Subramania Bharati Ji was ahead of his time: PM Modi
December 11th, 02:00 pm
PM Modi released the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati at 7, Lok Kalyan Marg. The Prime Minister lauded the extraordinary, unprecedented and tireless work of six decades for the compilation of 'Kaala Varisaiyil Bharathiyar Padaippugal' in 21 volumes. He added that the hard work of Seeni Vishwanathan ji was such a penance, which will benefit many generations to come.PM Modi releases compendium of complete works of great Tamil poet Subramania Bharati
December 11th, 01:30 pm
PM Modi released the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati at 7, Lok Kalyan Marg. The Prime Minister lauded the extraordinary, unprecedented and tireless work of six decades for the compilation of 'Kaala Varisaiyil Bharathiyar Padaippugal' in 21 volumes. He added that the hard work of Seeni Vishwanathan ji was such a penance, which will benefit many generations to come.DMK founded on 'Divide, Divide and Divide' and seeks to destroy 'Sanatan': PM Modi in Vellore
April 10th, 02:50 pm
Ahead of the Lok Sabha elections, Prime Minister Narendra Modi was accorded a warm welcome by the vibrant people of Vellore as he addressed a public meeting in Tamil Nadu. He said, I bow down to the history, mythology, and bravery of Vellore. He added, Vellore created a pivotal revolution against the British, and presently, its robust support for the N.D.A. showcases the spirit of 'Fir ek Baar Modi Sarkar'.Massive crowd support in Vellore & Mettupalayam as PM Modi addresses two public meetings in Tamil Nadu
April 10th, 10:30 am
Ahead of the Lok Sabha elections, Prime Minister Narendra Modi was accorded a warm welcome by the massive crowd support in Vellore and Mettupalayam as he addressed two public meetings in Tamil Nadu. He said, I bow down to the history, mythology, and bravery of Vellore. He added, Vellore created a pivotal revolution against the British, and presently, its robust support for the N.D.A. showcases the spirit of 'Fir ek Baar Modi Sarkar'.নতুন দিল্লীত পোংগল উৎসৱৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 14th, 12:00 pm
পোংগলৰ পৱিত্ৰ দিনটোত তামিলনাডুৰ প্ৰতিটো ঘৰৰ পৰা পোংগল ধাৰাৰ প্ৰবাহ হয়। একেদৰেই আপোনালোকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ সোঁত বৈ যোৱাটো মই কামনা কৰিলোঁ। কালি দেশত লোহৰী উৎসৱ অতি আড়ম্বৰেৰে উদযাপন কৰা হৈছে। একাংশ লোকে আজি মকৰ সংক্ৰান্তি-উত্তৰায়ণ পালন কৰিছে, কোনোবাই হয়তো কাইলৈ উদযাপন কৰিব। মাঘ বিহুও সমাগত। এই সকলো উৎসৱৰ বাবে সকলো দেশবাসীক মই অভিনন্দন জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ।নতুন দিল্লীত পোংগাল উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
January 14th, 11:30 am
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে পোংগাল উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে তামিলনাডুৰ প্ৰতিখন ঘৰৰ পৰা নিৰ্গত হোৱা উৎসৱমুখৰ উৎসাহ-উদ্দীপনা প্ৰত্যক্ষ কৰিব পাৰি। শ্ৰী মোদীয়ে সকলো নাগৰিকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ ধাৰাটোৰ অবিৰত প্ৰবাহ কামনা কৰে। কালি অনুষ্ঠিত লহৰী, আজি মকৰ উত্তৰায়ন, কাইলৈ উদযাপন হ’বলগীয়া মকৰ সংক্ৰান্তি আৰু ইয়াৰ পাছতে মাঘ বিহুৰ আৰম্ভ হোৱাৰ কথাও তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে দেশত চলি থকা উৎসৱৰ সময়ছোৱাৰ বাবে সকলো নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰে।‘মন কি বাত’ৰ প্ৰতি মানুহে যি মৰম দেখুৱাইছে সেয়া অভূতপূৰ্বঃ প্ৰধানমন্ত্ৰী মোডী
May 28th, 11:30 am
'মন কী বাত'লৈ আকৌ এবাৰ আপোনালোক সকলোকে এক উষ্ম আদৰণি জনাইছো। এইবাৰ 'মন কী বাত'ৰ এই খণ্ডটো ইয়াৰ দ্বিতীয়টো শতিকাৰ আৰম্ভণি খণ্ড। যোৱা মাহত আমি সকলোৱে ইয়াৰ বিশেষ শতিকা উদযাপন কৰিছো। আপোনালোকৰ অংশগ্ৰহণ হৈছে এই কাৰ্যসূচীৰ আটাইতকৈ ডাঙৰ শক্তি। শততম খণ্ডৰ সম্প্ৰচাৰৰ সময়ত, এক প্ৰকাৰে সমগ্ৰ দেশ যেন একেডাল সূতাৰে বান্ধ খাইছিল। অনাময় কৰ্মচাৰী ভাই-ভনী হওক বা বিভিন্ন খণ্ডৰ ব্যক্তিয়েই হওঁক, 'মন কী বাতে' সকলোকে একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। 'মন কী বাত'ৰ বাবে আপোনালোক সকলোৱে দেখুওৱা স্নেহ আৰু মৰম অভূতপূৰ্ব, ই মানুহক আৱেগিক কৰি তোলে। যেতিয়া 'মন কী বাত' সম্প্ৰচাৰ কৰা হৈছিল, পৃথিৱীৰ বিভিন্ন দেশত, বিভিন্ন সময় অঞ্চলত, কৰবাত সন্ধিয়া হৈছিল আৰু কৰবাত ৰাতি পলম হৈছিল... তথাপিও, বহু সংখ্যক লোকে শততম খণ্ডটো শুনিবলৈ সময় উলিয়াইছিল। মই হাজাৰ হাজাৰ মাইল দূৰত থকা নিউজিলেণ্ডৰ সেই ভিডিঅ'টোও দেখিছিলো, য'ত এগৰাকী ১০০ বছৰীয়া মহিলাই তেওঁৰ মাতৃসূলভ আশীৰ্বাদ দিছে। ভাৰত আৰু বিদেশৰ মানুহে 'মন কী বাত' সন্দৰ্ভত তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে। বহুলোকে গঠনমূলক বিশ্লেষণো আগবঢ়াইছে। 'মন কী বাত'ত কেৱল দেশ আৰু দেশবাসীৰ সাফল্যৰ বিষয়ে আলোচনা কৰা হৈছে বুলি ৰাইজে প্ৰশংসা কৰিছে। এই আশীৰ্বাদৰ বাবে মই আপোনালোক সকলোকে সম্পূৰ্ণ সন্মান জনাইছো।কাশীত কাশী তেলেগু সংগমমত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 29th, 07:46 pm
আপোনালোক সকলোকে গংগা-পুষ্কৰালু উৎসৱৰ আন্তৰিক শুভাকামনা জ্ঞাপন কৰিছো৷ আপোনালোক কাশীলৈ আহিছে, সেইবাবে আপোনালোক ব্যক্তিগতভাৱে মোৰ অতিথিও আৰু আমাৰ ইয়াৰ কোৱা হয় যে অতিথি দেৱতাৰ সমান৷ মই কৰ্তব্যৰ খাতিৰত আপোনালোকক আদৰণি জনাবলৈ কাশীলৈ যাব পৰা নাই যদিও মোৰ মনটো আপোনালোকৰ মাজতে থকাৰ দৰে অনুভৱ হৈছে৷ মই এই অনুষ্ঠান আয়োজনৰ বাবে কাশী-তেলেগু সমিতি আৰু সংসদৰ মোৰ সতীৰ্থ বি এল নৰসিংহ ৰাও জীক অভিনন্দন জনাইছো৷ কাশীৰ ঘাটত এই গংগা-পুষ্কৰালু উৎসৱ, গংগা আৰু গোদাবৰীৰ সংগমৰ দৰে৷ এয়া ভাৰতৰ প্ৰাচীন সভ্যতা, সংস্কৃতি আৰু পৰম্পৰাৰ সংগমৰ উৎসৱ৷ আপোনালোকৰ নিশ্চয় মনত আছে, কেইমাহমান পূৰ্বে এই কাশী ভূমিত কাশী-তামিল সংগমম অনুষ্ঠিত কৰা হৈছিল৷ কেইদিনমান পূৰ্বে মই সৌৰাষ্ট-তামিল সংগমমত অংশগ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিছিলো৷ তেতিয়া মই কৈছিলো, আজাদীৰ এই অমৃতকাল দেশৰ বৈচিত্ৰতা, বিভিন্ন ধাৰাৰ সংগমকাল৷ বৈচিত্ৰতাৰ এই সংগমৰ জৰিয়তে ৰাষ্ট্ৰীয়তা অমৃত ওলাইছে, যি ভাৰতক অনন্ত ভৱিষ্যতলৈকে শক্তিশালী কৰি ৰাখিব৷উত্তৰ প্ৰদেশৰ কাশীত গংগা পুষ্কাৰালু উৎসৱত ভাষণ প্ৰধানমন্ত্ৰীৰ
April 29th, 07:45 pm
প্ৰধানমন্ত্ৰীয়ে গংগা পুষ্কৰলু উৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি ভাষণ আৰম্ভ কৰে আৰু সকলোকে উষ্ম আদৰণি জনায়। তেওঁ কয় যে ইয়াত উপস্থিত থকা সকলো লোক তেওঁৰ ব্যক্তিগত অতিথি আৰু ভাৰতীয় সংস্কৃতিত অতিথিজনক ঈশ্বৰৰ মৰ্যাদা দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, যদিও মই আপোনালোকক আদৰণি জনোৱাৰ বাবে তাত উপস্থিত থাকিব নোৱাৰিলো, তথাপিও মোৰ মন আপোনালোক সকলোৰে সৈতে আছে। তেওঁ কাশী-তেলেগু সমিতি আৰু সাংসদ শ্ৰী জিভিএল নৰসিংহ ৰাওক এই অনুষ্ঠানৰ আয়োজনকৰাৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কাশীৰ ঘাটত অনুষ্ঠিত গংগা-পুষ্কৰলু উৎসৱ গংগা আৰু গোদাৱৰীৰ সঙ্গমৰ দৰে। তেওঁ লগতে কয় যে ই ভাৰতৰ প্ৰাচীন সভ্যতা, সংস্কৃতি আৰু পৰম্পৰাৰ সংগমৰ উৎসৱ। তেওঁ কেইমাহমান আগতে ইয়াত অনুষ্ঠিত কাশী-তামিল সঙ্গমৰ কথা স্মৰণ কৰে। তেওঁ সৌৰাষ্ট্ৰ-তামিল সঙ্গমত তেওঁৰ শেহতীয়া অংশগ্ৰহণৰ কথাও উল্লেখ কৰে, য'ত তেওঁ স্বাধীনতাৰ অমৃত কালক ভাৰতৰ বৈচিত্ৰ্য আৰু সংস্কৃতিৰ সংগম হিচাপে দেখিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, বৈচিত্ৰ্যৰ এই সঙ্গমে জাতীয়তাবাদৰ অমৃত সৃষ্টি কৰিছে, যি ভৱিষ্যতে ভাৰতৰ বাবে সম্পূৰ্ণ শক্তি নিশ্চিত কৰিব।‘সৌৰাষ্ট্ৰ-তামিল সংগমম’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মন্তব্যৰ পাঠ
April 26th, 02:30 pm
গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, নাগালেণ্ডৰ ৰাজ্যপাল শ্ৰী এল গণেশন জী, ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী ভাই পুৰুষোত্তম ৰূপালা জী, এল মুৰুগান জী, মীনাক্ষী লেখীজী, এই কাৰ্যসূচীৰ সৈতে জড়িত অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল, ‘সৌৰাষ্ট্ৰ তামিল সঙ্গমম, নিগল-চিয়িল, পঙ্গেৰ-কে ভান্দিৰুক্কুম, তামিলং সোন্দংগল আনাইভাৰায়ুম, ভাৰুগা ভাৰুগা এন ভাৰ্ভাৰকিৰেন। উঙ্গল আনাইভাৰাইয়ুম, গুজৰাট মন্নীল, ইন্দ্ৰু, সন্দিতাদিল্ পেৰু মাগিলচি’।প্ৰধানমন্ত্ৰীয়ে সৌৰাষ্ট্ৰ তামিল সংগমৰ সামৰণি অনুষ্ঠানত ভাষণ দিয়ে
April 26th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে সৌৰাষ্ট্ৰ তামিল সংগমৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰে।২৬ এপ্ৰিলত সৌৰাষ্ট্ৰ তামিল সংগমমৰ সামৰণী অনুষ্ঠানত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
April 25th, 08:00 pm
এই কাৰ্যসূচীৰ আৰম্ভণি প্ৰধানমন্ত্ৰীৰ এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ চেতনাক প্ৰোৎসাহিত কৰাৰ দৃষ্টিভংগীৰ মাজত নিহিত আছে, যিয়ে দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ মাজত বহু পুৰণি সম্পৰ্ক পুনৰ আৱিষ্কাৰ কৰাত সহায় কৰিব । এই বিষয়টিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি পূৰ্বে কাশী তামিল সংগমমৰ আয়োজন কৰা হৈছিল। সৌৰাষ্ট্ৰ তামিল সংগমমে গুজৰাট আৰু তামিলনাডুৰ মাজৰ অভিন্ন সংস্কৃতি আৰু ঐতিহ্য উদযাপনৰ জৰিয়তে এই দৃষ্টিভংগী আগবঢ়াই নিছে।প্ৰধানমন্ত্ৰীয়ে সৌৰাষ্ট্ৰ তামিল সংগমমৰ ভিডিঅ' শ্বেয়াৰ কৰে
April 18th, 10:35 am
প্ৰধানমন্ত্ৰীয়ে সৌৰাষ্ট্ৰ তামিল সংগমমত প্ৰস্তুত কৰা সাংস্কৃতিক কাৰ্যক্ৰমৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে।সৌৰাষ্ট্ৰ তামিল সংগমমৰ অংশগ্ৰহণকাৰীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
April 17th, 10:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সৌৰাষ্ট্ৰ তামিল সংগমমৰ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে।সৌৰাষ্ট্ৰ তামিল সংগমমে এক অতি ইতিবাচক পৰিৱেশ সৃষ্টি কৰিবঃ প্ৰধানমন্ত্ৰী
April 15th, 10:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাদুৰাইৰ পৰা এছটি সংগমমৰ বাবে প্ৰথমটো যাত্ৰীৰ দল কঢ়িয়াই নিয়া মাদুৰাইত শুভাৰম্ভ কৰা বিশেষ ৰে’লৰ প্ৰশংসা কৰে৷‘এছ-টি সংগম’-য়ে গুজৰাট আৰু তামিলনাডুৰ মাজত শতিকা আগতে উদ্ভৱ হোৱা এক বন্ধন শক্তিশালী কৰি তুলিছে: প্ৰধানমন্ত্ৰী
March 26th, 10:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘তামিলনাডু আৰু সৌৰাষ্ট্ৰ সংগম’ (এছ টি সঙ্গম)য়ে গুজৰাট আৰু তামিলনাডুৰ মাজত শতিকা পূৰ্বে উদ্ভৱ হোৱা এক বন্ধন শক্তিশালী কৰি তুলিছে।