২০২২ বৰ্ষৰ এছচিঅ’ সন্মিলনত প্ৰথমবাৰলৈ বাৰাণসীক এছচিঅ’ পৰ্যটন আৰু সাংস্কৃতিক ৰাজধানী হিচাপে মনোনীত
September 16th, 11:50 pm
১. ২০২২ চনৰ ১৬ ছেপ্টেম্বৰত উজবেকিস্তানৰ সমৰকন্দত অনুষ্ঠিত হোৱা ছাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ’) ৰাষ্ট্ৰসমূহৰ মুৰব্বীসকলৰ পৰিষদৰ ২২সংখ্যক বৈঠকত ২০২২-২০২৩ বৰ্ষত বাৰাণসী চহৰখনে প্ৰথমবাৰৰ বাবে এছচিঅ’ পৰ্যটন আৰু সাংস্কৃতিক ৰাজধানী হিচাপে মনোনীত কৰিছে৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মিলনত অংশগ্ৰহণ কৰে৷‘এছচিঅ’ শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা মন্তব্যৰ ইংৰাজী অনুবাদৰ ভাঙনি
September 16th, 01:30 pm
মহামাৰীৰ পৰৱৰ্তি পৰিস্থিতিত আজি যেতিয়া সমগ্ৰ পৃথিৱীয়েই অৰ্থনৈতিক সংকটৰ পৰা পৰিত্ৰাণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছে, সেই মুহূৰ্তত ‘এছচিঅ’-ৰ ভূমিকা অতিকে গৰুত্বপূৰ্ণ হৈ উঠিছে। ‘এছচিঅ’-ৰ সদস্য ৰাষ্ট্ৰসমূহে গোলকীয় ‘জিডিপি’লৈ ৩০%ৰ অৱদান আগবঢ়ায় আৰু পৃথিৱীৰ জনসংখ্যাৰ ৪০%য়ো এই ‘এছচিঅ’ দেশসমূহতে বসবাস কৰে। ‘এছচিঅ’ দেশসমূহৰ মাজত অধিক সহযোগিতা আৰু পাৰস্পৰিক বিশ্বাসক ভাৰতে সমৰ্থন কৰে। মহামাৰী আৰু ইউক্ৰেইনৰ সংকটে সামগ্ৰিক ভাবে গোলকীয় যোগান-শৃংখলত বহু বাধাৰ সৃষ্টি কৰিছে, যাৰ ফলত সমগ্ৰ পৃথিৱীয়েই এক অভুতপূৰ্ব শক্তি তথা খাদ্য সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। ‘এছচিঅ’ই আমাৰ অঞ্চলটোত এক বিশ্বাসযোগ্য, স্থিতিস্থাপকতা সম্পন্ন আৰু বৈচিত্ৰ্যপূৰ্ণ যোগান-শৃংখল গঢ়ি তোলাৰ বাবে প্ৰয়াস কৰিব লাগিব। ইয়াৰ বাবে উন্নত সংযোগ ব্যৱস্থাৰ লগতে আমি পৰস্পৰে পৰস্পৰক সৰবৰাহৰ ক্ষেত্ৰত সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰিব লাগিব।প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনৰ মাজত টেলিফোনিক বাৰ্তালা
January 07th, 06:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আজি এক টেলিফোনিক বাৰ্তালাপত ২০১৯ বৰ্ষৰ শুভকামনা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ লগতে ৰাছিয়ান জনসাধাৰণক খ্ৰীষ্টমাছৰো শুভকামনা জনায়৷ উল্লেখ্য যে ৰাছিয়াবাসীয়ে আজি খ্ৰীষ্টমাছ উদযাপন কৰিছে৷Informal Summit between India and Russia Sochi, 21 May 2018
May 21st, 10:10 pm
Prime Minister Narendra Modi and President Vladimir Putin held their first informal Summit in the city of Sochi in the Russian Federation on May 21, 2018. The Summit provided an occasion for both leaders to deepen their friendship and to exchange views on international and regional issues, in keeping with the tradition of high level political exchanges between India and Russia.PM Modi holds talks with President Putin of Russia
May 21st, 04:40 pm
Prime Minister Narendra Modi today held talks with President Vladimir Putin of Russia in Sochi.