IndAus ECTA reflects the depth of the mutual confidence between the two countries: PM Modi

April 02nd, 10:01 am

PM Modi and Australian PM Morrison witnessed signing of the India-Australia Economic Cooperation and Trade Agreement. PM Modi said that signing of IndAus ECTA in such a short span of time reflects the depth of the mutual confidence between the two countries.

প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ভাৰত-অষ্ট্ৰেলিয়া অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি - " IndAus ECTA" স্বাক্ষৰিত হয়

April 02nd, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়া চৰকাৰৰ প্ৰধানমন্ত্ৰী শ্ৰী স্কট মৰিছনৰ উপস্থিতিত ভাৰত চৰকাৰৰ হৈ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ, উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু বস্ত্ৰ মন্ত্ৰী শ্ৰী পীযুষ গোৱেল আৰু অষ্ট্ৰেলিয়া চৰকাৰৰ বাণিজ্য, পৰ্যটন আৰু বিনিয়োগ মন্ত্ৰী শ্ৰী ডেন তেহানে আজি ভাৰত-অষ্ট্ৰেলিয়া অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি (IndAus ECTA) স্বাক্ষৰ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে ভাৰত-অষ্ট্ৰেলিয়া দ্বিতীয় ভাৰ্চুৱেল সন্মিলনৰ আয়োজন কৰে

March 21st, 06:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মাননীয় স্কট মৰিছনে আজি ভাৰত-অষ্ট্ৰেলিয়া দ্বিতীয় ভাৰ্চুৱেল সন্মিলনৰ আয়োজন কৰে। সন্মিলনৰ সময়ত তেওঁলোকে দুয়োখন দেশৰ মাজত বহুমুখী সম্পৰ্কৰ পৰ্যালোচনা কৰে আৰু আঞ্চলিক আৰু গোলকীয় উন্নয়নৰ ওপৰত মত বিনিময় কৰে।

India-Australia Virtual Summit

March 17th, 08:30 pm

Prime Minister Shri Narendra Modi and Prime Minister of Australia H.E. Mr. Scott Morrison will hold the second India-Australia Virtual Summit on 21 March 2022. The Summit follows the historic first Virtual Summit of 4 June 2020 when the relationship was elevated to a Comprehensive Strategic Partnership.

কোৱাড নেতৃবৰ্গৰ ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

March 03rd, 10:23 pm

প্ৰধানমন্ত্ৰীয়ে আজি মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদাৰ সৈতে কোৱাড নেতৃবৰ্গৰ এখন ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ক’ভাক্সিনক অষ্ট্ৰেলিয়াৰ স্বীকৃতি প্ৰদানৰ বাবে মহামহিম স্কট মৰিছনক ধন্যবাদ জনাইছে

November 01st, 10:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম স্কট মৰিছনক ভাৰতৰ ক’ভাক্সিনক অষ্ট্ৰেলিয়াৰ স্বীকৃতি প্ৰদানৰ বাবে ধন্যবাদ জনাইছে।

তথ্যপটঃ কোৱাড গোষ্ঠীভুক্ত নেতৃবৃন্দৰ শীর্ষ বৈঠক

September 25th, 11:53 am

ৰাষ্ট্রপতি বাইডেনে ২৪ ছেপ্টেম্বৰত হোৱাইট হাউছত অস্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছন, ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু জাপানৰ প্রধানমন্ত্রী যোশিহিদে সুগাক লৈ গঠিত কোৱাড বা চতুর্দেশীয় অক্ষ গোষ্ঠীভুক্ত দেশবিলাকৰ নেতৃবৃন্দক মুখামুখি বৈঠকলৈ আমন্ত্রণ জনায়। এইখনেই আছিল কোৱাড গোষ্ঠীভুক্ত দেশবিলাকৰ নেতৃবৃন্দৰ ব্যক্তিগত উপস্থিতিত প্রথম বৈঠক। কোৱাড গোষ্ঠীভুক্ত নেতৃবৃন্দই উচ্চাকাঙ্ক্ষী উদ্যোগত অগ্রাধিকাৰ দিয়ে যাৰ ফলত একৈশ শতাব্দীৰ চ্যালেঞ্জবিলাকৰ মোকাবিলাত বাস্তবিক সহযোগিতা আৰু পাৰস্পৰিক সম্পর্ক অধিক নিবিড় হয়। এই বৈঠকত কোভিড-১৯ মহামাৰীৰ অবসান সহ নিৰাপদ আৰু কার্যকৰী টীকাৰ উৎপাদন বৃদ্ধি তথা সকলোৰে বাবে উপলব্ধ কৰোৱা; উন্নতমানৰ পৰিকাঠামো নির্মাণ; জলবায়ুজনিত সঙ্কটৰ মোকাবিলা; উদীয়মান প্রযুক্তিৰ ক্ষেত্রত অংশীদাৰিত্ব, মহাকাশ আৰু চাইবাৰ নিৰাপত্তাৰ দৰে ক্ষেত্রত সমন্বয় অধিক বঢ়োৱাৰ ওপৰত গুৰুত্ব দিয়া হয়। গোষ্ঠীভুক্ত দেশবিলাকত অহা প্রজন্মৰ মেধাৰ অধিক বিকাশৰ বিষয়টোক অগ্রাধিকাৰ দিয়া হয়।

Joint Statement from Quad Leaders

September 25th, 11:41 am

In a joint statement, the Quad leaders said, We, the leaders of Australia, India, Japan, and the United States, convened today in person as the Quad” for the first time. On this historic occasion we recommit to our partnership, and to a region that is a bedrock of our shared security and prosperity—a free and open Indo-Pacific, which is also inclusive and resilient.

ভাৰত-মাৰ্কিন দ্বিপাক্ষিক সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা আৰম্ভণি- মন্তব্য

September 24th, 11:48 pm

ৰাষ্ট্ৰপতি জী, সৰ্ব প্ৰথমে মই আমাক, ভাৰতীয় প্ৰতিনিধি দলটোক মৈত্ৰীপূৰ্ণ আৰু উষ্ণ আদৰণি জনোৱাৰ বাবে আপোনাক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। ২০১৬, আৰু ২০১৪ চনতো মই আপোনাৰ সৈতে বিস্তৃত ভাবে কথা-বতৰা পতাৰ সুযোগ পাইছিলো। আৰু সেই সময়ত আপুনি ভাৰত-আমেৰিকাৰ সম্বন্ধ সন্দৰ্ভত পোষণ কৰা আপোনাৰ দৃষ্টভংগী শব্দবদ্ধ কৰিছিল, সেয়া নিতান্তই প্ৰেৰণাদায়ক আছিল আৰু আজি আপুনি ৰাষ্ট্ৰপতি হিচাপে সেই দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰিছে, প্ৰয়াস কৰিছে, ‘ইনচিয়েটিভ’ লৈছে, এই কাৰ্যক মই স্বাগত জনাইছো।

Prime Minister’s meeting with Australian Prime Minister Scott Morrison on the sidelines of the Quad Leaders’ Summit

September 23rd, 11:31 pm

The first bilateral meeting was with PM Scott Morrison of Australia. They discussed a wide range of subjects aimed at deepening economic and people-to-people linkages between India and Australia.

PM’s Departure Statement ahead of his visit to USA

September 22nd, 10:37 am

I will be visiting USA from 22-25 September, 2021 at the invitation of His Excellency President Joe Biden of the United States of America

কোৱাড নেতৃবৰ্গৰ প্রথম ভাৰ্চুৱেল সন্মিলন

March 11th, 11:23 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১২ মার্চত ভার্চুৱেলী অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিচন, জাপানৰ প্রধানমন্ত্রী য়’শীহিদ ছুগা আৰু মার্কিন যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জোছেফ আৰ বাইডেনৰ লগতে চাৰি দেশীয় জোট কোৱাড্রিলেটাৰেল ফ্রেমৱর্কৰ বৈঠকত মিলিত হ’ব৷ এয়া কোৱাড্রিলেটাৰেল ফ্রেমৱর্ক নেতৃবৃন্দৰ প্রথম সন্মিলন।

প্রধানমন্ত্রীয়ে ১৯ নৱেম্বৰ, ২০২০ তাৰিখে বেঙ্গালুৰু টেক ছামিট উদ্বোধন কৰি

November 17th, 04:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংৰ মাধ্যমেৰে ১৯ নৱেম্বৰৰ দিনৰ ১২ বজাত ২০২০ বৰ্ষৰ বেঙ্গালুৰু টেক ছামিট উদ্বোধন কৰিব।

List of the documents announced/signed during India - Australia Virtual Summit

June 04th, 03:54 pm

List of the documents announced/signed during India - Australia Virtual Summit, June 04, 2020

India is committed to strengthening ties with Australia: PM Modi

June 04th, 10:54 am

At the India-Australia virtual summit, PM Narendra Modi said, India is committed to strengthening its relations with Australia, it is not only important for our two nations but also for the Indo-Pacific region and the whole world. During the summit, both the countries elevated their bilateral ties to a Comprehensive Strategic Partnership.

PM Modi, Australian PM Morrison take part in virtual summit

June 04th, 10:53 am

At the India-Australia virtual summit, PM Narendra Modi said, India is committed to strengthening its relations with Australia, it is not only important for our two nations but also for the Indo-Pacific region and the whole world. During the summit, both the countries elevated their bilateral ties to a Comprehensive Strategic Partnership.

Telephone Conversation between PM and Prime Minister of the Commonwealth of Australia

April 06th, 02:37 pm

Prime Minister Shri Narendra Modi had a telephonic conversation today with H.E. Scott Morrison, Prime Minister of the Commonwealth of Australia.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ মাজত টেলিফোনিক বাৰ্তালাপ

January 03rd, 07:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

November 04th, 07:59 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ নৱেম্বৰ ২০১৯ তাৰিখে বেংককত অনুষ্ঠিত ভাৰত-আছিয়ান আৰু ইষ্ট-এছিয়া সন্মিলন ২০১৯ৰ পাৰ্শ্বৱৰ্তী সময়ত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতে সাক্ষাৎ কৰে৷

PM’s meetings on the sidelines of East Asia Summit in Singapore

November 14th, 12:35 pm

PM Narendra Modi held talks with several world leaders on the margins of the East Asia Summit in Singapore.