
প্ৰধানমন্ত্ৰীয়ে ছেপাক টাক্ৰ বিশ্ব কাপ, ২০২৫-ত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়ৰ বাবে পুৰুষৰ ৰেগু টীমক অভিনন্দন জনায়
March 26th, 03:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছেপাক টাক্ৰ বিশ্ব কাপ, ২০২৫-ত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ভাৰতীয় ছেপাক টাক্ৰ টীমটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেখেতে লগতে এই ক্ৰীড়াত ভাৰতলৈ প্ৰথমটো সোণৰ পদক কঢ়িয়াই অনাৰ বাবেও টীমটোক প্ৰশংসা কৰে।