
বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰেছ বিবৃতি
June 22nd, 01:00 pm
প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাজী আৰু তেওঁৰ প্ৰতিনিধি দললৈ উষ্ম আদৰণি জনাইছো। যোৱা এবছৰত আমি দহবাৰ লগ হৈছো। কিন্তু আজিৰ এই ভ্ৰমণ বিশেষ। কাৰণ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাজী আমাৰ চৰকাৰৰ তৃতীয় কাৰ্যকালত আমাৰ প্ৰথম ৰাজ্যিক অতিথি।
Heads of States attend swearing-in ceremony of the Prime Minister and Council of Ministers
June 09th, 11:50 pm
The swearing-in ceremony of Prime Minister Shri Narendra Modi and the Council of Ministers took place in Rashtrapati Bhavan on 09 June 2024. Leaders from India’s neighbourhood and the Indian Ocean region participated in the ceremony as honoured guests.
প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে নেতাসকলৰ আগমন
June 08th, 12:24 pm
২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান ৯ জুন, ২০২৪ তাৰিখে অনুষ্ঠিত হ'ব। এই উপলক্ষে ভাৰতৰ চুবুৰীয়া অঞ্চল আৰু ভাৰত মহাসাগৰীয় অঞ্চলৰ নেতাসকলক বিশিষ্ট অতিথি হিচাপে সৌহাৰ্দ্যপূৰ্ণভাৱে আমন্ত্ৰণ জনোৱা হৈছে।প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ
June 05th, 08:04 pm
অষ্টাদশ লোকসভা নিৰ্বাচনত এনডিএৰ বিজয়ৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ পৰা এটা অভিনন্দনসূচক ফোন কল লাভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।PM congratulates Prime Minister Sheikh Hasina for victory for fourth consecutive term
January 08th, 07:54 pm
The Prime Minister, Shri Narendra Modi today spoke to Prime Minister Sheikh Hasina of Bangladesh and congratulated her on her victory for a historic fourth consecutive term in the Parliamentary elections.বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়াভাৱে উন্নয়নমূলক প্ৰকল্পৰ ভাৰ্চুৱেল উদ্বোধন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্য
November 01st, 11:00 am
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী ড০ জয়শংকৰ, শ্ৰী অশ্বিনী বৈষ্ণৱ, শ্ৰী আৰ কে সিং, শ্ৰী জি কিষাণ ৰেড্ডী আৰু এই অনুষ্ঠানৰ সৈতে জড়িত সকলো সহকৰ্মী,১ নৱেম্বৰত ভাৰত আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে যুটীয়াভাৱে তিনিটা উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব
October 31st, 05:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ১ নৱেম্বৰ ২০২৩ তাৰিখে পুৱা প্ৰায় ১১ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভাৰতৰ সাহায্যত নিৰ্মাণ কৰা তিনিটা উন্নয়নমূলক প্ৰকল্প যুটীয়াভাৱে উদ্বোধন কৰিব। প্ৰকল্প তিনিটা হৈছে আখাউৰা-আগৰতলা ক্ৰছ-বৰ্ডাৰ ৰে'ল সংযোগ; খুলনা- মংগলা বন্দৰগাহ ৰেল লাইন; আৰু মৈত্ৰী চুপাৰ থাৰ্মেল পাৱাৰ প্লেণ্টৰ দ্বিতীয় ইউনিট।বাংলাদেশৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেখ হাছিনাৰে মিলিত প্ৰধানমন্ত্ৰী
September 08th, 07:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেখ হাছিনাৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৯-১০ ছেপ্টেম্বৰ, ২০২৩ত অনুষ্ঠিত হ’বলগীয়া জি-২০ নেতা সন্মিলনত অংশগ্ৰহণৰ বাবে অতিথি দেশ হিচাপে ভাৰত ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী হাছিনাই।নতুন দিল্লীস্থিত বাসগৃহত মৰিচাছৰ প্ৰধানমন্ত্ৰী, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে তিনিখন দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী
September 08th, 01:40 pm
এক টুইটাৰ পোষ্টত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছে যে আজি সন্ধিয়া নতুন দিল্লীস্থিত তেওঁৰ বাসগৃহত মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰৱীন্দ কুমাৰ জগন্নাথ, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে তিনিখন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব।ভাৰত আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে যুটীয়াভাৱে ভাৰ্চুৱেল মাধ্যমেৰে ভাৰত-বাংলাদেশ ফ্ৰেইণ্ডশ্বিপ পাইপলাইন উদ্বোধন কৰিব
March 16th, 06:55 pm
ই হৈছে ভাৰত আৰু বাংলাদেশৰ মাজত ৩৭৭ কোটি টকা আনুমানিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰথমটো সীমান্ত অতিক্ৰমি শক্তি পাইপলাইন। এই পাইপলাইনৰ বাংলাদেশৰ অংশটো প্ৰায় ২৮৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। ভাৰত চৰকাৰে অনুদান সাহায্যৰ অধীনত এই অংশটোৰ ব্যয় বহন কৰিছে।India - Bangladesh Joint Statement during the State Visit of Prime Minister of Bangladesh to India
September 07th, 03:04 pm
PM Sheikh Hasina of Bangladesh, paid a State Visit to India at the invitation of PM Modi. The two Prime Ministers held discussions on the entire gamut of bilateral cooperation, including political and security cooperation, defence, border management, trade and connectivity, water resources, power and energy, development cooperation, cultural and people-to-people links.ফলাফলৰ তালিকা: বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ
September 06th, 02:54 pm
ফলাফলৰ তালিকা: বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণPM Modi's remarks at joint press meet with Bangladesh PM
September 06th, 01:11 pm
Addressing the joint press meet with Bangladesh PM in New Delhi, PM Modi said, Bangladesh is India's biggest development partner and our biggest trade partner in the region. There is a continuous improvement in the people to people cooperation. An important agreement regarding water-sharing of Kushiyara River was also signed in between both the countries.PM Modi and Bangladesh PM at joint press meet
September 06th, 01:10 pm
Addressing the joint press meet with Bangladesh PM in New Delhi, PM Modi said, Bangladesh is India's biggest development partner and our biggest trade partner in the region. There is a continuous improvement in the people to people cooperation. An important agreement regarding water-sharing of Kushiyara River was also signed in between both the countries.প্রধানমন্ত্রীক সাক্ষাৎ বাংলাদেশৰ প্রধানমন্ত্রীৰ নিৰাপত্তা উপদেষ্টা মেজৰ জেনেৰেল (অৱসৰপ্রাপ্ত) তাৰিক আহমেদ ছিদ্দিকিৰ
March 07th, 09:12 pm
বাংলাদেশৰ প্রধানমন্ত্রীৰ নিৰাপত্তা উপদেষ্টা মেজৰ জেনেৰেল (অৱসৰপ্রাপ্ত) তাৰিক আহমেদ ছিদ্দিকিয়ে আজি প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে৷আমি একেলগে মিলি স্মৰণ আৰু উদযাপন কৰিম আমাৰ ভাৰত-বাংলাদেশৰ ৫০ বছৰীয়া বন্ধুত্বৰ বুনিয়াদ :প্ৰধানমন্ত্ৰী
December 06th, 11:48 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি একেলগে মিলি স্মৰণ আৰু উদযাপন কৰিম আমাৰ ভাৰত-বাংলাদেশৰ ৫০ বছৰীয়া বন্ধুত্বৰ বুনিয়াদ।বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
March 27th, 01:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুদিনীয়া বাংলাদেশ ভ্ৰমণৰ দ্বিতীয় দিনা টুংগিপাৰাৰ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কোনো বিদেশী ৰাষ্ট্ৰপ্ৰধান বা চৰকাৰৰ মুৰব্বীৰ ভ্ৰমণকালত বংগবন্ধুৰ সমাধিস্থলত এয়া প্ৰথম শ্ৰদ্ধাঞ্জলি নিবেদন। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঐতিহাসিক ঘটনাৰ স্মৰণত বকুল গছৰ পুলি ৰোপণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা তেওঁৰ ভগ্নী শ্বেখ ৰেহানাও উপস্থিত আছিল।ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাংলাদেশ ভ্ৰমণ উপলক্ষে প্ৰকাশিত যুটীয়া বিবৃতি
March 27th, 09:18 am
ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাংলাদেশ ভ্ৰমণ উপলক্ষে প্ৰকাশিত যুটীয়া বিবৃতিবাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 26th, 04:26 pm
PM Modi took part in the National Day celebrations of Bangladesh in Dhaka. He awarded Gandhi Peace Prize 2020 posthumously to Bangabandhu Sheikh Mujibur Rahman. PM Modi emphasized that both nations must progress together for prosperity of the region and and asserted that they must remain united to counter threats like terrorism.বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
March 26th, 04:24 pm
দুদিনীয়া কাৰ্যসূচীৰে বাংলাদেশ ভ্ৰমণৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তীত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াত ভাগ লয় বাংলাদেশৰ ৰাষ্ট্ৰপতি, মহামান্য মহম্মদ আব্দুল হামিদ; বাংলাদেশৰ প্ৰধানমন্ত্ৰী, মহামান্য শেখ হাচিনা; শেখ মুজিবুৰ ৰহমানৰ কনিষ্ঠ কন্যা শেখ ৰেহেনা; মুজিব বৰ্ষ উদযাপনাৰ্থে ৰাষ্ট্ৰীয় ৰূপায়ণ কমিটিৰ মুখ্য সমন্বয়ক, ডঃ কামাল আব্দুল নাছেৰ চৌধাৰী আৰু আন-আন বিশিষ্ট ব্যক্তিসকলে। তেজগাঁওস্থিত ৰাষ্ট্ৰীয় পেৰেড স্কোৱেৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াতে বাংলাদেশৰ জাতিৰ পিতা, বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকীও পালন কৰা হয়।