শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট সংস্থানৰ ৭৫ তম অমৃত মহোৎসৱত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

December 24th, 11:10 am

পূজ্য শাস্ত্ৰীজী মহাৰাজ শ্ৰী ধৰ্মজীৱন দাসজী স্বামীৰ অনুপ্ৰেৰণাত ৰাজকোট গুৰুকুলে ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। ৰাজকোট গুৰুকুলৰ ৭৫ বছৰীয়া এই যাত্ৰাৰ বাবে মই আপোনালোক সকলোকে হৃদয়েৰে অভিনন্দন জনাইছো। ভগৱান শ্ৰী স্বামী নাৰায়ণৰ নাম স্মৰণ কৰিলে এক নতুন চেতনা আহে আৰু আজি আপোনালোক সকলো সাধুৰ উপস্থিতিত স্বামীনাৰায়ণৰ নাম স্মৰণ কৰাটো এক পৃথক বিশেষাধিকাৰৰ উপলক্ষ। মই নিশ্চিত যে এই ঐতিহাসিক প্ৰতিষ্ঠানটোৰ ভৱিষ্যত আৰু অধিক সফল হ'ব। ইয়াৰ অৱদান আৰু অধিক অতুলনীয় হ'ব।

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট প্ৰতিষ্ঠানৰ ৭৫ সংখ্যক অমৰুত মহোৎসৱত ভাষণ প্ৰধানমন্ত্ৰীৰ

December 24th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট প্ৰতিষ্ঠানৰ ৭৫সংখ্যক অমৰুট মহোৎসৱত ভাষণ আগবঢ়ায়।

প্ৰধানমন্ত্ৰীয়ে ২৪ ডিচেম্বৰত শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট সংস্থানৰ ৭৫ সংখ্যক অমৃত মহোৎসৱত ভাষণ দিব

December 23rd, 01:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ ডিচেম্বৰ, ২০২২ তাৰিখে পুৱা ১১ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট সঞ্চালনৰ ৭৫ সংখ্যক অমৃত মহোৎসৱত ভাষণ আগবঢ়াব।