গুজৰাটৰ ৰাজকোটত একাধিক উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 27th, 04:00 pm

এতিয়া বিজয়েও মোৰ কাণে কাণে কৈছিল যে মইও নিৰীক্ষণ কৰি আছো যে ৰাজকোটত কাৰ্যসূচী অনুষ্ঠিত হৈছে, ছুটীৰ দিনো নহয়, দুপৰীয়াৰ সময়, ৰাজকোটত কোনোবাই এই সময়ত সভা অনুষ্ঠিত কৰাৰ কথা নাভাৱে, তাতে ইমান বিশাল জনসভাত ইমান সংখ্যক লোক উপস্থিত আছে, আজি ৰাজকোটে ৰাজকোটৰ সকলো অভিলেখ ভংগ কৰিলে৷ নহ’লে আমি বছৰ বছৰ ধৰি দেখি আহিছো যে সন্ধিয়া ৮ বজাৰ পাছতহে সকলো ঠিক থাকে আৰু ৰাজকোটক দুপৰীয়া শুবৰ বাবে সময়ৰ প্ৰয়োজন৷

গুজৰাটৰ ৰাজকোটত ‘ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ দেশবাসীক উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

July 27th, 03:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ৮৬০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। প্ৰকল্পবোৰৰ ভিতৰত আছে ছাউনী যোজনা লিংক ৩ পেকেজ ৮ আৰু ৯, দ্বাৰকা গ্ৰাম্য পানী যোগান আৰু অনাময় (আৰডব্লিউএছএছ)ৰ উন্নীতকৰণ; উপাৰকোট ফ’ৰ্টৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ সংৰক্ষণ, পুনৰুদ্ধাৰৰ কাম আৰু বিকাশ; পানী শোধন প্ৰকল্প, নৰ্দমা শোধন প্ৰকল্প আৰু ফ্লাইঅভাৰ ব্ৰীজ আদি নিৰ্মাণ। প্ৰধানমন্ত্ৰীয়ে নতুনকৈ উদ্বোধন কৰা ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ভৱনো পৰিদৰ্শন কৰে।

হাজিৰাত ৰ’-পেক্স টার্মিনেলৰ উদ্বোধন উপলক্ষে প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবা

November 08th, 10:51 am

যি কোনো প্ৰকল্পৰ কাম আৰম্ভ হ’লে কিদৰে ‘ইজ অফ ডুয়িং বিজনেছ’ৰ লগতে ‘ইজ অফ লিভিঙো’ বৃদ্ধি পাই ইয়াৰ উৎকৃষ্ট উদাহৰণ হ’ল এই প্ৰকল্পটো৷ ইয়াত আহি যি ৪–৫গৰাকী ভাই–ভনীৰ সৈতে কথা কোৱাৰ সুযোগ পাইছো, তেওঁলোকে যিদৰে নিজৰ অভিজ্ঞতাৰ কথা ক’লে, তীর্থযাত্রাৰ পৰা আৰম্ভ কৰি যান–বাহনৰ ন্যূনতম লোকচান, সময় ৰাহি অথবা কৃষি উৎপাদন বৃদ্ধি, অপচয় হ্রাস, সতেজ ফল আৰু শাক–পাছলি সৰবৰাহ দ্রুতগতিত ছুৰাটৰ দৰে ডাঙৰ বজাৰলৈ নিয়াৰ ইমান ভাল ব্যৱস্থা এই সকলো বন্ধুসকলৰ জীৱনত এক নতুন মাত্রা যোগ হোৱাত তেওঁলোক অতিশয় আনন্দিত হৈছে৷ তেওঁলোকে মোক জনায় যে এই প্ৰকল্পৰ ফলত কিদৰে তেওঁলোকৰ ব্যৱসায়–বাণিজ্যৰ কাম সুগম হ’ব, গতি বৃদ্ধি পাব৷ মই ভাৱো সেইবাবেই আজি আপোনালোক ইমান আনন্দিত হৈছে৷ আজি এই আনন্দময় পৰিৱেশত ব্যৱসায়ী, শ্ৰমিক, কর্মচাৰী, কৃষক, ছাত্ৰ–ছাত্রী প্ৰত্যেকৰ জীৱনত এই অভূতপূর্ব যোগাযোগ ব্যৱস্থাই ইতিবাচক প্ৰভাৱ পেলাব৷ যেতিয়া নিজৰ মাজত দূৰত্ব কমে, তেতিয়া মনটোও আনন্দৰে ভৰি পৰে৷

হাজিৰাত ‘ৰো-পাক্স টাৰ্মিনেল’ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়

November 08th, 10:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ হাজিৰাত এটা ‘ৰো-পাক্স টাৰ্মিনেল’ মুকলি কৰাৰ লগতে হাজিৰা আৰু ঘোঘাৰ মাজত পতাকা জোকাৰি ফেৰী সেৱাৰো শুভাৰম্ভ কৰে। তেওঁ স্থানীয় ব্যৱহাৰকাৰীসকলৰ সৈতেও বাৰ্তালাপত মিলিত হয়। ইফালে, তেওঁ কেন্দ্ৰীয় ‘জাহাজ পৰিবহণ মন্ত্ৰালয়’ক ‘বন্দৰ, জাহজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়’ হিচাপে পুনৰ-নামকৰণ কৰাৰ সিদ্ধান্তৰ কথাও জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে ৮ নবেম্বৰত হাজিৰাত ৰো-পেক্স টাৰ্মিনেলৰ শুভাৰম্ভ কৰিব আৰু হাজিৰা আৰু ঘোঘাৰ মাজত ৰো-পেক্স ফেৰী সেৱাক সেউজীয়া পতাকা প্ৰদৰ্শন কৰি

November 06th, 03:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ নবেম্বৰ, ২০২০ত দিনৰ ১১ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত গুজৰাটৰ হাজিৰাত ৰো-পেক্স টাৰ্মিনেলৰ শুভাৰম্ভ কৰিব আৰু হাজিৰা আৰু ঘোঘাৰ মাজত ৰো-পেক্স সেৱাক সেউজীয়া পতাকা প্ৰদৰ্শন কৰিব। এয়া জলপথৰ ব্যৱহাৰ আৰু তাক দেশৰ অৰ্থনৈতিক বিকাশৰ সৈতে একত্ৰিত কৰিবৰ বাবে প্ৰধানমন্ত্ৰীৰ ভিজ্যনৰ দিশত এক বিশেষ পদক্ষেপ। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীৰ সময়ত এই সেৱা ব্যৱহাৰ কৰা স্থানীয় মানুহৰ সৈতে বাৰ্তালাপো কৰিব। এই উপলক্ষে শ্বিপিং ৰাজ্য মন্ত্ৰী আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব।

Ro-Ro Ferry Service is a dream come true for people of Gujarat: PM Modi

October 23rd, 10:35 am

PM Modi today inaugurated Ro-Ro Ferry Service betwwen Ghogha and Dahej. Inaugurating the service the PM said, Ferry service is a first of sorts. Its a dream come true for people of Gujarat.

PM Modi inaugurates Ro-Ro Ferry Service between Ghogha and Dahej

October 22nd, 11:39 am

PM Modi today inaugurated Ro-Ro Ferry Service betwwen Ghogha and Dahej. Inaugurating the service the PM said, Ferry service is a first of sorts. Its a dream come true for people of Gujarat.

PM to visit Gujarat, inaugurate Phase 1 of RO RO Ferry Service between Ghogha and Dahej

October 21st, 06:17 pm

PM Narendra Modi will be visiting Gujarat where he would inaugurate Ro-Ro ferry service between Ghogha and Dahej. The PM would also lay foundation stone and inaugurate several other development projects and address public meetings in Ghogha and Vadodara.

Let's embrace the latest technology in the sphere of water conservation: PM Modi

June 29th, 06:03 pm

PM Narendra Modi today dedicated several projects to the nation. He dedicated the third link of phase I of SAUNI project, remodeled Nyari Dam and an express feeder line for linking Aji Dam and Nyari dam. Shri Modi also launched Smart Rajkot Hackathon.

PM inaugurates filling of Aji Dam under Sauni Yojana

June 29th, 06:02 pm

PM Narendra Modi today dedicated several projects to the nation. He dedicated the third link of phase I of SAUNI project, remodeled Nyari Dam and an express feeder line for linking Aji Dam and Nyari dam. Shri Modi also launched Smart Rajkot Hackathon.

PM Narendra Modi inaugurates SAUNI project in Jamnagar, Gujarat

August 30th, 11:59 pm

PM Modi unveiled a plaque to launch the Saurashtra Narmada Irrigation (SAUNI) Project in Gujarat. Addressing a gathering, the PM stated it had always been his firm belief that water was most important for the farmer. The PM emphasized the need for water conservation and spoke about various initiatives taken by the Union Govt for welfare of farmers, such as crop insurance.

Ground breaking ceremony of SAUNI Yojana performed in Rajkot

February 17th, 06:54 pm

Ground breaking ceremony of SAUNI Yojana performed in Rajkot

Watch LIVE: Shri Narendra Modi to inaugurate Khodal Dham Agri Vision India 2014. On 21st January, 2014

January 17th, 12:09 pm

Watch LIVE: Shri Narendra Modi to inaugurate Khodal Dham Agri Vision India 2014. On 21st January, 2014

The Folk Fair of Tarnetar: Popular and Prestigious Heritage of Saurashtra

September 03rd, 06:57 pm

The Folk Fair of Tarnetar: Popular and Prestigious Heritage of Saurashtra

Shri Modi's speech at Saurashtra Narmada Jal Avtaran Jan Jagruti Mahayagya

May 05th, 12:51 pm

Shri Modi's speech at Saurashtra Narmada Jal Avtaran Jan Jagruti Mahayagya