India and Thailand share deep cultural ties that span over two thousand years: PM Modi at SAMVAD programme
February 14th, 08:30 am
PM Modi, during the SAMVAD programme in Thailand, expressed his honor in joining the event and highlighted the deep cultural ties between India and Thailand. He recalled the origin of SAMVAD in 2015 with Shinzo Abe and emphasized the importance of the Asian Century. PM Modi advocated for conflict avoidance, environmental harmony, and the teachings of Bhagwan Buddha in creating a peaceful, progressive future.PM Modi's remarks during SAMVAD programme in Thailand
February 14th, 08:10 am
PM Modi, during the SAMVAD programme in Thailand, expressed his honor in joining the event and highlighted the deep cultural ties between India and Thailand. He recalled the origin of SAMVAD in 2015 with Shinzo Abe and emphasized the importance of the Asian Century. PM Modi advocated for conflict avoidance, environmental harmony, and the teachings of Bhagwan Buddha in creating a peaceful, progressive future.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমতী আবেক সাক্ষাৎ কৰে
September 06th, 08:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত শ্বিনজো আবেৰ পত্নী শ্ৰীমতী আবেক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত, শ্ৰী মোদীয়ে প্ৰয়াত প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ সৈতে থকা তেওঁৰ ঘনিষ্ঠ ব্যক্তিগত বন্ধুত্বক আদৰেৰে স্মৰণ কৰে আৰু ভাৰত-জাপান সম্পৰ্কৰ সম্ভাৱনাৰ ওপৰত থকা আবে ছানৰ দৃঢ় বিশ্বাসৰ ওপৰত আলোকপাত কৰে।প্ৰধানমন্ত্ৰীয়ে মন কী বাত সন্দৰ্ভত জাপানী দূতাবাসৰ বাৰ্তাৰ উত্তৰ দিয়ে
May 03rd, 08:40 pm
ভাৰতৰ জাপানী দূতাবাসে মন কী বাতৰ ১০০ তম খণ্ডৰ বাবে টুইট কৰিছিল। অনুষ্ঠানটোৰ প্ৰতি শুভেচ্ছা জনাই দূতাবাসে জাপানৰ স্বৰ্গীয় প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ 'মন কী বাত: এ ছ'চিয়েল ৰিভলিউচন অন ৰেডিঅ' নামৰ কিতাপখনৰ প্ৰস্তাৱনাত দিয়া বাৰ্তাটো স্মৰণ কৰে।জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাজকীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
September 27th, 04:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে টকিঅ’ৰ নিপ্পন বুডোকানত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাজকীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে। ২০ জনতকৈ অধিক ৰাষ্ট্ৰ/চৰকাৰৰ মুৰব্বীকে ধৰি শতাধিক দেশৰ প্ৰতিনিধিয়ে ৰাজকীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে।জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা উদ্বোধনী ভাষণৰ ইংৰাজীলৈ কৰা অনুবাদৰ ভাঙনি
September 27th, 12:57 pm
দুখৰ এই মুহূৰ্তত আমি আজি মিলিত হৈছোঁ। আজি আহি জাপানত উপস্থিত হোৱাৰ পিচতে মই অধিক ব্যথা অনুভৱ কৰিছো। কাৰণ, শেহবাৰ ইয়ালৈ আহোতে মই আবে ছেন-ৰ সৈতে দীঘলীয়াকৈ বাৰ্তালাপত মিলিত হৈছিলো। উভতি যোৱাৰ পিচতে তেনে এটা খবৰ শুনিব লগা হ’ব বুলি মই তেতিয়া এবাৰলৈও ভবা নাছিল।প্ৰধানমন্ত্ৰীৰ জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক
September 27th, 09:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী ফুমিও কিশিডাৰ সৈতে দ্বিপাক্ষিক বৈঠক কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শিঞ্জো আবেৰ বিয়োগত গভীৰ সমবেদনা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাপান বুজাবুজিক শক্তিশালী কৰাৰ সমান্তৰালকৈ এখন স্বতন্ত্ৰ, মুক্ত আৰু সমাৱেশী ভাৰত-প্ৰশান্ত ক্ষেত্ৰৰ ভিজনৰ পৰিকল্পনাত প্ৰয়াত প্ৰধানমন্ত্ৰী আবেৰ যোগদানৰ কথা উল্লেখ কৰে।PM Modi arrives in Tokyo, Japan
September 27th, 03:49 am
Prime Minister Narendra Modi arrived in Tokyo, Japan. He will attend the State Funeral ceremony of former Japanese PM Shinzo Abe.জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাজকীয় অত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে নিশা টকিঅ’লৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী
September 26th, 06:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাজকীয় অত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে নিশা টকিঅ’লৈ ৰাওনা হ’ব৷Our policy-making is based on the pulse of the people: PM Modi
July 08th, 06:31 pm
PM Modi addressed the first ‘Arun Jaitley Memorial Lecture’ in New Delhi. In his remarks, PM Modi said, We adopted the way of growth through inclusivity and tried for everyone’s inclusion. The PM listed measures like providing gas connections to more than 9 crore women, more than 10 crore toilets for the poor, more than 45 crore Jan Dhan accounts, 3 crore pucca houses to the poor.PM Modi addresses the first "Arun Jaitley Memorial Lecture" in New Delhi
July 08th, 06:30 pm
PM Modi addressed the first ‘Arun Jaitley Memorial Lecture’ in New Delhi. In his remarks, PM Modi said, We adopted the way of growth through inclusivity and tried for everyone’s inclusion. The PM listed measures like providing gas connections to more than 9 crore women, more than 10 crore toilets for the poor, more than 45 crore Jan Dhan accounts, 3 crore pucca houses to the poor.জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবে শ্বিনজোৰ কৰুণ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে শোক আৰু দুখ প্ৰকাশ কৰিছে
July 08th, 04:42 pm
জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবে শ্বিনজোৰ শোকাৱহ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে শোক আৰু দুখ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে শ্ৰী আবেৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু বন্ধুত্বৰ আলোকপাত কৰে আৰু ভাৰত-জাপান সম্পৰ্কক এক বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ বাবে তেওঁ আগবঢ়োৱা অপৰিসীম অৱদানৰ ওপৰত মন্তব্য কৰে। শ্ৰী মোদীয়ে ২০২২ চনৰ ৯ জুলাইত আবে শ্বিনজোৰ প্ৰতি গভীৰ সন্মান জনাই এদিনীয়া ৰাষ্ট্ৰীয় শোকৰ দিন হিচাপে ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে টকিঅ'ত তেওঁলোকৰ শেহতীয়া বৈঠকৰ এখন আলোকচিত্ৰও বিনিময় কৰে।মোদী-আবেঃ এক বিশেষ সৌহাদ্যপূৰ্ণ সম্পৰ্ক
July 08th, 04:05 pm
শ্বিনজো আবে ডাঙৰীয়াৰ অকাল আৰু মৰ্মান্তিক মৃত্যু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে এক ব্যক্তিগত ক্ষতি। এলানি টুইটত তেওঁ দুখ ব্যক্ত কৰিছএ।প্রধানমন্ত্রীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবে শ্বিঞ্জোৰ ওপৰত হোৱা আক্ৰমণত স্তম্ভিত
July 08th, 11:33 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবে শ্বিঞ্জোৰ ওপৰত হোৱা আক্ৰমণত স্তম্ভিত হৈছে।আহমেদাবাদৰ ‘এএমএ’-ত ‘জেন গাৰ্ডেন’ আৰু ‘কাইজেন অকাডেমী’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
June 27th, 12:21 pm
‘জেন গাৰ্ডেন’ আৰু ‘কাইজেন অকাডেমী’ৰ লোকাৰ্পণৰ এই সুযোগ ভাৰত-জাপানৰ মাজৰ সম্পৰ্কৰ সহজতা আৰু আধুনিকতাৰ প্ৰতীক হিচাপেই পৰিগণিত হৈছে। মোৰ বিশ্বাস যে জাপানৰ ‘জেন গাৰ্ডেন’ আৰু ‘কাইজেন অকাডেমী’ৰ এই প্ৰতিস্থাই, ভাৰত আৰ জাপানৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰি তুলিব, আমাৰ নাগৰিকসকলক আৰু কাষ চপাই আনিব। বিশেষ ভাবে, মই ‘হ্যোগো’ আৰু ‘প্ৰী-ফেক্সাৰ’ৰ নেতৃবৃন্দৰ, মোৰ অভিন্ন মিত্ৰ গৱৰ্ণৰ শ্ৰীমান ইদো তোশীজোক বিশেষ ভাবে এই মুহূৰ্তত অভিনন্দন জ্ঞাপন কৰিছো। গৱৰ্ণৰ ইদো ২০১৭চনত নিজেই আহমেদাবাদলৈ আহিছিল। আহমেদাবাদত ‘জেন গাৰ্ডেন’ আৰু ‘কাইজেন অকাডেমী’ৰ স্থাপন কৰাৰ ক্ষেত্ৰত তেওঁৰ লগতে ‘হ্যোগো ইণ্টাৰনেশ্যনেল এছোচিয়েশ্যন’ৰ অতি গুৰুত্বপূৰ্ণ অৱদান আছিল। মই ‘গুজৰাটৰ ভাৰত-জাপান মৈত্ৰী সংস্থা’ৰ সতীৰ্থসকলকো ইয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰিব খুজিছো। তেওঁলোকে ভাৰত-জাপানৰ মাজৰ সম্বন্ধ মজবুট কৰাৰ বাবে নিৰন্তৰ ভাবে উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। ‘জাপান ইনফৰ্মেশ্যন এণ্ড ষ্টাডী চেণ্টাৰ’-ও ইয়াৰ এক সুন্দৰ উদাহৰণ।PM Modi inaugurates Zen Garden and Kaizen Academy at AMA, Ahmedabad
June 27th, 12:20 pm
PM Narendra Modi inaugurated a Zen Garden and Kaizen Academy at AMA, Ahmedabad via video conference. Pointing to the similarities between ‘Zen’ and Indian ‘Dhyan’, the Prime Minister dwelled on the emphasis on inner peace along with outer progress and growth in the two cultures.PM Modi's message at India-Japan Samvad Conference
December 21st, 09:30 am
PM Narendra Modi addressed the India-Japan Samvad Conference. He said the governments must keep “humanism” at the core of its policies. “We had dialogues in past but they were aimed at pulling others down, now let us rise together,” he said.Telephone Conversation between PM and Prime Minister of Japan
April 10th, 03:44 pm
Prime Minister Shri Narendra Modi spoke on telephone today with H.E. Shinzo Abe, Prime Minister of Japan.প্ৰধানমন্ত্ৰীৰ জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেক সাক্ষাৎ
November 04th, 11:43 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত ইষ্ট এছিয়া সন্মিলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেক সাক্ষাৎ কৰে৷ আলোচনাত এই বছৰটোৰ শেষলৈ ভাৰত-জাপানৰ ২+২ ডায়লগ আৰু বাৰ্ষিক সন্মিলন অনুষ্ঠিত কৰাত গুৰুত্ব প্ৰদান কৰা হয়৷জাপানৰ হাগিবিছ ঘূৰ্ণীবতাহত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
October 13th, 09:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানত হাগিবিছ ঘূৰ্ণীবতাহত প্ৰাণহানি হোৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷ তেওঁ কয়, “জাপানত হাগিবিছ ঘূৰ্ণীবতাহত প্ৰাণহানি হোৱাসকলৰ প্ৰতি মই সকলো ভাৰতীয়ৰ হৈ শোক প্ৰকাশ কৰিছো৷ প্ৰাকৃতিক দূৰ্যোগৰ ফলত সৃষ্টি হোৱা ক্ষয়-ক্ষতি আৰু বিধ্বস্ত অৱস্থাৰ পৰা শীঘ্ৰে উদ্ধাৰ হোৱাটো কামনা কৰিছো৷