মহাৰাষ্ট্ৰৰ শিৰডীৰ শ্ৰী সাইবাবা সমাধি মন্দিৰত পূজা আৰু দৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে
October 26th, 05:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ শিৰডীৰ শ্ৰী সাইবাবা সমাধি মন্দিৰত পূজা আৰু দৰ্শন কৰে।মহাৰাষ্ট্ৰৰ শিৰদীৰ নীলৱণ্ডে বান্ধৰ জল পূজন সম্পন্ন প্ৰধানমন্ত্ৰীৰ
October 26th, 05:36 pm
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ শিৰডীত নীলৱন্দে বান্ধৰ জল পূজন কৰে। শ্ৰী মোদীয়ে মথাউৰিটোও পৰিদৰ্শন কৰি খালৰ পানী এৰি দিয়ে।প্ৰধানমন্ত্ৰীয়ে ২৬ অক্টোবৰত মহাৰাষ্ট্ৰ আৰু গোৱা ভ্ৰমণ কৰিব
October 25th, 11:21 am
দুপৰীয়া প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদনগৰ জিলাৰ শিৰডীত উপস্থিত হৈ শ্ৰী ছাইবাবা সমাধি মন্দিৰত পূজা-অৰ্চনা আৰু দৰ্শন কৰিব। লগতে মন্দিৰৰ নতুন দৰ্শন কিউ কমপ্লেক্স উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ২ বজাত প্ৰধানমন্ত্ৰীয়ে নীলৱাণ্ডে বান্ধৰ জল পূজন সম্পন্নৰ লগতে বান্ধটোৰ এটা কেনেল নেটৱৰ্ক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। বিয়লি প্ৰায় ৩:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে শিৰডীত এক ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণেৰে স্বাস্থ্য, ৰে’ল, পথ, তেল আৰু গেছ আদি খণ্ডৰ প্ৰায় ৭৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।১১ ডিচেম্বৰত মহাৰাষ্ট্ৰ আৰু গোৱা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
December 09th, 07:39 pm
পুৱা ৯.৩০ বুজাত প্ৰধানমন্ত্ৰী নাগপুৰ ৰে’লৱে ষ্টেচনত উপস্থিত হ’ব, য’ত তেওঁ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব৷ পুৱা ১০ বজাত প্ৰধানমন্ত্ৰীয়ে ফ্ৰিডম পাৰ্ক মেট্ৰ’ ষ্টেচনৰ পৰা খাপৰী মেট্ৰ’ ষ্টেচনলৈ মেট্ৰ’যোগে যাত্ৰা কৰিব, য’ত তেওঁ ‘নাগপুৰ মেট্ৰ’ৰ প্ৰথম পৰ্যায়’ৰ কামৰ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব৷ একেটা অনুষ্ঠানত তেওঁ ‘নাগপুৰ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়’ৰ কামৰ আধাৰশিলা স্থাপন কৰিব৷ ১০.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে নাগপুৰ আৰু শিৰদী সংযোগী সমৃদ্ধি মহামাৰ্গৰ প্ৰথম পৰ্যায়ৰ কামৰ শুভাৰম্ভ কৰাৰ লগতে ঘাইপথেৰে যাত্ৰা কৰিব৷ ১১.১৫ বজাত প্ৰধানমন্ত্ৰীয়ে এইমছ নাগপুৰ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব৷শ্ৰী ছাইবাবা সমাধিৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
October 19th, 12:49 pm
মঞ্চত উপৱিষ্ট মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰীমান বিদ্যাসাগৰ ৰাও ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ডাঙৰীয়া, বিধানসভাৰ অধ্যক্ষ হৰিবাবু ডাঙৰীয়া, মোৰ মন্ত্ৰী পৰিষদৰ সতীৰ্থ শ্ৰী সুভাষ ভামৰে ডাঙৰীয়া, ছাইবাবা সংস্থান ট্ৰাষ্টৰ অধ্যক্ষ শ্ৰীমান সুৰেশ হাৱৰে ডাঙৰীয়া, মহাৰাষ্ট্ৰৰ মন্ত্ৰীবৰ্গ, মোৰ সতীৰ্থ সাংসদ, মহাৰাষ্ট্ৰৰ বিধায়কসকলৰ লগতে ইয়াত সমবেত বিশাল সংখ্যাৰ মোৰ মৰমৰ ভা-ভনীসকল, আপোনালোকৰ লগতে সমগ্ৰ মহাৰাষ্ট্ৰবাসী, ভাৰতবাসীক বিজয়া দশমীৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো।মহাৰাষ্ট্ৰৰ ছিৰ্দি ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰীয়ে; শ্ৰী ছাইবাবাৰ শতবৰ্ষ উদযাপন অনুষ্ঠানৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ; সমবেত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান
October 19th, 12:45 pm
এই উপলক্ষে এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে শ্ৰী ছাইবাবা সংস্থান ট্ৰাষ্টৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি এক নামফলক উন্মোচন কৰে। তেওঁ লগতে শ্ৰী ছাইবাবা সমাধিৰ শতবৰ্ষৰ স্মাৰক হিচাপে এটা ৰূপৰ মূদ্ৰাও মুকলি কৰে।PM offers prayers at Shri Saibaba's Samadhi Temple in Shirdi
October 19th, 11:30 am
PM Narendra Modi offered prayers at Shri Saibaba's Samadhi Temple in Shirdi, Maharashtra.