Meeting of Prime Minister with President of European Commission on the sidelines of G-7 Summit
June 28th, 08:07 am
PM Modi met President of the European Commission, Ms. Ursula von der Leyen in Munich. The leaders expressed happiness on the resumption of negotiations on the Trade, Investment and GI Agreements between India and EU. They reviewed India-EU engagements in various sectors, including digital cooperation, climate action and technology & innovation.Meeting of Prime Minister with Chancellor of the Federal Republic of Germany on the sidelines of G-7 Summit
June 27th, 09:27 pm
Prime Minister Narendra Modi met Chancellor Olaf Scholz on the sidelines of the G-7 Summit in Schloss Elmau, Germany. The two leaders emphasized the need to take forward their Green and Sustainable Development Partnership. Discussions covered issues like climate action, provision of climate financing and technology transfer.জি-৭ সন্মিলনৰ আঁৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী
June 27th, 09:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জুন, ২০২২ ত জাৰ্মানীৰ শ্বলছ এলমাউত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী জোক’ উইডোডোৰ সৈতে মিলিত হয়।জি-৭ সন্মিলনৰ সমান্তৰালভাৱে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 27th, 09:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ৰ ২৭ জুনত জাৰ্মানীৰ শ্বলছ এলমাউত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনৰ সমান্তৰালভাৱে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাৰ সৈতে বৈঠকত মিলিত হয়।