আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদসকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 03rd, 09:35 am
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, আন্তৰ্জাতিক কৃষি অৰ্থনীতি পৰিষদৰ অধ্যক্ষ ড° মতীন কাইম, নিটি আয়োগৰ সদস্য শ্ৰী ৰমেশ জী, ভাৰত আৰু অন্যান্য দেশৰ কৃষি বিজ্ঞানী, গৱেষক, কৃষি খণ্ডৰ সৈতে জড়িত বিভিন্ন বিশ্ববিদ্যালয়ৰ আমাৰ সতীৰ্থসকল , বিশেষজ্ঞ আৰু অংশীদাৰসকল, ভদ্ৰমহিলাসকল,PM inaugurates the 32nd International Conference of Agricultural Economists
August 03rd, 09:30 am
Prime Minister Narendra Modi inaugurated the 32nd International Conference of Agricultural Economists, emphasizing the need for global cooperation in agriculture and the importance of sustainable farming practices. The PM also highlighted India's efforts in digital agriculture, water conservation, and soil health management.ভূপাল আৰু নতুন দিল্লীৰ মাজত চলাচল কৰিবলগীয়া ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ৰে’লগাড়ীৰ যাত্ৰা মুকলি কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
April 01st, 03:51 pm
মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ জী, ৰে'লমন্ত্ৰী অশ্বিনী জী, গণ্যমান্য ব্যক্তিসকল আৰু বৃহত্ সংখ্যাত আহি ইয়াত উপস্থিত হোৱা ভূপালৰ মোৰ মৰমৰ!মধ্যপ্ৰদেশৰ ভূপালৰ ৰাণী কমলাপতি ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ ইন্দোৰত ৰাম নৱমীত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ
April 01st, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ভূপালৰ ৰাণী কমলাপতি ৰে’লৱে ষ্টেচনত ভূপাল-নতুন দিল্লীৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ৰাণী কমলাপতি-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ পৰিদৰ্শন কৰাৰ লগতে ৰে’লৰ শিশু আৰু কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে।মধ্য প্ৰদেশৰ শ্যোপুৰত মহিলা আত্ম সহায়ক গোটৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পাঠ
September 17th, 01:03 pm
মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেল, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান শিৱৰাজ সিংহ জী চৌহান, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থসকল, মধ্য প্ৰদেশ চৰকাৰৰ মন্ত্ৰীগণ, সাংসদ আৰু বিধায়ক বন্ধু, বিশাল সংখ্যাত উপস্থিত হোৱা আন সকলো সহায়ক গোটৰ সৈতে জড়িত মাতৃ-ভগ্নীসকলক প্ৰণাম!PM addresses Women Self Help Groups Conference in Karahal, Madhya Pradesh
September 17th, 01:00 pm
PM Modi participated in Self Help Group Sammelan organised at Sheopur, Madhya Pradesh. The PM highlighted that in the last 8 years, the government has taken numerous steps to empower the Self Help Groups. “Today more than 8 crore sisters across the country are associated with this campaign. Our goal is that at least one sister from every rural family should join this campaign”, PM Modi remarked.দেশৰ ভিতৰতে প্ৰথমখন ‘হৰ ঘৰ জল’ প্ৰমাণিত জিলা হোৱাৰ বাবে মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ নাগৰিক সকলক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে
July 22nd, 09:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ভিতৰতে প্ৰথমখন হৰ ঘৰ জল প্ৰমাণিত জিলা হোৱাৰ বাবে মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰিছে।মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
April 23rd, 02:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে মধ্যপ্ৰদেশ চৰকাৰৰ সু-প্ৰশাসন প্ৰচষ্টাৱলীৰ সন্দৰ্ভত আৰু কিদৰে তেওঁলোকৰ পৰিৱৰ্তনশীল আঁচনিসমূহে জনসাধাৰণৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে, সেই বিষয়ে আলোচনা কৰে৷মধ্যপ্ৰদেশৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ হিতাধিকাৰীসকলৰ ‘গৃহ প্ৰৱেশ’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 29th, 12:42 pm
PM Narendra Modi participated in ‘Grih Pravesham’ of about 5.21 Lakh beneficiaries of Pradhan Mantri Awaas Yojana - Gramin in Madhya Pradesh. PM Modi said that the campaign of providing pucca houses to the poor was not just a government scheme but a commitment to instill confidence in the rural poor.PM participates in ‘Grih Pravesham’ of more than 5 Lakh beneficiaries of PMAY-G in Madhya Pradesh
March 29th, 12:41 pm
PM Narendra Modi participated in ‘Grih Pravesham’ of about 5.21 Lakh beneficiaries of Pradhan Mantri Awaas Yojana - Gramin in Madhya Pradesh. PM Modi said that the campaign of providing pucca houses to the poor was not just a government scheme but a commitment to instill confidence in the rural poor.For the first time, on such a large scale, the art-culture of tribal communities being honoured: PM
November 15th, 01:05 pm
The Prime Minister Shri Narendra Modi launched multiple key initiatives for the welfare of Janjatiya community at Janjatiya Gaurav Diwas Mahasammelan. He launched the ‘Ration Aapke Gram’ scheme in Madhya Pradesh. He also launched the Madhya Pradesh Sickle Cell Mission. He laid the foundation of 50 Eklavya Model Residential Schools across the country. Governor and CM of Madhya Pradesh, Dr. Virendra Kumar, Shri Narendra Singh Tomar, Shri Jyotiraditya M Scindia, Union Ministers of State Shri Prahlad S Patel, Shri Faggan Singh Kulaste and Dr. L Murugan were among those present.‘জনজাতীয় গৌৰৱ দিৱস মহাসন্মিলন’ত জনজাতিসকলৰ কল্যাণাৰ্থে ৰূপায়ণ কৰিব খোজা এলানি পদক্ষেপৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 15th, 01:00 pm
‘জনজাতীয় গৌৰৱ দিৱস মহাসন্মিলন’-ত জনজাতীয় সমাজৰ বাবে এলানি কল্যাণমূলক পদক্ষেপৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। মধ্য প্ৰদেশত অনুষ্ঠিত সন্মিলনখনত প্ৰধানমন্ত্ৰীয়ে ‘ৰেচন আপকে গ্ৰাম’ শীৰ্ষক আঁচনিখনৰ শুভাৰম্ভ ঘোষণা কৰে। তেওঁ ‘মধ্য প্ৰদেশ ছিকল চে’ল মিছন’ৰো শুভাৰম্ভ কৰে। দেশৰ ভিন্ন প্ৰান্তত স্থাপিত হ’বলগীয়া ৫০খন ‘একলব্য আদৰ্শ আৱাসিক বিদ্যালয়’ৰ আধাৰশিলাও স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। অনুষ্ঠানত মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী, ড০ বীৰেন্দ্ৰ কুমাৰ, শ্ৰী নৰেন্দ্ৰ সিং টোমৰ, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, শ্ৰী প্ৰহ্লাদ এছ পেটেল, শ্ৰী ফগ্গন সিং কুলস্তে আৰু ড০ এল মুৰুগন আদি উপস্থিত থাকে।মুষলধাৰ বৰষুণ আৰু বানৰ কবলত পৰা সকলক সকাহ দিয়াৰ বাবে মধ্য প্ৰদেশ চৰকাৰৰ সৈতে ঘনিস্থ ভাবে কাম কৰি আছে কেন্দ্ৰীয় চৰকাৰে : প্ৰধানমন্ত্ৰী
August 04th, 01:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মুষলধাৰ বৰষুণ আৰু বানৰ কবলত পৰা সকলক সকাহ দিয়াৰ বাবে মধ্য প্ৰদেশ চৰকাৰৰ সৈতে ঘনিস্থ ভাবে কাম কৰি আছে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্যখনৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে বাৰ্তালাপতো মিলিত হৈছে।Congress sidelined interest of people of this country: PM Modi in Shahdol
November 16th, 02:58 pm
Prime Minister Narendra Modi today addressed a huge public meeting in Shahdol, Madhya Pradesh. PM Modi began his address by applauding the Madhya Pradesh government led by CM Shivraj Singh Chouhan for working tirelessly for the benefit of the people and for empowering their lives. He added that the upcoming Assembly election is not going to be about who wins and who loses the election rather it is going to decide who gets elected to serve the people of Madhya Pradesh and ensure the development of its people.The country progresses through Jan Shakti: PM Modi
August 09th, 10:00 pm
Addressing a public meeting to mark launch of 70th freedom year celebrations, PM Modi said that country progressed due to the ‘Jan Shakti’, efforts of it’s people & the zeal to fulfil their dreams. Talking about Kashmir, PM said the State needed peace and NDA Govt was committed to fulfilling dreams of every Kashmiri. He urged youth of Kashmir to cooperate with Central & State Governments to take the state to newer heights of progressPM flags off Tiranga Yatra to mark the launch of 70th Freedom Year Celebrations
August 09th, 02:25 pm
Addressing a rally to mark 70th Freedom Year celebrations, PM Modi said that only dialogue and development can ensure peace in Jammu and Kashmir. PM said that he was pained to see young men pelting stones on security forces in the state. The Prime Minister said that the freedom that every Indian has also belongs to every Kashmiri and Govt wanted the same bright future for every youth in Kashmir.Knowledge is immortal and is relevant in every era: PM Modi
May 14th, 01:13 pm
PM addresses International Convention on Universal Message of Simhastha
May 14th, 01:10 pm
PM reviews drought and water scarcity situation at high level meeting with Madhya Pradesh CM
May 10th, 09:05 pm
PM appreciates arrangements at Ujjain Simhasth
May 04th, 05:46 pm