এইদৰে মোদী চৰকাৰে শিক্ষা খণ্ডটোৰ ৰূপান্তৰ সাধন কৰিছে
September 07th, 12:03 pm
মোদী চৰকাৰখনে প্ৰাথমিক, উচ্চ আৰু চিকিৎসা শিক্ষাক কেন্দ্ৰ কৰি শিক্ষা খণ্ডটোত দ্ৰুত গতিৰে ৰূপান্তৰ সাধনত গুৰুত্ব আৰোপ কৰি আহিছে। ২০১৪ ৰপৰা, মোদী চৰকাৰে নতুন আইআইটি (IIT), আইআইএম, আইআইআইটি (IIIT), এনআইটি আৰু এনআইডিসমূহ স্থাপনৰ কথা ঘোষণা কৰিছে। ২০১৪ ৰপৰা প্ৰতি বছৰে এখনকৈ নতুন আইআইটি আৰু আইআইএম আৰম্ভ কৰি অহা হৈছে।শিক্ষক পৰ্বৰ অধিবেশনত উদ্বোধন উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনুবাদ
September 07th, 10:31 am
শিক্ষক পৰ্বৰ এই মহত্বপূৰ্ণ কাৰ্যক্ৰমত আমাৰ সৈতে জড়িত হৈ থকা কেবিনেটত মোৰ সহযোগী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান জী, শ্ৰীমতী অন্নপূৰ্ণা দেৱী জী, ডঃ সুভাষ চৰকাৰৰ জী, ডঃ ৰাজকুমাৰ ৰঞ্জন সিং জী, দেশৰ বেলেগ-বেলেগ ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰীসকল, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মূল ৰূপ প্ৰস্তুতকৰ্তা সমিতিৰ অধ্যক্ষ ডঃ কস্তুৰী ৰঞ্জন জী, তেওঁৰ টিমৰ সকলো মাননীয় সদস্যসকল, আমাৰ সৈতে জড়িত সমগ্ৰ দেশৰ সকলো বিদ্বান অধ্যক্ষ, শিক্ষক, আৰু মৰমৰ বিদ্যাৰ্থীসকল!শিক্ষক পৰ্বৰ উদ্বোধনী সমাৰোহত প্ৰধানমন্ত্ৰীৰ ভাষণ
September 07th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে আজি শিক্ষক পৰ্বৰ উদ্বোনী সমাৰোহৰত ভাষণ আগবঢ়ায়৷ এই উপলক্ষে তেওঁ ভাৰতীয় সাংকেতিক ভাষা অভিধান(শ্ৰৱন শক্তিহীন দিব্যাংগসকলৰ সাৰ্বজনীন শিক্ষণ ডিজাইনৰ অনুৰূপ শ্ৰাব্য আৰু লিখিত সাংকেতিক ভাষা), টকিং বুক (দৃষ্টিহীনসকলৰ বাবে শ্ৰাব্য গ্ৰন্থ), চিবিএছইৰ বাবে স্কুল কোৱালিটী এছ্যুৰেন্স আৰু এছেচমেণ্ট ফ্ৰেমৱৰ্ক, নিপুন ভাৰতৰ বাবে নিষ্ঠা শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী আৰু বিদ্যাঞ্জলি প’ৰ্টেল (শিক্ষা স্বেচ্ছাসেৱকসকল/দাতব্য/বিদ্যালয়ৰ উন্নয়নৰ বাবে চিএছআৰ বৰঙণিদাতাসকলৰ)ৰ শুভাৰম্ভ কৰে৷প্ৰধানমন্ত্ৰীয়ে ৭ ছেপ্টেম্বৰত শিক্ষক পৰ্বৰ উদ্বোধনী সন্মিলনত ভাষণ দিব
September 05th, 02:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ ছেপ্টেম্বৰ, ২০২১ তাৰিখে পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শিক্ষক পৰ্বৰ উদ্বোধনী সন্মিলনত ভাষণ প্ৰদান কৰিব। তেওঁ অনুষ্ঠানটোৰ সময়ত শিক্ষা খণ্ডত একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপৰো শুভাৰম্ভ কৰিব।এনইপি ২০২০ৰ অধীনত ‘‘একবিংশ শতিকাত বিদ্যালয় শিক্ষা’’ বিষয়ক সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূ
September 11th, 11:01 am
মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী, দেশৰ শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল নিশাংক মহোদয়, শ্ৰী সঞ্জয় ধত্ৰে মহোদয়, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ গাঁথনি প্ৰস্তুত কৰা সমিতিৰ অধ্যক্ষ ডাঃ কস্তুৰী ৰংগন মহোদয়, তেওঁৰ দলৰ সন্মানীয় সদস্যগণ, এই বিশেষ সন্মিলনত অংশগ্ৰহণ কৰা সকলো ৰাজ্যৰ বিদ্বান, উপাচাৰ্য, শিক্ষক, ভদ্ৰ মহিলা তথা ভদ্ৰ পুৰুষসকল, আজি আমি এনে এক ক্ষণৰ অংশীদাৰ হ’বলৈ গৈছো যি আমাৰ দেশৰ ভৱিষ্যতৰ ভেঁটি গঢ়াত সহায়ক হ’ব৷ ই এনে এক ক্ষণ য’ত নতুন যুগৰ নিৰ্মাণৰ বীজ ৰোপণ কৰা হৈছে৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে একবিংশ শতিকাৰ ভাৰতক নতুন দিশ প্ৰদান কৰিব৷এনইপি, ২০২০ৰ অধীনত “২১ শ শতিকাৰ বিদ্যালয়ৰ শিক্ষা” শীৰ্ষক সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
September 11th, 11:00 am
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এনইপি, ২০২০ৰ অধীনত “২১ শ শতিকাৰ বিদ্য়ালয়ৰ শিক্ষা” শীৰ্ষক সন্মিলন সম্বোধন কৰে।