সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী

June 30th, 11:00 am

ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।

এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ সৈতে হোৱা বাৰ্তালাপ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

October 10th, 06:25 pm

এয়া এক ভাল লগা কাকতালীয় ঘটনা যে ১৯৫১ চনত এইডোখৰ স্থানত, এইখন ষ্টেডিয়ামতে প্ৰথমবাৰৰ বাবে ‘এছিয়ান গে’মছ’ অনুষ্ঠিত হৈছিল। আজি, আপোনালোকৰ লগতে সকলো খেলুৱৈয়ে যি পৰাক্ৰম দেখুৱালে, আপোনালোকে যি পুৰুষাৰ্থ দেখুৱলে, আপোনালোকে যি সাফল্য সম্ভৱ কৰি দেখুৱালে তাৰ বাবে দেশৰ প্ৰতিটো কোণত এক উৎসৱৰ পৰিৱেশ সৃষ্টি হৈছে। আপোনালোকে ১০০ তকৈয়ো অধিক পদক জয় কৰাৰ বাবে দিন-ৰাতি একাকাৰ কৰি দিছিল। ‘এছিয়ান গে’মছ’ত আপোনালোক সকলো খেলুৱৈৰ প্ৰদৰ্শনক লৈ সমগ্ৰ দেশে গৌৰৱ অনুভৱ কৰিছে।

এছিয়ান গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰে

October 10th, 06:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ মেজৰ ধ্যান চাঁদ ষ্টেডিয়ামত এছিয়ান গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ দলক সম্বোধন কৰে। তেওঁ খেলুৱৈসকলৰ সৈতেও বাৰ্তালাপ কৰে। ভাৰতে এছিয়ান গেমছ ২০২২ত ২৮টা সোণৰ পদকসহ ১০৭টা পদক লাভ কৰে আৰু ই হৈছে মহাদেশীয় মাল্টি স্পৰ্ট ইভেণ্টত লাভ কৰা মুঠ পদকৰ সংখ্যাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।

শ্বুটিংত স্বৰ্ণ জয় কৰাৰ বাবে ১০ মিটাৰ এয়াৰ পিষ্টল পুৰুষ দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

September 28th, 11:05 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত শ্বুটিংত স্বৰ্ণ জয় কৰাৰ বাবে ১০ মিটাৰ এয়াৰ পিষ্টল পুৰুষ দলক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে শ্বুটাৰত্ৰয় ক্ৰমে সৰবজ্যোত সিং, অৰ্জুন সিং চিমা আৰু শিৱ নৰৱালে তেওঁলোকৰ নিখুঁততা আৰু দক্ষতাৰে সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছে।

মহিলাৰ ‘শ্বুটিং প্ৰতিযোগিতা’ৰ ‘৫০ মিটাৰ ৰাইফল ইভেণ্ট’ৰ ৩ টা স্থানত স্বৰ্ণ পদক জয় কৰাৰ বাবে চিফ্ত কৌৰ সম্ৰাক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

September 27th, 09:30 pm

‘এছিয়ান গে’মছ’ত মহিলাৰ ‘শ্বুটিং প্ৰতিযোগিতা’ৰ ‘৫০ মিটাৰ ৰাইফল ইভেণ্ট’ৰ ৩ টা স্থানত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে চিফ্ত কৌৰ সম্ৰাক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

৫০ মিটাৰ ৰাইফল ৩ পজিছন্স মহিলা শ্বুটিঙত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে আশী চৌকছেক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

September 27th, 09:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত ৫০ মিটাৰ ৰাইফল ৩ পজিছন্স মহিলা শ্বুটিঙত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে শ্বুটাৰ আশী চৌকছেক অভিনন্দন জনাইছে।

পুৰুষৰ ‘স্কীট শ্বুটিং ইভেণ্ট’ত ৰূপৰ পদক অৰ্জনেৰে ইতিহাস ৰচনা কৰা অনন্ত জিত্ সিং নৰুকাক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

September 27th, 09:25 pm

‘এছিয়ান গে’মছ’ত অনুষ্ঠিত পুৰুষৰ ‘স্কীট শ্বুটিং প্ৰতিযোগিতা’ত ৰূপৰ পদক অৰ্জনেৰে ইতিহাস ৰচনা কৰা অনন্ত জিৎ সিং নৰুকাক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এছিয়ান গেমছত ভাৰতৰ বাবে প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰা শ্বুটাৰসকলক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

September 25th, 02:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছ, ২০২২ত ১০মিটাৰ এয়াৰ ৰাইফলত স্বৰ্ণ পদক অৰ্জন কৰা পুৰুষ দলক অভিনন্দন জনায়৷

আইএছএছএফ জুনিয়ৰ বিশ্বকাপত প্ৰদৰ্শনৰ বাবে ভাৰতীয় শ্বুটাৰসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

June 10th, 04:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইএছএছএফ জুনিয়ৰ বিশ্বকাপ, ২০২৩ত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে ভাৰতীয় শ্বুটাৰসকলক অভিনন্দন জনাইছে৷ প্ৰতিযোগিতাত ১৫টা পদকেৰে ভাৰতে পদক তালিকাৰ শীৰ্ষস্থান দখল কৰে৷

পেৰা শ্বুটিং বিশ্বকাপত স্বৰ্ণ জয় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় শ্বুটাৰ অৱনী লেখাৰাক অভিনন্দন জনায়

June 08th, 11:25 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰাঞ্চত অভিলেখ স্ক'ৰসহ পেৰা শ্বুটিং বিশ্বকাপত স্বৰ্ণ জয় কৰাৰ বাবে ভাৰতীয় শ্বুটাৰ অৱনী লেখাৰাক অভিনন্দন জ্ঞাপন কৰে।

PM congratulates Indian shooter Sriharsha Devaraddi for winning Gold in Para Shooting World Cup

June 08th, 11:23 am

The Prime Minister, Shri Narendra Modi has congratulated Indian shooter, Sriharsha Devaraddi for winning Gold in Para Shooting World Cup.

প্রধানমন্ত্রীয়ে তেওঁৰ বাসভৱনত ভাৰতীয় পেৰালিম্পিক প্রতিনিধিদলক সংবর্ধনা জনায়

September 09th, 02:41 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি তেওঁৰ বাসভৱনত টকিঅ' ২০২০ পেৰালিম্পিক প্রতিযোগিতাত অংশ গ্ৰহণ কৰা ভাৰতীয় প্রতিনিধিদলক সংবর্ধনা জনাইছে। এই প্রতিনিধিদলত পেৰা এথলিটসকলৰ উপৰিও প্রশিক্ষকসকল উপস্থিত আছিল।

বিশেষ আলোকচিত্ৰঃ পেৰাঅলিম্পিক চেম্পিয়নৰ সৈতে স্মৰণীয় কথোপকথন !

September 09th, 10:00 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ টকিঅ’ পেৰাঅলিম্পিকত অংশগ্ৰহণ কৰা আৰু বিশ্ব দৰবাৰত দেশক সন্মানিত কৰা ভাৰতীয় পেৰাঅলিম্পিকৰ চেম্পিয়নসকলক সাক্ষাৎ কৰে

পেৰালিম্পিক গেমছত স্বৰ্ণ পদক বিজয়ী শ্বুটাৰ মনীষ নাৰৱালক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

September 04th, 10:58 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ত অনুষ্ঠিত পেৰালিম্পিক স্বৰ্ণ পদক বিজয়ী শ্বুটাৰ মনীষ নাৰৱালক অভিনন্দন জ্ঞাপন কৰিছে।

PM congratulates shooter Singhraj Adhana for winning Silver Medal at Paralympics Games

September 04th, 10:54 am

The Prime Minister, Shri Narendra Modi has congratulated shooter Singhraj Adhana for winning Silver Medal at the Paralympics Games in Tokyo.