ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ২৯ অক্টোবৰত ১২,৮৫০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
October 28th, 12:47 pm
প্ৰধানমন্ত্ৰী মোদীয়ে ধ্বজাবাহী আঁচনি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পি এম-জে এ ৱাই)ৰ অধীনত ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ হেল্থ কভাৰেজ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিব। ইয়াৰ দ্বাৰা সকলো জ্যেষ্ঠ নাগৰিকক তেওঁলোকৰ আয় যিয়েই নহওক কিয় হেল্থ কভাৰেজ প্ৰদান কৰাত সহায়ক হ’ব।Congress Party only believes in Nepotism, Political Favoritism,.Family Rule: PM Modi in Madhya Pradesh
November 05th, 12:00 pm
Ahead of the Assembly Election in the state of Madhya Pradesh, PM Modi addressed a public rally in Seoni, Madhya Pradesh. PM Modi said, “BJP Government in MP symbolizes continuity in good governance & development”.PM Modi addresses a public rally in Seoni & Khandwa, Madhya Pradesh
November 05th, 11:12 am
Ahead of the Assembly Election in the state of Madhya Pradesh, PM Modi addressed two public meetings in Seoni and Khandwa. PM Modi said, “BJP Government in MP symbolizes continuity in good governance & development”.