PM Modi addresses public meetings in Telangana’s Kamareddy & Maheshwaram

November 25th, 02:15 pm

Ahead of the Telangana assembly election, PM Modi addressed emphatic public meetings in Kamareddy and Maheshwaram today. He said, “Whenever I come to Telangana, I see a wave of hope among the people here. This wave is the wave of expectation. It is the wave of change. It is the wave of the sentiment that Telangana should achieve the height of development that it deserves.”

Only BJP can guarantee social justice to people of Telangana and take the state on golden path of development: PM Modi

November 11th, 05:30 pm

Election fervour intensified in Telangana as Prime Minister Narendra Modi addressed the huge crowd in Secunderabad today ahead of the state assembly election. At the event, PM Modi said, “After independence, you have seen many governments in the country. Our government is such that its top priority is the welfare of the poor and the underprivileged have to be given priority. The mantra on which BJP works is ‘Sabka Saath, Sabka Vikas, Sabka Vishwas aur Sabka Prayas’. We are committed to ensuring social justice.”

PM Modi’s election campaign electrifies Telangana’s Secunderabad

November 11th, 05:00 pm

Election fervour intensified in Telangana as Prime Minister Narendra Modi addressed the huge crowd in Secunderabad today ahead of the state assembly election. At the event, PM Modi said, “After independence, you have seen many governments in the country. Our government is such that its top priority is the welfare of the poor and the underprivileged have to be given priority. The mantra on which BJP works is ‘Sabka Saath, Sabka Vikas, Sabka Vishwas aur Sabka Prayas’. We are committed to ensuring social justice.”

ভাৰত গৌৰৱ পৰ্যটন ৰেলৰ গংগা পুষ্কৰালা যাত্ৰাই আধ্যাত্মিক পৰ্যটনক উদ্দীপনা যোগাবঃ প্ৰধানমন্ত্ৰী

May 01st, 03:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত গৌৰৱ পৰ্যটন ৰেলযোগে তেলেংগানাৰ ছেকেন্দ্ৰাবাদ ৰেলৱে ষ্টেচনৰপৰা ফ্লেগ অফ কৰা গংগা পুষ্কৰালা যাত্ৰাই পুৰী, কাশী আৰু অযোধ্যাৰ পৱিত্ৰ চহৰসমূহ অতিক্ৰমেৰে দেশৰ আধ্যাত্মিক পৰ্যটনক উদ্দীপনা যোগাব।

হায়দৰাবাদ আৰু চেকেন্দ্ৰাবদত ৯০ কিলোমিটাৰ পৰ্যন্ত ‘এমএমটিএছ ৰে’ল নেটৱৰ্ক’ৰ সম্প্ৰসাৰণক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

April 21st, 10:19 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হায়দৰাবাদ আৰু চেকেন্দ্ৰাবাদত ৯০ কিলোমিটাৰ পৰ্যন্ত ‘এমএমটিএছ ৰে'ল নেটৱৰ্ক’ৰ সম্প্ৰসাৰণৰ প্ৰশংসা কৰে।

আজমীৰ আৰু দিল্লী কেণ্টক সংযোগ কৰা বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 12th, 11:01 am

ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰজী, ৰাজস্থানৰ মুখ্যমন্ত্ৰী মোৰ বন্ধু শ্ৰী অশোক গেহলটজী, ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱজী, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী, বিধানসভা আৰু বিধান পৰিষদৰ বিৰোধী দলৰ নেতা, সকলো সাংসদ, বিধায়ক, মঞ্চত বহি থকা আন সকলো গণ্যমান্য ব্যক্তি আৰু ৰাজস্থানৰ মোৰ মৰমৰ ভাই-ভনীসকল,

আজমেৰ আৰু দিল্লী কেণ্টনমেণ্টৰ মাজত ৰাজস্থানৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ পতাকা জোকাৰি শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

April 12th, 11:00 am

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে শৌৰ্য্যৰ ভূমি ৰাজস্থানক অভিনন্দন জনায় যে জয়পুৰ দিল্লীৰ মাজৰ যাত্ৰা সহজ হোৱাই নহয়, ৰাজস্থানৰ পৰ্যটন উদ্যোগকো উদ্গনি যোগাব, কাৰণ ই তীৰ্থৰাজ পুষ্কৰ আৰু আজমেৰ শ্বৰীফৰ দৰে বিশ্বাসৰ স্থান ভ্ৰমণত সহায় কৰিব।

হায়দৰাবাদত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ সূচনা কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

April 08th, 12:30 pm

তেলেংগনাৰ গৱৰ্ণৰ তমিলসাই সৌন্দৰৰাজন জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ অশ্বিনী বৈষ্ণৱ জী, এই তেলেংগনা ভূমিৰেই সন্তান তথা মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ শ্ৰী জি কিষান ৰেড্ডী জী, বহুত ডাঙৰ সংখ্যাত অহা তেলেংগনাৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল,

তেলেংগানাৰ হায়দৰাবাদত ১১,৩০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ উচৰ্গা প্ৰধানমন্ত্ৰীৰ

April 08th, 12:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ হায়দৰাবাদৰ পেৰেড খেলপথাৰত ১১,৩০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত হায়দৰাবাদৰ এইমছ বিবিনগৰৰ আধাৰশিলা স্থাপন, ৫টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ছেকেন্দৰাবাদ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ কামো আছে। তেওঁ ৰে’লৱেৰ সৈতে জড়িত অন্যান্য কেতবোৰ উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিৰে৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদৰ ছেকেন্দৰাবাদ ৰে’লৱে ষ্টেচনতো ছেকেন্দৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছ পতাকা জোকাৰি শুভাৰম্ভ কৰে।

ছেকেন্দ্ৰাবাদ আৰু তিৰুপতিৰ মাজত চলি থকা বন্দে ভাৰত এক্সপ্ৰেছে আধ্যাত্মিক পৰ্যটনক বিশেষভাৱে লাভান্বিত কৰিব আৰু অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰিব: প্ৰধানমন্ত্ৰী

April 07th, 11:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বন্দে ভাৰত এক্সপ্ৰেছ গৌৰৱ, আৰাম আৰু সংযোগৰ এক অনবদ্য সমাৰ্থক।

চেকেন্দ্ৰাবাদ ৰে’ল ষ্টেশ্যনৰ পুনৰ্বিকশিতকৰণে অগণন লোকক উপকৃত কৰিব: প্ৰধানমন্ত্ৰী

April 07th, 11:07 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে চেকেন্দ্ৰাবাদ ৰে'ল ষ্টেশ্যনৰ পুনৰ্বিকাশ হৈছে এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নীতকৰণ প্ৰকল্প যি অগণন লোকক উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীয়ে অহা ৮ আৰু ৯ এপ্ৰিলত তেলেংগানা, তামিলনাডু আৰু কৰ্ণাটক ভ্ৰমণ কৰিব

April 05th, 07:19 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ৮ আৰু ৯ এপ্ৰিলত তেলেংগানা, তামিলনাডু আৰু কৰ্ণাটক ভ্ৰমণ কৰিব।

চান্দাউছি আৰু ছিকন্দৰাবাদৰ ভুক্তভোগীসকলৰ বাবে পিএমএনআৰএফৰ পৰা আৰ্থিক সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

March 17th, 09:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা চান্দাউছি আৰু ছিকন্দৰাবাদৰ নিহতসকলৰ বাবে আৰ্থিক সাহায্য ঘোষণা কৰিছে।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ছেকেন্দেৰাবাদ-বিশাখাপট্টনম সংযোগী বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 15th, 10:30 am

তেলেংগানাৰ ৰাজ্যপাল ড° তামিলিছাই সৌন্দৰৰাজন, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডী, তেলেংগানাৰ মন্ত্ৰী মহম্মদ মাহমুদ আলী গাৰু, টি শ্ৰীনিবাস যাদৱ, মোৰ সতীৰ্থ সাংসদ, মোৰ বন্ধু বুণ্ডী সঞ্জয় গাৰু, কে লক্ষ্মণ গাৰু, অন্যান্য বিশিষ্ট ভদ্ৰ পুৰুষ-মহিলাসকল।

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ছেকেন্দ্ৰাবাদক বিশাখাপট্টনমৰ সৈতে সংযোগ কৰা বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ ফ্লেগ অফ কৰে

January 15th, 10:11 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ছেকেন্দ্ৰাবাদক বিশাখাপত্তনমৰ সৈতে সংযোগ কৰা বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ শুভাৰম্ভ কৰে। এই ৰে'লখন ভাৰতীয় ৰে'লৱেৰ দ্বাৰা প্ৰৱৰ্তন কৰা অষ্টমখন বন্দে ভাৰত এক্সপ্ৰেছ হ'ব আৰু প্ৰায় ৭০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ দুখন তেলেগু ভাষী ৰাজ্যক সংযোগ কৰা প্ৰথমখন ৰে'ল হ'ব। ইয়াৰ বিশাখাপট্টনম, ৰাজমুন্দ্ৰী আৰু অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়া ষ্টেচন আৰু তেলেংগানাৰ খাম্মাম, ৱাৰাংগল আৰু ছেকেন্দ্ৰাবাদ ষ্টেচনত ষ্টপেজ থাকিব।

চেকেন্দ্ৰাবাদক বিশাখাপট্টনমৰ সৈতে সংযুক্ত কৰিবলগীয়া ‘বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ী’ৰ ‘ফ্লেগ অফ কৰিব’ প্ৰধানমন্ত্ৰীয়ে ১৫ জানুৱাৰীত

January 13th, 05:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে ১৫ জানুৱাৰীৰ পুৱা ১০:৩০ বজাত চেকেন্দ্ৰাবাদক বিশাখাপত্তনমৰ সৈতে সংযোগ কৰিবলগীয়া ‘বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী’খনৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব।

তেলেংগাণাৰ চেকেন্দেৰাবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

September 13th, 09:30 am

তেলেংগাণাৰ চেকেন্দেৰাবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰিছে প্ৰধানামন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।