অসমৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

May 29th, 12:22 pm

অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়াজী, মুখ্যমন্ত্ৰী ভাই হিমন্ত বিশ্ব শৰ্মাজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সদস্য অশ্বিনী বৈষ্ণৱ জী, সৰ্বানন্দ সোণোৱালজী, ৰামেশ্বৰ তেলী জী, নিশিথ প্ৰমানিক জী, জন বৰলাজী, আন সকলো মন্ত্ৰী, সাংসদ, বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীক নিউ জলপাইগুৰিৰ সৈতে সংযোগ কৰা অসমৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে

May 29th, 12:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে। বন্দে ভাৰত এক্সপ্ৰেছে গুৱাহাটীক নিউ জলপাইগুৰিৰ সৈতে সংযুক্ত কৰিব আৰু এই যাত্ৰাত ৫ ঘন্টা ৩০ মিনিট সময় লাগিব। প্ৰধানমন্ত্ৰীয়ে ১৮২ ৰুট কিলোমিটাৰ নতুনকৈ বিদ্যুৎ সংযোগী অংশ উচৰ্গা কৰাৰ লগতে অসমৰ লামডিঙত নতুনকৈ নিৰ্মিত DEMU/MEMU চেড উদ্বোধন কৰে।

India is scaling new heights of success and Meghalaya is making a strong contribution to it: PM Modi in Shillong

February 24th, 01:50 pm

Ahead of the Assembly election at the end of this month Prime Minister Narendra Modi today visited Meghalaya. Addressing a public meeting in Shillong, he said, “Be it young or old, women or men, businessmen or government employees, farmers or laborers, all are saying in one voice- ‘Meghalaya Maange, BJP Sarkaar’. Meghalaya wants a stable government under the leadership of a strong party. That's why the lotus today has become a symbol of Meghalaya's strength, stability and peace.”

PM Modi addresses public meetings in Meghalaya’s Shillong and Tura

February 24th, 01:30 pm

Ahead of the Assembly election at the end of this month Prime Minister Narendra Modi today visited Meghalaya. Addressing a public meeting in Shillong, he said, “Be it young or old, women or men, businessmen or government employees, farmers or laborers, all are saying in one voice- ‘Meghalaya Maange, BJP Sarkaar’. Meghalaya wants a stable government under the leadership of a strong party. That's why the lotus today has become a symbol of Meghalaya's strength, stability and peace.”

Our government is working with ‘DevINE’ intentions: PM Modi in Meghalaya

December 18th, 04:22 pm

The Prime Minister, Shri Narendra Modi laid the foundation stone, and inaugurated and dedicated to the nation multiple projects worth over Rs. 2450 crores in Shillong, Meghalaya today. Earlier in the day, the Prime Minister attended the meeting of the North Eastern Council at the State Convention Centre in Shillong and participated in its golden jubilee celebrations.

প্ৰধানমন্ত্ৰীয়ে মেঘালয়ৰ শ্বিলঙত ২৪৫০ কোটি টকাৰ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, উদ্বোধন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে

December 18th, 11:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেঘালয়ৰ শ্বিলঙত ২৪৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে। দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে শ্বিলঙৰ ৰাজ্যিক সন্মিলন কেন্দ্ৰত উত্তৰ-পূব পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰে আৰু ইয়াৰ সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰে।

৭মাৰ্চত উদযাপন কৰিবলগীয়া ‘জনৌষধী দিৱস’ত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

March 05th, 09:06 pm

অহা ৭মাৰ্চত উদযাপন কৰিবলগীয়া ‘জনৌষধী দিৱস’ত ভাষণ দিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। সেইদিনা পুৱা ১০বজাত তেওঁ ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে এই ভাষণ প্ৰদান কৰিব। একেটা অনুষ্ঠানতে তেওঁ শ্বিলঙৰ ‘নেইগ্ৰিমছ’-ত স্থাপিত ৭৫০০সংখ্যক ‘জনৌষধী কেন্দ্ৰ’টোও ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰিব। শ্ৰীমোদীয়ে ‘প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধী পৰিযোজনা’ৰ একাংশ হিতাধিকাৰীৰ সৈতে এক বাৰ্তালাপমূলক অনুষ্ঠানত মিলিত হোৱাৰ লগতে এই পৰিযোজনা ৰূপায়ণৰ ক্ষেত্ৰত উত্কৃষ্ট সেৱা আগবঢ়োৱা একাংশ অংশীদাৰক পুৰস্কাৰো প্ৰদান কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় সাৰ আৰু ৰসায়ণ বিভাগৰ মন্ত্ৰীগৰাকীয়েও অংশগ্ৰহণ কৰিব।

BJP’s agenda is speedy and all-round development: PM Modi in Meghalaya

December 16th, 02:30 pm

Prime Minister Narendra Modi today addressed a public meeting in Shillong Meghalaya after inaugurating 261 kilometre long 2-Laning of Shillong-Nongstoin Section of NH 106 and Nongstoin- Rongjeng Section of NH 127-B. He emphasized that the enhanced road network would boost economic activity and would establish a direct link between the important towns of the state- Shillong and Tura.

PM to visit Mizoram and Meghalaya tomorrow; will inaugurate various development projects

December 15th, 09:03 pm

The Prime Minister, Shri Narendra Modi, will visit Mizoram and Meghalaya tomorrow where he will inaugurate various development projects.

Development of Northeast is a priority for us: PM Modi

May 07th, 01:15 pm

PM Narendra Modi addressed centenary celebrations of Bharat Sevashram Sangha in Shillong, via video conferencing. Recalling the contributions of Swami Pranavananda, Shri Modi said, “Swami Pranavananda connected his disciples to service and spirituality. Societal development through 'Bhakti', 'Shakti' and 'Jan Shakti' was achieved by Swami Pranavananda.” The PM urged people to work towards cleanliness in Northeast. He also said that development of Northeast was a priority for the Centre.

It is my conviction to bring North-East at par with the other developed regions of the country: PM Modi

May 27th, 02:00 pm