বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

March 27th, 01:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুদিনীয়া বাংলাদেশ ভ্ৰমণৰ দ্বিতীয় দিনা টুংগিপাৰাৰ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কোনো বিদেশী ৰাষ্ট্ৰপ্ৰধান বা চৰকাৰৰ মুৰব্বীৰ ভ্ৰমণকালত বংগবন্ধুৰ সমাধিস্থলত এয়া প্ৰথম শ্ৰদ্ধাঞ্জলি নিবেদন। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঐতিহাসিক ঘটনাৰ স্মৰণত বকুল গছৰ পুলি ৰোপণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা তেওঁৰ ভগ্নী শ্বেখ ৰেহানাও উপস্থিত আছিল।

বাংলাদেশৰ ওড়াকান্দী ঠাকুৰবাৰীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ

March 27th, 12:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশ ভ্ৰমণৰ দ্বিতীয় দিনা ওৰাকান্দিস্থিত হৰি মন্দিৰত আশীৰ্বাদ বিচাৰে আৰু ঠাকুৰ পৰিয়ালৰ লোকসকলৰ সৈতে মতবিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে ওৰাকান্দিস্থিত হৰি মন্দিৰ দৰ্শন কৰে আৰু সমূহীয়া আদৰণি অনুষ্ঠানত উপস্থিত থাকে

March 27th, 12:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশ ভ্ৰমণৰ দ্বিতীয় দিনা ওৰাকান্দিস্থিত হৰি মন্দিৰত আশীৰ্বাদ বিচাৰে আৰু ঠাকুৰ পৰিয়ালৰ লোকসকলৰ সৈতে মতবিনিময় কৰে।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাংলাদেশ ভ্ৰমণ উপলক্ষে প্ৰকাশিত যুটীয়া বিবৃতি

March 27th, 09:18 am

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাংলাদেশ ভ্ৰমণ উপলক্ষে প্ৰকাশিত যুটীয়া বিবৃতি

‘বাপু-বংগবন্ধু ডিজিটেল প্ৰদৰ্শনী’ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

March 26th, 06:00 pm

বাংলাদেশলৈ কৰা দুদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সৈতে যুটীয়া ভাবে ‘বাপু-বংগবন্ধু ডিজিটেল প্ৰদৰ্শনী’ এখন মুকলি কৰে। ‘বাপু’ আৰু ‘বংগবন্ধু’ দুয়োগৰাকীয়েই দক্ষিণ এচীয়াৰ অতিকে বৰেণ্য ব্যক্তিত্ব, যাৰ চিন্তা আৰু কাৰ্মৰাজীয়ে সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰি আহিছে।

বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 26th, 04:26 pm

PM Modi took part in the National Day celebrations of Bangladesh in Dhaka. He awarded Gandhi Peace Prize 2020 posthumously to Bangabandhu Sheikh Mujibur Rahman. PM Modi emphasized that both nations must progress together for prosperity of the region and and asserted that they must remain united to counter threats like terrorism.

বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

March 26th, 04:24 pm

দুদিনীয়া কাৰ্যসূচীৰে বাংলাদেশ ভ্ৰমণৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তীত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াত ভাগ লয় বাংলাদেশৰ ৰাষ্ট্ৰপতি, মহামান্য মহম্মদ আব্দুল হামিদ; বাংলাদেশৰ প্ৰধানমন্ত্ৰী, মহামান্য শেখ হাচিনা; শেখ মুজিবুৰ ৰহমানৰ কনিষ্ঠ কন্যা শেখ ৰেহেনা; মুজিব বৰ্ষ উদযাপনাৰ্থে ৰাষ্ট্ৰীয় ৰূপায়ণ কমিটিৰ মুখ্য সমন্বয়ক, ডঃ কামাল আব্দুল নাছেৰ চৌধাৰী আৰু আন-আন বিশিষ্ট ব্যক্তিসকলে। তেজগাঁওস্থিত ৰাষ্ট্ৰীয় পেৰেড স্কোৱেৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াতে বাংলাদেশৰ জাতিৰ পিতা, বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকীও পালন কৰা হয়।

জন্ম বাৰ্ষিকীত বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰী

March 17th, 10:17 am

জন্ম বাৰ্ষিকী উপলক্ষে বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধা নিবেদন কৰিছে।

India-Bangladesh Power Grid Transmission Line is our gateway to the East: PM Modi

March 23rd, 11:38 am



PM Narendra Modi, Bangladesh PM Sheikh Hasina, jointly dedicate second cross border transmission interconnection system between India and Bangladesh

March 23rd, 11:37 am