We believe in the mantra of "Nation First, Always First”: PM Modi
December 04th, 12:35 pm
PM Modi inaugurated and laid foundation stone of various projects worth around Rs 18,000 crore in Dehradun. “Our mountains are not only strongholds of faith and our culture, they are also the fortresses of our country's security. One of the top priorities of the country is to make life easier for the people living in the mountains, he remarked at a public meeting.দেৰাদুনত ১৮,০০০কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
December 04th, 12:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেৰাদুনত ১৮,০০০কোটি টকা ব্যয় সাপেক্ষ এলানি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এইলানি প্ৰকল্পত ‘দিল্লী-দেৰাদুন ইক’নমিক কৰিড’ৰ’(ইষ্টাৰ্ণ পেৰিফাৰেল এক্সপ্ৰেছ জাংকশ্যনৰ পৰা দেৰাদুনলৈ), ‘দিল্লী-দেৰাদুন ইক’নমিক কৰিড’ৰ’ৰ পৰা গ্ৰীণফিল্ড সংযোগী প্ৰকল্প’, ‘হালগোৱা, ছাহাৰানপুৰৰ পৰা ভদ্ৰবাদলৈ, হৰিদ্বাৰ, হৰিদ্বাৰ ৰিংৰোড প্ৰকল্প, দেৰাদুন-পাওণ্টা ছাহিব(হিমাচল প্ৰদেশ) পথ প্ৰকল্প’, ‘নাজিবাবাদ-কোটদৱাৰ পথ বহলীকৰণ প্ৰকল্প’ আৰু লক্ষ্ণণ ঝুলাৰ কাষত গংগাৰ নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ প্ৰকল্প সামৰি লোৱা হৈছে। তেওঁ দেৰাদুনত ‘শিশু-অনুকূল মহানগৰ প্ৰকল্প’, পানী যোগান উন্নয়ণ প্ৰকল্প, দেৰাদুনৰ পথ আৰু পয়-প্ৰণালী উন্নয়ণ প্ৰকল্প, শ্ৰী বদ্ৰীনাথ ধাম আৰু গংগোত্ৰী-যমুনাত্ৰী ধামৰ আন্তঃগাঁথনি উন্নয়ণ প্ৰকল্প আৰু হৰিদ্বাৰ চিকিত্সা মহাবিদ্যালয় নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে।PM to inaugurate and lay foundation stone of multiple projects worth around Rs 18,000 crore in Dehradun on 4th December
December 01st, 12:06 pm
Prime Minister Shri Narendra Modi will visit Dehradun and inaugurate & lay the foundation stone of multiple projects worth around Rs 18,000 crore on 4th December, 2021 at 1 PM. A significant focus of the visit will be on projects to improve road infrastructure, which will make travel smooth and safer, and also increase tourism in the region. This is in line with the vision of the Prime Minister to boost connectivity in the areas which were once considered far-flung.