এছিয়ান গেমছত ১০ মিটাৰ এয়াৰ ৰাইফল মহিলা দলৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্বুটাৰ ৰমিতা, মেহুলি ঘোষ আৰু আশী চৌকছিক অভিনন্দন জনায়

September 24th, 11:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছ ২০২২ত অনুষ্ঠিত ১০ মিটাৰ এয়াৰ ৰাইফল মহিলা দলৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে শ্বুটাৰ ৰমিতা, মেহুলি ঘোষ আৰু আশী চৌকছিক প্ৰশংসা কৰে।

এছিয়ান গেমছত ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত উল্লেখযোগ্য ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ৰমিতা জিন্দালক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

September 24th, 11:13 pm

প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছ ২০২২ত ১০ মিটাৰ এয়াৰ ৰাইফল মহিলা (ব্যক্তিগত) ইভেণ্টত উল্লেখযোগ্য ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে শ্বুটাৰ ৰমিতা জিন্দালক প্ৰশংসা কৰে।

বিশ্ব মল্লযুঁজাৰু চেম্পিয়নশ্বিপ, ২০২১ত পদক জয়ৰ বাবে অঞ্চু মালিক আৰু সৰিতা ম’ৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

October 10th, 08:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব মল্লযুঁজাৰু চেম্পিয়নশ্বিপ, ২০২১ত অঞ্চু মালিকে ৰূপৰ পদক আৰু সৰিতা ম’ৰে ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অভিনন্দন জনায়৷

জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বীপৰ মেডেল টেলিৰ শীৰ্ষত স্থান লাভৰ বাবে ভাৰতীয় শ্বুটিং টীমক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 10th, 08:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বুটিং জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বীপত ১৬ সোণৰ পদককে ধৰি ৪০ টা পদকেৰে মেডেল টেলিৰ শীৰ্ষত স্থান লাভৰ বাবে ভাৰতীয় শ্বুটাৰসকলক অভিনন্দন জ্ঞাপন কৰিছে।

২৯.০৪.২০১৮ তাৰিখে অল ইণ্ডিয়া ৰেডিঅ’যোগে সম্প্ৰচাৰ হোৱা প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ অসমীয়া অনুবাদ

April 29th, 11:30 am

মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ৷ যোৱা ৪ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈকে অষ্ট্ৰেলিয়াত একবিংশ কমনৱেলথ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ’ল৷ ভাৰতৰ উপৰিও বিশ্বৰ ৭০খন দেশে ইয়াত ভাগ ল’লে৷

কমনৱেলথ গেমছত পদক জয়ী ভাৰতীয় খেলুৱৈসকলক অভিনন্দন প্রধানমন্ত্রীৰ

April 08th, 11:14 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কমনৱেলথ গেমছত পদক জয়ী ভাৰতীয় খেলুৱৈসকলক অভিনন্দন জনাইছে।

PM Modi lauds achievements of Indian athletes at ISSF Junior World Cup in Sydney

April 01st, 03:23 pm

Prime Minister Narendra Modi lauded the achievements of Indian athletes at the ISSF Junior World Cup held in Sydney, Australia. In a series of tweets, PM Modi appreciated the young shooters and said that their laurels made every Indian proud.