প্ৰধানমন্ত্ৰীয়ে ডঃ আৰ বালাসুব্ৰমনিয়ামৰ 'পাৱাৰ উইদিনঃ দ্য লিডাৰশ্বিপ লিগেচী অৱ নৰেন্দ্ৰ মোদী' নামৰ কিতাপখনৰ এটা কপিত স্বাক্ষৰ কৰে
July 17th, 09:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডঃ আৰ বালাসুব্ৰমনিয়ামক সাক্ষাৎ কৰে আৰু তেওঁৰ 'পাৱাৰ উইদিনঃ দ্য লিডাৰশ্বিপ লিগেচী অৱ নৰেন্দ্ৰ মোদী' নামৰ কিতাপখনৰ এটা কপিত স্বাক্ষৰ কৰে। কিতাপখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ যাত্ৰা দাঙি ধৰিছে আৰু পশ্চিমীয়া আৰু ভাৰতীয় দৃষ্টিকোণেৰে ইয়াক ব্যাখ্যা কৰিছে। লগতে এই দুয়োকে একত্ৰিত কৰি ৰাজহুৱা সেৱাৰ জীৱন যাপন কৰিবলৈ বিচৰাসকলৰ বাবে এক ৰোডমেপ প্ৰদান কৰিছে।ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰোজগাৰ মেলাৰ অধীনত চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানসমূহত নতুনকৈ অন্তৰ্ভুক্ত হোৱা প্ৰায় ৭১,০০০ লোকক নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰী আগবঢ়োৱা ভাষণৰ পূৰ্ণ পাঠ
January 20th, 10:45 am
এয়া ২০২৩ বৰ্ষৰ প্ৰথম নিয়োগ মেলা। ২০২৩ৰ শুভাৰম্ভণি এক উজ্জ্বল ভৱিষ্যতৰ নতুন আশাৰে হৈছে। ই ৭১হাজাৰ পৰিয়ালৰ বাবে সুখৰ এক নতুন লৈ উপহাৰ আহিছে, যাৰ সদস্যসকলে চৰকাৰী সেৱা আগবঢ়োৱাৰ সুযোগ পাইছে। মই সকলো যুৱক আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জনাইছোঁ।প্রধানমন্ত্রীয়ে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ৰোজগাৰ মেলাত ৭১ হাজাৰ নিয়োগপত্র প্ৰদান কৰে
January 20th, 10:30 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী দপ্তৰত আৰু সংস্থাত কর্মী নিয়োগৰ বাবে ৭১ হাজাৰ নিয়োগপত্র প্ৰদান কৰে। কর্মসংস্থান সৃষ্টিক প্রধানমন্ত্রীয়ে অগ্রাধিকাৰ দি আহিছে। তেওঁৰ সেই অঙ্গীকাৰ পূৰণৰ বাবে ৰোজগাৰ মেলা এটা গৰুত্বপূৰ্ণ পদক্ষেপ। অধিক কর্মসংস্থান সৃষ্টি তথা যুৱ সম্প্রদায়ৰ ক্ষমতায়ন আৰু দেশৰ উন্নয়নত তেওঁলোকৰ অংশগ্রহণ নিশ্চিত কৰিবলৈ ৰোজগাৰ মেলাই অনুঘটকৰ কাম কৰিব।India's bio-economy has grown 8 times in the last 8 years: PM Modi
June 09th, 11:01 am
PM Modi inaugurated the Biotech Startup Expo - 2022. Speaking on the occasion, the PM said that India's bio-economy has grown 8 times in the last 8 years. “We have grown from $10 billion to $80 billion. India is not too far from reaching the league of top-10 countries in Biotech's global ecosystem”, he said.PM inaugurates Biotech Startup Expo – 2022
June 09th, 11:00 am
PM Modi inaugurated the Biotech Startup Expo - 2022. Speaking on the occasion, the PM said that India's bio-economy has grown 8 times in the last 8 years. “We have grown from $10 billion to $80 billion. India is not too far from reaching the league of top-10 countries in Biotech's global ecosystem”, he said.Sardar Patel lives in the heart of every Indian: PM Modi
October 31st, 09:41 am
PM Narendra Modi, in an address, greeted the countrymen on the occasion of National Unity Day. He paid rich tribute to Sardar Patel who dedicate his life for the ideal of ‘Ek Bharat Shreshtha Bharat’. He said that Sardar Patel is not just a historical figure but lives in the heart of every Indian.ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ৰাষ্ট্ৰক সম্বোধন প্ৰধানমন্ত্ৰীৰ
October 31st, 09:40 am
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰি দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ আদৰ্শৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা চৰ্দাৰ পেটেললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে। তেখেতে কয় যে চৰ্দাৰ পেটেল কেৱল এজন ঐতিহাসিক ব্যক্তিয়েই নহয়, বৰঞ্চ তেওঁৰ স্থান প্ৰতিজন দেশবাসীৰ হৃদয়ত আৰু যিসকল লোকে তেওঁৰ ঐক্যৰ বাৰ্তাক আগুৱাই নিছে তেওঁলোক হৈছে একতাৰ এক অক্ষত অনুভূতিৰ মূৰ্ত প্ৰতীক। দেশখনৰ প্ৰতিটো কোণত ৰাষ্ট্ৰীয় একতা পেৰেড আৰু একতাৰ প্ৰতিমূৰ্তিস্থলীত কাৰ্য্যসূচীসমূহে একেই উদ্দীপনা প্ৰতিফলিত কৰিছে, তেখেতে কয়।We've to take Indian economy out of 'command and control' and take it towards 'plug and play': PM
June 11th, 10:36 am
PM Narendra Modi addressed the Annual Plenary Session of the Indian Chamber of Commerce (ICC) via video conferencing. He said that India should convert the COVID-19 crisis into a turning point towards becoming a self-reliant nation.PM Modi addresses Annual Plenary Session of the ICC via video conferencing
June 11th, 10:35 am
PM Narendra Modi addressed the Annual Plenary Session of the Indian Chamber of Commerce (ICC) via video conferencing. He said that India should convert the COVID-19 crisis into a turning point towards becoming a self-reliant nation.In two years, India has regained the trust and the strength that it is supposed to have: PM Narendra Modi
May 26th, 02:11 pm
Text of PM's remarks at inauguration of Global Exhibition on Services
April 23rd, 08:20 pm
Text of PM's remarks at inauguration of Global Exhibition on ServicesPM's remarks at inauguration of Global Exhibition on Services
April 23rd, 07:58 pm
PM's remarks at inauguration of Global Exhibition on Services