নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰীৰ লোকসভাক সম্বোধনৰ পূৰ্ণপাঠ
September 19th, 01:50 pm
নতুন সংসদ ভৱনত এয়া প্ৰথম আৰু ঐতিহাসিক অধিৱেশন। সকলো সন্মানীয় সাংসদ আৰু দেশবাসীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ।নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰীৰ লোকসভাক সম্বোধন
September 19th, 01:18 pm
সদনক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি নতুন সংসদ ভৱনত ঐতিহাসিক প্ৰথম অধিৱেশন অনুষ্ঠিত হোৱা বুলি উল্লেখেৰে এই উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। নতুন সংসদ ভৱনত প্ৰথম দিনাই বিশেষ অধিৱেশনত সদনক সম্বোধনৰ সুযোগ প্ৰদানৰ বাবে অধ্যক্ষৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ লগতে সদনৰ সদস্যসকলক উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে নতুন সংসদ ভৱনত প্ৰৱেশেৰে ভৱিষ্যতৰ সংকল্প গ্ৰহণেৰে অগ্ৰসৰ হোৱাৰ এই ক্ষণেই হৈছে অমৃত কালৰ আৰম্ভণি। শেহতীয়া সাফল্যৰাজিত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজ্ঞান খণ্ডত চন্দ্ৰযান ৩ৰ সফলতা আৰু জি-২০ সন্মিলন আৰু বিশ্ব পৰ্য্যায়ত ইয়াৰ প্ৰভাৱৰ কথা উল্লেখ কৰে। তেখেতে কয় যে ভাৰতৰ সন্মুখত এক অনন্য সুযোগ প্ৰতিভাত হৈছে আৰু ইয়াৰ আলোকত ৰাষ্ট্ৰখনৰ নতুন সংসদ ভৱন আজি কাৰ্য্যক্ষম হৈ উঠিছে। গণেশ চতুৰ্থীৰ শুভ লগনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাবা গণেশ হৈছে সমৃদ্ধি, মংগল আৰু জ্ঞানৰ দেৱতা। “এয়া সংকল্পৰাজি পৰিপূৰণ তথা নতুন উদ্যম আৰু শক্তিৰে নতুন যাত্ৰা আৰম্ভৰ সময়”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়। গণেশ চতুৰ্থী আৰু এই নতুন আৰম্ভণি উপলক্ষে লোকমান্য তিলকক স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতা সংগ্ৰামৰ সময়ত লোকমান্য তিলকে গণেশ চতুৰ্থীক সমগ্ৰ দেশতে স্বৰাজৰ শিখা প্ৰজ্জ্বলনৰ মাহেন্দ্ৰ ক্ষণলৈ ৰূপান্তৰিত কৰিছিল। আজি আমিও একে প্ৰেৰণাৰে আগবাঢ়িছো বুলি শ্ৰী মোদীয়ে কয়।নতুন দিল্লীৰ প্রগতি ময়দানত আন্তর্জাতিক প্রদর্শনী-কাম-কনভেনশ্যন চেণ্টাৰ (IECC) কমপ্লেক্সৰ উদ্বোধন অনুষ্ঠানত প্রধানমন্ত্রীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
July 26th, 11:28 pm
মোৰ সন্মুখত এক অপূর্ব দৃশ্য দেখিবলৈ পাইছোঁ। যি অনিন্দ্যসুন্দৰ, বিশাল, বিহঙ্গম দৃষ্টিত অসাধাৰণ। আৰু আজিৰ এই যি উপলক্ষ, ইয়াৰ অন্তৰালত যি কল্পনা, যাক আজি মই যেতিয়া বাস্তৱায়িত হোৱা দেখিছোঁ, সেই স্বপ্নক যেতিয়া চকুৰ আগত সঁচা হোৱা দেখিছোঁ, তেতিয়া মোৰ মনলৈ এটি বিখ্যাত কবিতাৰ লাইন উচ্চাৰণৰ ইচ্ছা জাগিছে:-PM inaugurates International Exhibition-cum-Convention Centre (IECC) complex at Pragati Maidan in New Delhi
July 26th, 06:30 pm
PM Modi dedicated to the International Exhibition-cum-Convention Centre (IECC) complex at Pragati Maidan in New Delhi. He said, “Bharat Mandapam is a call for India’s capabilities and new energy of the nation, it is a philosophy of India’s grandeur and willpower.”PM honours shramiks of ITPO International Exhibition-cum-Convention Centre
July 26th, 04:47 pm
Prime Minister Narendra Modi interacted with the Shramjeevis during the inauguration of the IECC Complex. It has been PM Modi's personal endeavour to interact with the Shramjeevis during the inauguration of important projects.PM Modi addresses public meetings at Tarakeshwar and Sonarpur, West Bengal
April 03rd, 03:00 pm
Continuing his poll campaign before the third phase of assembly election in West Bengal, PM Modi has addressed two mega rallies in Tarakeshwar and Sonarpur. He said, “We have seen a glimpse of what results are going to come on 2 May in Nandigram two days ago. I know for sure, with every step of the election, Didi’s panic will increase, her shower of abuse on me will also grow.”Work is being done with intentions as pure as Gangajal: PM Modi
November 30th, 03:14 pm
PM Narendra Modi inaugurated six-lane widening project of the Varanasi - Prayagraj section of NH-19 in Varanasi. He added that the unprecedented work has been done on new highways, pull-flyovers, widening of roads to reduce traffic jams in and around Varanasi.১৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাণসী-প্রয়াগৰাজ শাখাৰ ছয়লেন সম্প্ৰসাৰণ প্ৰকল্প উদ্বোধন কৰিলে প্রধানমন্ত্রীয়
November 30th, 03:13 pm
বাৰাণসীত আজি ১৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাণসী-প্রয়াগৰাজ শাখাৰ ছয়লেন সম্প্ৰসাৰণ প্ৰকল্পৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে।People of Bihar have decided that there will be no entry for Jungle Raj: PM Modi
November 01st, 04:01 pm
PM Narendra Modi while addressing the election rally in Bagaha, Bihar said, The trends in the first phase clearly indicate that people of Bihar have put up a no entry board for Jungle Raj in the state. He said that in the ongoing elections, the people have made up their minds to elect a stable NDA government under Nitish Ji's leadership.PM Modi campaigns in Chhapra, Samastipur, Motihari and Bagaha in Bihar
November 01st, 03:54 pm
Continuing his election campaigning spree, PM Modi addressed public meetings in Chhapra, Samastipur, Motihari and Bagaha today. He said, “It is clear after the first phase polls itself that Nitish Babu will head the next govt in Bihar. The opposition is totally rattled, but I would ask them not to vent their frustration on the people of Bihar.”On one side, NDA is committed to democracy, and on the other side is 'parivar tantra gathbandhan': PM
November 01st, 03:25 pm
At a poll rally in Samastipur, PM Narendra Modi said the Bharatiya Janata Party has decided to form 1000 Farmer Producer Organisations (FPOs) for farmers in Bihar. Central Govt has created a fund of Rs 1 lakh crores for agriculture infrastructure for our farmers, he said.Jungle Raj made sure all the industries and sugar mills which were the hallmark of Bihar were shut down: PM
November 01st, 02:55 pm
PM Modi, in his poll rally in Motihari, cautioned people against the jungle raj that would return if the Congress-RJD alliance came to power. He said Jungle Raj made sure all the industries and sugar mills which were the hallmark of Bihar were shut down.NDA will defeat "double-double yuvraj" in Bihar: PM Modi
November 01st, 10:50 am
At a poll rally in Chhapra, PM Modi took on the Mahagathbandhan and urged people to keep selfish forces away for a better future. Exuding confidence, PM Modi said that the first phase of voting in the state assembly polls indicated that NDA is coming back to power in Bihar.West Bengal will play a significant role in ‘Purvodaya’: PM Modi
October 22nd, 10:58 am
Prime Minister Narendra Modi joined the Durga Puja celebrations in West Bengal as he inaugurated a puja pandal in Kolkata via video conferencing today. The power of maa Durga and devotion of the people of Bengal is making me feel like I am present in the auspicious land of Bengal. Blessed to be able to celebrate with you, PM Modi said as he addressed the people of Bengal.PM Modi inaugurates Durga Puja Pandal in West Bengal
October 22nd, 10:57 am
Prime Minister Narendra Modi joined the Durga Puja celebrations in West Bengal as he inaugurated a puja pandal in Kolkata via video conferencing today. The power of maa Durga and devotion of the people of Bengal is making me feel like I am present in the auspicious land of Bengal. Blessed to be able to celebrate with you, PM Modi said as he addressed the people of Bengal.উত্তৰাখণ্ডত নমামী গংগেৰ অধীনত ছটা বৃহৎ প্ৰকল্পৰ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা
September 29th, 11:11 am
আজি মা গংগাৰ নিৰ্মলতা সুনিশ্চিত কৰা ৬টা বৃহৎ প্ৰকল্পৰ লোকাৰ্পণ কৰা হৈছে। ইয়াত হৰিদ্বাৰ, ঋষিকেশ, বদ্ৰিনাথ আৰু মুনীৰ ৰেতীত ছিৱেজ ট্ৰিটমেণ্ট প্লেণ্ট আৰু মিউজিয়ামৰ দৰে প্ৰকল্পও অন্তৰ্ভুক্ত। এই ব্যাপক প্ৰকল্পৰ বাবে উত্তৰাখণ্ডৰ সকলো বন্ধুক মই বহুত বহুত অভিনন্দন জনাইছো।গংগা নৈক নিৰ্মল আৰু নিৰবধি কৰি ৰাখিবলৈ উত্তৰাখণ্ডত ছটা বৃহৎ প্ৰকল্প উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়
September 29th, 11:10 am
শ্ৰী মোদীয়ে তদুপৰি হৰিদ্বাৰত গংগা নদী সন্দৰ্ভত প্ৰথমটো সংগ্ৰহালয় গংগা অৱলোকন উদ্বোধন কৰে। তেখেতে “ৰ’ৱিং ডাউন দ্য গংগা” শীৰ্ষক এখনি গ্ৰন্থ আৰু জল জীৱন অভিযানৰ নতুন প্ৰতীক উন্মোচন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি এই কাৰ্যসূচীত ‘মাগদৰ্শিকা ফৰ গ্ৰাম পঞ্চায়ত এণ্ড পানী সমিতি আণ্ডাৰ জল জীৱন মিশ্যন’ (গাঁও পঞ্চায়ত আৰু পানী সমিতিসমূহৰ অৰ্থে নীতি-নিৰ্দেশনা) মুকলি কৰে।কৃষি বিধেয়কে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক অতিশয় লাভান্বিত কৰিবঃ প্ৰধানমন্ত্ৰী মোদী
September 25th, 11:10 am
দীন দয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত এক কাৰ্যসূচীত বিজেপিৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “২১শ শতিকাত ভাৰতক বিশ্ব নেতাৰ আসনত অধিষ্ঠিত কৰিবলৈ আজি যিখিনি অগ্ৰগতি লাভ কৰা হৈছে, তাত পণ্ডিত দীনদয়াল উপাধ্যায় জীৰ এটা প্ৰধান অৱদান আছে।” তদুপৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, নতুন কৃষি বিধেয়কসমূহৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তা আছে।পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকীত বিজেপিৰ কাৰ্যকৰ্তাসকলক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
September 25th, 11:09 am
দীন দয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত এক কাৰ্যসূচীত বিজেপিৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “২১শ শতিকাত ভাৰতক বিশ্ব নেতাৰ আসনত অধিষ্ঠিত কৰিবলৈ আজি যিখিনি অগ্ৰগতি লাভ কৰা হৈছে, তাত পণ্ডিত দীনদয়াল উপাধ্যায় জীৰ এটা প্ৰধান অৱদান আছে।” তদুপৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, নতুন কৃষি বিধেয়কসমূহৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তা আছে।বিহাৰত পেট্ৰ’লিয়াম খণ্ডৰ তিনিটা প্ৰধান প্ৰকল্প মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূ
September 13th, 12:01 pm
কাৰ্যসূচীৰ আৰম্ভণিতে মই এক দুখদ খবৰ আপোনালোকক দিবলৈ ওলাইছো৷ বিহাৰৰ জ্যেষ্ঠ নেতা শ্ৰীমান ৰঘুবংশ প্ৰসাদ সিং আমাৰ মাজত নাই৷ মই তেখেতলৈ প্ৰণাম জনাইছো৷ ৰঘুবংশ বাহুৰ দেহাৱাসনত দেশৰ ৰাজনীতিত এক শূন্যৰ সৃষ্টি হ’ল৷ মাটিৰ মানুহ, দুখীয়াৰ সহমৰ্মী ব্যক্তিত্বৰ তেখেতে সমগ্ৰ জীৱন বিহাৰৰ সংঘৰ্ষত অতিবাহিত কৰিলে৷ তেওঁ যি চিন্তা-ধাৰাৰ সৈতে ডাঙৰ-দীঘল হৈছিল, সমগ্ৰ জীৱনটো সেই চিন্তা-ধাৰাৰ সৈতে অতিবাহিত কৰাৰ প্ৰয়াস কৰিলে৷