উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
December 01st, 09:36 pm
ইউএইত অনুষ্ঠিত চিঅ’পি-২৮ৰ সমান্তৰালভাৱে ১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্ৰীযুত শ্বাৱকট মিৰ্জিঅ’য়েভক সাক্ষাৎ কৰে৷উজবেকিস্তান ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
September 15th, 02:15 pm
মই উজবেকিস্তানৰ ৰাষ্ট্ৰপতি সন্মানীয় শ্ৰীযুত শ্বাৱকত মিৰ্জিয়োয়েভৰ আমন্ত্ৰণত চাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ') ৰাষ্ট্ৰপ্ৰধান পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ সমৰকন্দ ভ্ৰমণ কৰিম।উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকট মিৰজিয়’য়েভক নিৰ্বাচনত জয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ অভিনন্দন
October 26th, 08:00 am
উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকট মিৰজিয়’য়েভক নিৰ্বাচনত জয়ৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে।Virtual Summit between Prime Minister Shri Narendra Modi and President of Uzbekistan H.E. Mr. Shavkat Mirziyoyev
December 09th, 06:00 pm
A Virtual Summit will be held between Prime Minister Shri Narendra Modi and President of Uzbekistan H.E. Mr. Shavkat Mirziyoyev on 11 December 2020.আহমেদাবাদত চলি থকা ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট ২০১৯ ত প্ৰধানমন্ত্ৰীক সাক্ষাৎ উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ
January 18th, 04:18 pm
ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট, ২০১৯ ত অংশগ্ৰহণ কৰিবলৈ অহা উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাৱকট মিৰ্জিওয়েৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ১৮ জানুৱাৰীত এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়। উল্লেখ্য যে এই বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰপতি মিৰ্জিওয়েৱক ১৭ জানুৱাৰীত তেওঁৰ সহযোগীসহ গান্ধীনগৰত গুজৰাটৰ ৰাজ্যপাল শ্ৰী অ’ পি. কোহলিয়ে আদৰণি জনায়।List of Documents signed between India and the Republic of Uzbekistan during the State Visit of President of Uzbekistan to India
October 01st, 02:30 pm
At the joint press statement with the President of Uzbekistan Shavkat Mirziyoyev, Prime Minister Shri Narendra Modi today said, “I feel Uzbekistan is a special friend. Meaningful discussions were held between us that will help deepen our strategic partnership.” We took a long term view on the regional issues of security, peace and prosperity and cooperation, remarked PM Modi.Press Statement by Prime Minister during State visit of President of Uzbekistan to India
October 01st, 01:48 pm
At the joint press meet with the President of Uzbekistan Shavkat Mirziyoyev, Prime Minister Shri Narendra Modi today said, “I feel Uzbekistan is a special friend. Meaningful discussions were held between us that will help deepen our strategic partnership.” We took a long term view on the regional issues of security, peace and prosperity and cooperation, remarked PM Modi.Prime Minister’s meetings on the sidelines of SCO Summit in Astana, Kazakhstan
June 09th, 09:50 am
PM Narendra Modi held talks several world leaders on the margins of SCO Summit in Astana, Kazakhstan.Prime Minister Modi arrives in Tashkent, Uzbekistan
June 23rd, 03:26 pm