PM to visit West Bengal on 30th December
December 29th, 12:35 pm
PM Modi will visit West Bengal on 30th December, 2022. He will flag off Vande Bharat Express connecting Howrah to New Jalpaiguri, inaugurate Joka-Taratala stretch of Purple Line of Kolkata Metro and lay the foundation stone and dedicate to the nation various railway projects. PM Modi will also chair the second meeting of the National Ganga Council during his visit.বিহাৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূ
September 15th, 12:01 pm
আজি যি চাৰিটা যোজনাৰ উদঘাটন হৈছে তাত পাটনা চহৰৰ বেওৰ আৰু কৰম-লিচকত নৰ্দমা ব্যৱস্থাপনা প্লাণ্টৰ উপৰিও অমৃত যোজনাৰ অধীনত ছিৱান আৰু চাপ্ৰাত পানীৰ সৈতে জড়িত প্ৰকল্পও আছে৷ ইয়াৰোপৰি মুংগেৰ আৰু জমালপুৰত পানীৰ অভাৱ হ্ৰাস কৰিবলৈ জলাপুৰ্তি পৰিযোজনা আৰু মুজফৰপুৰত নমামি গংগেৰ অধীনত নদীৰ তীৰ উন্নয়ন আঁচনিৰো আজি আধাৰশিলা স্থাপন কৰা হৈছে৷ নগৰৰ দৰিদ্ৰ, নগৰত বাস কৰা মধ্যবিত্ত লোকসকলক জীৱন সহজ কৰি তুলিবলৈ এই নতুন সুবিধাসমূহৰ বাবে আপোনালোকক অভিনন্দন জনাইছো৷‘নমামী গংগা’ যোজনা আৰু ‘আমৰুট’ যোজনাৰ অধীনত বিহাৰৰ ভিন্ন প্ৰকল্প উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়
September 15th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নমামী গংগা’ যোজনা আৰু ‘আমৰুট’ যোজনাৰ অধীনত বিহাৰৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। আজি উদ্বোধন কৰা চাৰিটা আঁচনিৰ ভিতৰত আছে বেউৰ আৰু পাটনা মহানগৰৰ কৰম-লীচকত মলজল প্ৰণালী প্লান্ট তথা ‘আমৰুট’ যোজনাৰ অধীনত ছিৱান আৰু চাপ্ৰাত পানী-সম্পৰ্কীয় প্ৰকল্প। ইয়োৰোপৰি, মাংগাৰ আৰু জামালপুৰত পানী যোগান প্ৰকল্প আৰু মুজাফ্ফৰপুৰত নমামী গংগাৰ অধীনত ৰিভাৰ ফ্ৰন্ট উন্নয়নৰ আঁচনিৰ আজি আধাৰশিলা স্থাপন কৰা হয়।ছোলাপুৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 09th, 11:35 am
মঞ্চত বিৰাজমান মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰীমান বিদ্যাসাগৰ ৰাও মহোদয়, ইয়াৰ সপ্ৰতিভ তথা লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাৰ্ণাণ্ডেজ মহোদয়, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ সহযোগী শ্ৰীমান নীতিন গাডকাৰী মহোদয়, সংসদৰ মোৰ সহযোগী, মহাৰাষ্ট্ৰৰ মন্ত্ৰী, বিধায়কগণ তথা ইয়াত বিশাল সংখ্যাত উপস্থিত মোৰ মৰমৰ ভাই আৰু ভনীসকল৷সাধাৰণ শ্ৰেণীৰ দুখীয়া লোকসকলৰ বাবে ১০% সংৰক্ষণ বিধেয়ক হৈছে এক ঐতিহাসিক পদক্ষেপ আৰু ই দুখীয়াসকলৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে বুলি ক’লে প্ৰধানমন্ত্ৰীয়
January 09th, 11:31 am
নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত প্ৰধানমন্ত্রীয়ে অসম তথা উত্তৰ-পূববাসীক তেওঁলোকৰ অধিকাৰ আৰু যাৱতীয় সা-সুবিধা সুৰক্ষিত ৰাখিব বুলি আশ্বাস দিয়ে৷ তেওঁ কয়, “এই বিধেয়কখনে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত বসবাস কৰা ভাৰত মাতৃৰ সন্তানসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ পথ প্ৰশস্ত কৰিছে। বহু ঐতিহাসিক উত্থান-পতন প্ৰত্যক্ষ কৰাৰ পাছত আমাৰ এই ভাই-ভনীসকলে ভাৰতৰ অবিচ্ছেদ্য অংশ হ’ব বিচাৰে।”We are taking forward Mahatma Gandhi's ideals through Swachhagraha movement: PM Modi
April 10th, 01:32 pm
On the occasion of Mahatma Gandhi’s Champaran Satyagraha centenary, Prime Minister Narendra Modi has addressed 20,000 ‘Swachhagrahis’ in Bihar’s Motihari, which is in the East Champaran district. PM Modi flagged off a number of railway projects, including India’s first 12,000 horsepower high-speed electric locomotive under the Make In India project. Also, he laid the foundation stone for various road projects that will improve connectivity and further the transformation of Bihar.ৰাষ্ট্ৰীয় স্বচ্ছাগ্ৰাহী সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰীৰ, মোটিহাৰীত উন্নয়নমূলক প্ৰকল্প মুকলি
April 10th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মোটিহাৰীত ৰাষ্ট্ৰীয় স্বচ্ছাগ্ৰাহী সন্মিলন সম্বোধন কৰে৷ মহাত্মা গান্ধীৰ নেতৃত্বত চলা সত্যাগ্ৰহ আন্দোলনৰ শতবাৰ্ষিকী উদযাপন উপলক্ষে চম্পৰণত এই অনুষ্ঠান আয়োজন কৰা হৈছে৷Proper connectivity will lead to greater development: PM Narendra Modi
October 14th, 02:17 pm
Prime Minister Shri Narendra Modi addressed a public meeting in Mokama after laying foundation Stone of projects under Namami Gange programme. He launched road and sewerage projects worth Rs 3,769 crore in Mokama, Bihar.PM lays foundation stone for infrastructure projects, addresses public meeting at Mokama
October 14th, 02:14 pm
Prime Minister Shri Narendra Modi addressed a public meeting in Mokama after laying foundation Stone of projects under Namami Gange programme. He launched road and sewerage projects worth Rs 3,769 crore in Mokama, Bihar.PM to visit Bihar tomorrow
October 13th, 04:29 pm
The Prime Minister, Shri Narendra Modi, will visit Bihar on October 14, 2017.