No power can stop the country whose youth is moving ahead with the resolve of Nation First: PM Modi
January 28th, 01:37 pm
Prime Minister Narendra Modi addressed the National Cadet Corps Rally at Cariappa Ground in New Delhi. The PM talked about the steps being taken to strengthen the NCC in the country in a period when the country is moving forward with new resolutions. He elaborated on the steps being taken to open the doors of the defence establishments for girls and women.কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি পিএম ৰেলী সম্বোধন প্ৰধানমন্ত্ৰীৰ
January 28th, 01:36 pm
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰিয়াপ্পা গ্ৰাউণ্ডত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ ৰেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন, এনচিচি বাহিনীৰদ্বাৰা মাৰ্চ পাষ্ট আৰু লগতে এনচিচিৰ কেডেটসকলে প্ৰদৰ্শন কৰা সেনাৰ কাৰ্য্যকলাপ, স্লিটাৰিং, মাইক্ৰ'লাইট ফ্লায়িং, পেৰাছেইলিং তথা সাংস্কৃতিক কাৰ্য্যসূচী প্ৰত্যক্ষ কৰে। শ্ৰেষ্ঠ কেডেটসকলে প্ৰধানমন্ত্ৰীগৰাকীৰপৰা পদক আৰু বেটনো লাভ কৰে।নতুন দিল্লীৰ এইমছৰ ঝাজ্জৰ চৌহদত ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানত ইনফোচিছ ফাউণ্ডেচন বিশ্ৰাম সদনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 21st, 10:31 am
উপস্থিত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল খট্টৰজী, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডব্য জী, কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী ডাঃ ভাৰতী পাৱাৰ জী, হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী অনিল বীজ জী, ইনফোছিছ ফাউণ্ডেশ্যনৰ অধ্যক্ষা শ্ৰীমতী সুধা মূৰ্তি জী, সংসদত মোৰ সতীৰ্থগণ, উপস্থিত সকলো বিষয়া আমোলা, অভ্যাগত তথা মোৰ আদৰৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ঝাজ্জৰ চৌহদত ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানত ইনফোচিছ ফাউণ্ডেচন ৰেষ্ট হাউচ উদ্বোধন কৰে
October 21st, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে নতুন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ (এইমছ) ঝাজ্জৰ চৌহদৰ ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানত ইনফ'চিছ ফাউণ্ডেচন বিশ্ৰাম গৃহ উদ্বোধন কৰে।‘প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে’ ৰোধ কৰাত সকলোৱে সহায়ৰ হাত আগবঢ়াওকঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
August 25th, 11:30 am
মন কী বাতৰ শেহতীয়া খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ ১৫০তম জয়ন্তী, মেন ভাৰ্ছেছ ৱাইল্ডলাইফৰ বিশেষ খণ্ড, সম্পূৰ্ণৰূপে প্লাষ্টিকৰ ব্যৱহাৰ নকৰা আৰু অন্যান্য কেইবাটাও বিষয় উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে দেশজুৰি জন্মাষ্টমী উদযাপনৰ সন্দৰ্ভতো কয়৷PM to serve 3 billionth meal to children in Vrindavan on 11 February 2019
February 10th, 12:27 pm
The Prime Minister, Shri Narendra Modi, will visit Vrindavan in Uttar Pradesh tomorrow on 11 February 2019.He will unveil the plaque to mark the serving of 3rd billionth meal by Akshaya Patra Foundation at Vrindavan Chandrodaya Mandir.PM Modi interacts with party workers from Kanyakumari, Coimbatore, Nilgiris, Namakkal and Salem
December 15th, 04:30 pm
Prime Minister Narendra Modi interacted with booth-level Karyakartas of BJP in Tamil Nadu today. The video interaction is one of the many such interactions of PM Modi with the booth level Karyakartas.‘মে’ নেহী হু’ প’ৰ্টেল আৰু এপ্প মুকলি অনুষ্ঠান তথা ‘ছেল্ফ ফৰ ছ’চাইটি’ৰ ওপৰত তথ্য-প্ৰযুক্তি উদ্যোগৰ সৈতে জড়িত লোকসকলৰ সৈতে বাৰ্তালাপ অনুষ্ঠানত প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ
October 24th, 03:15 pm
মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থসকল, ভাৰতৰ ঔদ্যোগিক জীৱনক এক গতি প্ৰদান কৰা, দেশৰ তথ্য-প্ৰযুক্তি খণ্ডটোক শক্তিশালী কৰি ৰখা প্ৰতিগৰাকী দক্ষ লোক, আৰু তথ্য-প্ৰযুক্তি ক্ষেত্ৰখনৰ সৈতে জড়িত যুৱ প্ৰজন্মৰ সকলো বন্ধু-বান্ধৱী। গাওঁত CSC চেণ্টাৰত বহু আশাৰে ৰৈ সপোন ৰচা আমাৰ বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল, আই আই টিকে ধৰি বহু শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকল, মোৰ বাবে আনন্দৰ বিষয় এয়েই যে আপোনালোকৰ মাজলৈ এনেদৰে অহাৰ সুযোগ লাভ কৰিছো।‘ম্যে নহী হম’ পোর্টেল আৰু এপ উদ্বোধন উপলক্ষে তথ্যপ্ৰযুক্তি তথা বৈদ্যুতিক সা-সামগ্ৰী নির্মাণৰ সৈতে জড়িত বৃত্তিধাৰীসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
October 24th, 03:15 pm
প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ‘ম্যে নহী হম’ পোর্টেল আৰু এপ মুকলি কৰে৷‘মেই নহী হাম’ প’ৰ্টেল আৰু এপছ মুকলি অনুষ্ঠানত তথ্য-প্ৰযুক্তি আৰু বৈদ্যুতিক সামগ্ৰী নিৰ্মাণ পেছাদাৰীৰে মতবিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
October 23rd, 07:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ অক্টোবৰত ‘মেই নহী হাম’ প’ৰ্টেল আৰু এপছ মুকলি অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ তথ্য-প্ৰযুক্তি আৰু বৈদ্যুতিক সামগ্ৰী নিৰ্মাণ পেছাদাৰীৰে মতবিনিময়ত ভাগ ল’ব।