ঝাৰখণ্ডৰ খুঁটিত জনজাতীয় গৌৰৱ দিৱস, ২০২৩ উদযাপন অনুষ্ঠান উপলক্ষে আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

November 15th, 12:25 pm

ঝাৰখণ্ডৰ ৰাজ্যপাল চি.পি ৰাধাকৃষ্ণণ জী, মুখ্যমন্ত্ৰী শ্ৰীমান হেমন্ত ছোৰেণ জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী অৰ্জুন মুণ্ডা জী, অন্নপূৰ্ণা দেৱী জী, আমাৰ সকলোৰে মাৰ্গদৰ্শক শ্ৰীমান কৰিয়া মুণ্ডা জী, মোৰ পৰম বন্ধু বাবু লাল মাৰাণ্ডী জী, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ঝাৰখণ্ডৰ মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল।

জনজাতীয় গৌৰৱ দিৱস, ২০২৩ৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ

November 15th, 11:57 am

আজি পুৱাৰ ভাগত ভগৱান বিৰছা মুণ্ডাৰ জন্মস্থান উলিহাতু গাঁৱৰ লগতে ৰাঁচীৰ বিৰছা মুণ্ডা সোঁৱৰণী উদ্যান তথা মুক্তি সংগ্ৰামী সংগ্ৰহালয় ভ্ৰমণৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণ আৰম্ভ কৰে। তেখেতে দুবছৰ পূৰ্বে, ঠিক আজিৰ দিনটোতে মুক্তি সংগ্ৰামী সংগ্ৰহালয় উদ্বোধনৰ কথাও উল্লেখ কৰে। শ্ৰী মোদীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে প্ৰতিগৰাকী নাগৰিকলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। ঝাড়খণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে তেখেতে শুভেচ্ছা জ্ঞাপনৰ লগতে ৰাজ্যখন গঠনত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ অৱদান সম্পৰ্কে আলোকপাত কৰে। তেখেতে ৰেল, পথ, শিক্ষা, কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি ভিন্ন খণ্ডত আজি উদ্বোধন তথা আধাৰশিলা স্থাপন কৰা উন্নয়নমূলক প্ৰকল্পৰাজিৰ বাবে ঝাড়খণ্ডবাসীক অভিনন্দন জ্ঞাপন কৰে। তেখেতে ঝাড়খণ্ডত এতিয়া ১০০ শতাংশ বিদ্যুৎচালিত ৰেলপথ হৈ উঠাত সন্তোষ প্ৰকাশ কৰে।

গুজৰাটৰ মহেচাণাত একাধিক উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

October 30th, 09:11 pm

পোন প্ৰথমে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰক ধন্যবাদ জনাইছো যে মই আপোনালোকৰ মাজলৈ অহাৰ এক সুযোগ লাভ কৰিছোঁ। আপোনালোক সকলোৰে ওচৰলৈ আহি, আপোনালোক সকলোকে লগ পাই পুলকিত হৈছোঁ। আজি ৩০ অক্টোবৰ আৰু কাইলৈ ৩১ অক্টোবৰ, এই দুয়োটা দিন আমাৰ সকলোৰে বাবে অতি প্ৰেৰণাদায়ক দিন। আজি স্বাধীনতা সংগ্ৰামত জনজাতীয় লোকসকলক নেতৃত্ব প্ৰদানেৰে বৃটিছক বিৰক্ত কৰি তোলা গোবিন্দ গুৰুজীৰ মৃত্যু বাৰ্ষিকী। আৰু কাইলৈ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী। আমাৰ প্ৰজন্মই সঁচা অৰ্থত বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি স্থাপনেৰে চৰ্দাৰ চাহেবৰ প্ৰতি সৰ্বোচ্চ শ্ৰদ্ধা প্ৰকাশ কৰিছে আৰু আগন্তুক প্ৰজন্মই চৰ্দাৰ চাহেবৰ প্ৰতিমূৰ্তি দেখা মাত্ৰেকে ৰোমাঞ্চিত হৈ উঠিব। গুৰু গোবিন্দজীয়ে সমগ্ৰ জীৱন ভাৰত মাতৃৰ স্বাধীনতাৰ সংগ্ৰামত আৰু জনজাতীয় সমাজৰ সেৱাত অতিবাহিত কৰিছিল, তেওঁৰ সেৱা আৰু দেশপ্ৰেমৰ মনোভাৱ ইমানেই গভীৰ আছিল যে ই ত্যাগৰ পৰম্পৰাৰ সৃষ্টি কৰিছিল। আৰু তেওঁ নিজেই ত্যাগৰ প্ৰতীক হৈ পৰিল।

গুজৰাটৰ মহেচাণাত প্ৰায় ৫৮০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

October 30th, 04:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মহেচাণাত প্ৰায় ৫৮০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহ ৰেল, পথ, খোৱাপানী আৰু জলসিঞ্চনৰ দৰে একাধিক খণ্ডৰ অন্তৰ্গত।

ৰাজস্থানৰ চিত্তোৰগড়ত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী উপস্থাপনৰ অনুবাদ

October 02nd, 11:58 am

আজি আমি মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ দৰে দুগৰাকী প্ৰবাদপুৰুষৰ জন্ম বাৰ্ষিকীত তেওঁলোক দুয়োগৰাকীকে স্মৰণ কৰিছো। কালি, ১ অক্টোবৰত ৰাজস্থানকে ধৰি সমগ্ৰ দেশে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰম্ভ কৰিছিল। পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে মই প্ৰতিগৰাকী নাগৰিকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।

ৰাজস্থানৰ চিত্তৰগড়ত প্ৰায় ৭,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীলৈ উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীৰ

October 02nd, 11:41 am

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ চিত্তৰগড়ত প্ৰায় ৭,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশবাসীলৈ উৎসৰ্গা কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে মেহছানা - ভাটিন্দা - গুৰদাসপুৰ গেছ পাইপলাইন, আবু ৰোডত এইচ পি চি এলৰ এল পি জি প্লাণ্ট, আজমীৰ বটলিং প্লাণ্টত অতিৰিক্ত মজুত, আই অ’ চি এল, ৰে’লৱে আৰু পথ প্ৰকল্প, নাথদ্বাৰাত পৰ্যটনৰ সুবিধা আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইনফৰ্মেশ্যন টেকন’লজী, কোটাত স্থায়ী চৌহদ।

Gujarat’s coastal belt has become a huge power generation centre: PM Modi in Bhavnagar

November 23rd, 05:39 pm

In his last rally for the day in Bhavnagar, PM Modi highlighted about the power generation in Gujarat's coastal belt. He said, “Be it solar energy or wind energy, today this coastal belt has become a huge power generation centre. Every village, every house has got electricity, for this a network of thousands of kilometers of distribution lines was laid in the entire coastal region. Also, Hazira to Ghogha ro-ro ferry service has made life and business a lot easier.”

Gujarat is progressing rapidly: PM Modi in Dahod

November 23rd, 12:41 pm

Campaigning his second rally in Dahod, PM Modi took a swipe at Congress for being oblivious to tribals for a long time. He said, “A very large tribal society lives in the country.

Congress model means casteism and vote bank politics which creates rift among people: PM Modi in Mehsana

November 23rd, 12:40 pm

The campaigning in Gujarat has gained momentum as Prime Minister Narendra Modi has addressed a public meeting in Gujarat’s Mehsana. Slamming the Congress party, PM Modi said, “In our country, Congress is the party which has run the governments at the centre and in the states for the longest period of time. But the Congress has created a different model for its governments. The hallmark of the Congress model is corruption worth billions, nepotism, dynasty, casteism and many more.”

PM Modi addresses public meetings in Gujarat’s Mehsana, Dahod, Vadodara & Bhavnagar

November 23rd, 12:38 pm

The campaigning in Gujarat has gained momentum as PM Modi has addressed public meetings in Gujarat’s Mehsana, Dahod, Vadodara and Bhavnagar. Slamming the Congress party, the PM said, “The Congress model means corruption, nepotism, dynastic politics, sectarianism and casteism. They are known for indulging in vote bank politics and creating rifts between people to be in power. This model has not only destroyed Gujarat but India too.”

Congress tried to subdue the heritage, culture, tribals and freedom fighters of Gujarat since ages: PM Modi in Navsari

November 21st, 12:01 pm

PM Modi in his final rally for the day at Navsari, Gujarat, started his address by iterating the value of one vote to the people of Navsari. PM Modi said that each vote from Navsari has contributed to the development of Navsari, be it by providing piped water connections or giving housing to several families.

ৰাজস্থানৰ মানগড় পাহাৰত 'মানগড় ধাম কী গৌৰৱ গাঁথা' শীৰ্ষক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা অসমীয়া অনুবাদ

November 01st, 11:20 am

ৰাজস্থানৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলটজী, মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু জনজাতীয় সমাজৰ মহান নেতা শ্ৰী মংগুভাই পেটেল, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং জী চৌহান, মন্ত্ৰী পৰিষদৰ মোৰ সহকৰ্মী শ্ৰী ফগ্গান সিং কুলস্তে জী, শ্ৰী অৰ্জুন মেঘৱালজী, বিভিন্ন সংগঠনৰ বিশিষ্ট ব্যক্তিত্বসকল, সাংসদ, বিধায়ক আৰু মোৰ পুৰণি বন্ধুসকল, জনজাতীয় সমাজৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰা ভাতৃ মহেশজী আৰু মোৰ মৰমৰ জনজাতীয় ভাই-ভনীসকল যিসকল দূৰ-দূৰণিৰ পৰা মানগড় ধামলৈ আহিছে।

‘মংগৰ ধাম কী গৌৰৱ গাথা’ৰ ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

November 01st, 11:16 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'মনগড় ধাম কি গৌৰৱ গাথা' নামৰ এক ৰাজহুৱা অনুষ্ঠানত অংশ গ্ৰহণ কৰি স্বাধীনতা সংগ্ৰামৰ অখ্যাত জনজাতীয় নায়ক আৰু শ্বহীদসকলৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে ধুনি দৰ্শন কৰে আৰু গোবিন্দ গুৰুৰ প্ৰতিমূৰ্তিলৈ পুষ্পাঞ্জলি জ্ঞাপন কৰে