২৫ ছেপ্টেম্বৰত ‘গ্ল’বেল চিটিজেন লাইভ’ ত ভিডিঅ’ সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
September 24th, 05:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰ, ২০২১ ৰ সন্ধিয়া ‘গ্ল’বেল চিটিজেন লাইভ’ কাৰ্য্যসূচীত ভিডিঅ’ সম্বোধন কৰিব।ছিউল শান্তি বঁটা গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
February 22nd, 10:55 am
ছিউল শান্তি বঁটা লাভ কৰি মই অতিশয় সন্মানিত অনুভৱ কৰিছো৷ মই বিশ্বাস কৰো যে এই বঁটা মোৰ ব্যক্তিগত নহয়, ই ভাৰতৰ জনতাৰ৷ এই বঁটা ভাৰতৰ জনতাই যোৱা পাঁচ বছৰতকৈও কম সময়ত লাভ কৰা সাফল্য, এক দশমিক তিনি বিলিয়ন ভাৰতীয়ৰ শক্তিৰ বাবে লাভ কৰিছে৷ সমূহ ভাৰতীয় জনতাৰ হৈ মই এই বঁটা বিনয়েৰে গ্ৰহণ কৰিছো আৰু ধন্যবাদ প্ৰকাশ কৰিছো৷ এই বঁটা ‘বসুধৈৱ কুটুম্বকম’ দৰ্শনৰ স্বীকৃতি যাৰ অৰ্থ হ’ল সমগ্ৰ বিশ্বই হ’ল এটা পৰিয়াল৷ এই বঁটা সেই শান্তিৰ বাৰ্তাৰ প্ৰতীক যি আনকি যুদ্ধক্ষেত্ৰতো ভগৱান কৃষ্ণই মহাভাৰতৰ যুদ্ধৰ সময়ত ভাগৱত গীতাৰ মাধ্যমেৰে প্ৰদান কৰিছিল৷ এই বঁটা সেই ভূমিৰ বাবে য’ত আমি শিকিছো-কোৰিয়া গণৰাজ্য ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সংবাদ বিবৃতি
February 22nd, 08:42 am
কোৰিয়ালৈ অহাৰ বাবে নিমন্ত্ৰণ প্ৰেৰণ কৰাৰ বাবে আৰু এই উষ্ম সম্ভাষণৰ বাবে মই ৰাষ্ট্ৰপতি মুনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো৷ মই পূৰ্বতেও বহু বাৰ কৈছিলো, যেতিয়া মই প্ৰধানমন্ত্ৰীৰ পদত নাছিলো তেতিয়াৰে পৰাই মই ভাৰতৰ বিকাশৰ বাবে কোৰিয়াৰ মডেল সবাতোকৈ অনুকৰণীয় বুলি মানি আহিছো৷ আৰু সেইবাবে কোৰিয়ালৈ কৰা যাত্ৰা মোৰ বাবে সদায়েই প্ৰসন্নদায়ক হয়৷Text of PM’s remarks at the Asian Leadership Forum at Seoul
May 19th, 07:08 am
India - Republic of Korea Joint Statement For Special Strategic Partnership
May 18th, 02:37 pm
PM Modi's gift to President Park Geun-Hye
May 18th, 02:27 pm