োৱাত সন্তোষ প্ৰকাশ কৰে

January 23rd, 09:19 pm

শ্ৰী মোদীয়ে কয় যে কৰ্পুৰী ঠাকুৰৰ জন্ম শতবাৰ্ষিকীৰ ক্ষণত এই সিদ্ধান্তই দেশবাসীক গৌৰৱান্বিত কৰিব। সমাজৰ পিছপৰা আৰু বঞ্চিতসকলৰ উত্থানৰ বাবে তেওঁৰ অদম্য দায়বদ্ধতা আৰু দূৰদৰ্শী নেতৃত্বই ভাৰতৰ আৰ্থ-ৰাজনৈতিক বাতাবৰণত এক অমলিন চিন ৰাখিছে।