পুনৰনিৰ্মিত জালিয়ানাৱালা বাগ স্মাৰক চৌহদ ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অনুবাদ
August 28th, 08:48 pm
পাঞ্জাৱৰ ৰাজ্যপাল শ্ৰী ভি পি সিং বদনৌৰ জী, পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেন অমৰেন্দৰ সিং জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডত মোৰ সহযোগী শ্ৰী জী কিষাণ ৰেড্ডী জী, শ্ৰী অৰ্জুন ৰাম মেঘবাল জী, শ্ৰী সোম প্ৰকাশ জী, সংসদৰ মোৰ সহযোগী শ্ৰী শ্বেত মালিক জী, কাৰ্যক্ৰমত জড়িত হোৱা সকলো মুখ্যমন্ত্ৰীবৰ্গ, জন-প্ৰতিনিধিবৰ্গ, শ্বহীদৰ পৰিয়ালবৰ্গ, ভাই আৰু ভনীসকল!প্রধানমন্ত্রীয়ে জাতিৰ উদ্দেশ্যে জালিয়ানৱালাবাগ স্মাৰকৰ পুনর্নিমিত প্রাঙ্গনটো উৎসর্গ কৰিছে
August 28th, 08:46 pm
ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত জালিয়ানৱালাবাগ স্মাৰকৰ পুনর্নিমিত প্রাঙ্গনটো জাতিৰ উদ্দেশ্যে উৎসর্গ কৰে। তেওঁ স্মাৰক সংগ্রহশালাৰ গেলাৰীবিলাকো উদ্বোধন কৰে। কেন্দ্রীয় চৰকাৰে স্মাৰক প্রাঙ্গনটোৰ উন্নয়নকল্পে এলানি পদক্ষেপ লৈছে।পুণৰ্নিৰ্মিত জালিয়ানৱালা বাগ স্মাৰকৰ কিছু দৃশ্য
August 27th, 07:38 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুণৰ্নিৰ্মিত জালিয়ানৱালা বাগ স্মাৰক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব, ২৮ আগষ্ট, শনিবাৰে। তেওঁ স্মাৰকত নিৰ্মিত সংগ্ৰহালয় উদ্বোধন কৰিব। চৌহদটোৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহো এই অনুষ্ঠানৰ জৰিয়তে প্ৰদৰ্শন কৰা হ'ব।PM to dedicate renovated complex of Jallianwala Bagh Smarak to the nation on 28th August
August 26th, 06:51 pm
Prime Minister Shri Narendra Modi will dedicate the renovated complex of Jallianwala Bagh Smarak to the nation on 28th August, 2021 at 6:25 PM via video conferencing. He will also inaugurate museum galleries developed at the Smarak. The event will also showcase the multiple development initiatives taken by the government to upgrade the complex.