Congress and its allies wasted 60 years of the country: PM Modi in Champaran, Bihar
May 21st, 11:30 am
PM Modi addressed a spirited public meeting in Champaran, Bihar, emphasizing the transformative journey India has undertaken under his leadership and the urgent need to continue this momentum. PM Modi highlighted the significant achievements of his government while exposing the failures of the opposition, particularly the INDI alliance.PM Modi addresses public meetings in Champaran & Maharajganj, Bihar
May 21st, 11:00 am
PM Modi addressed spirited public meetings in Champaran and Maharajganj, Bihar, emphasizing the transformative journey India has undertaken under his leadership and the urgent need to continue this momentum. PM Modi highlighted the significant achievements of his government while exposing the failures of the opposition, particularly the INDI alliance.ৰাজস্থানৰ মানগড় পাহাৰত 'মানগড় ধাম কী গৌৰৱ গাঁথা' শীৰ্ষক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা অসমীয়া অনুবাদ
November 01st, 11:20 am
ৰাজস্থানৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলটজী, মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু জনজাতীয় সমাজৰ মহান নেতা শ্ৰী মংগুভাই পেটেল, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং জী চৌহান, মন্ত্ৰী পৰিষদৰ মোৰ সহকৰ্মী শ্ৰী ফগ্গান সিং কুলস্তে জী, শ্ৰী অৰ্জুন মেঘৱালজী, বিভিন্ন সংগঠনৰ বিশিষ্ট ব্যক্তিত্বসকল, সাংসদ, বিধায়ক আৰু মোৰ পুৰণি বন্ধুসকল, জনজাতীয় সমাজৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰা ভাতৃ মহেশজী আৰু মোৰ মৰমৰ জনজাতীয় ভাই-ভনীসকল যিসকল দূৰ-দূৰণিৰ পৰা মানগড় ধামলৈ আহিছে।‘মংগৰ ধাম কী গৌৰৱ গাথা’ৰ ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
November 01st, 11:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'মনগড় ধাম কি গৌৰৱ গাথা' নামৰ এক ৰাজহুৱা অনুষ্ঠানত অংশ গ্ৰহণ কৰি স্বাধীনতা সংগ্ৰামৰ অখ্যাত জনজাতীয় নায়ক আৰু শ্বহীদসকলৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে ধুনি দৰ্শন কৰে আৰু গোবিন্দ গুৰুৰ প্ৰতিমূৰ্তিলৈ পুষ্পাঞ্জলি জ্ঞাপন কৰেকলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত ‘বিপ্লৱী ভাৰত বিথিকা’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
March 23rd, 06:05 pm
পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰীমান জগদীপ ধনখড় জী, কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী শ্ৰী কিষণ ৰেড্ডী জী, ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’-ৰে জড়িত সকলো মহানুভৱ, বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকল, কলা আৰু সাংস্কৃতিক জগতৰ দিগগজসকল, আইসকলৰ লগতে সজ্জনসকল!শ্বহীদ দিৱসত কলকাতাৰ ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
March 23rd, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে। এই অনুষ্ঠানত পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী জগদীপ ধনখৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী উপস্থিত আছিল।জাৰ্মানৰ চেঞ্চেলৰৰ সৈতে গান্ধী স্মৃতি দৰ্শন প্ৰধানমন্ত্ৰীৰ
November 01st, 07:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্মানৰ চেঞ্চেলৰ ড০ এঞ্জেলা মাৰ্কেলৰ সৈতে নতুন দিল্লীস্থিত গান্ধী স্মৃতি দৰ্শন কৰে৷মহাত্মা গান্ধীৰ ঐতিহ্যক সোঁৱৰণ
January 31st, 02:06 am
মহাত্মা গান্ধী তেওঁৰ জীৱনকালৰ দৰেই এতিয়াৰ সময়তো প্ৰাসংগিক হৈ আছে বুলি মই বিশ্বাস কৰোঃ শ্ৰী নৰেন্দ্ৰ মোদীSwadeshi was a weapon in the freedom movement, today handloom has become a huge weapon to fight poverty: PM Modi
January 30th, 04:30 pm
PM Modi dedicated the National Salt Satyagraha Memorial to the nation in Dandi, Gujarat. PM Modi while addressing the programme, remembered Gandhi Ji’s invaluable contributions and said, “Bapu knew the value of salt. He opposed the British to make salt costly.” The PM also spoke about Mahatma Gandhi’s focus on cleanliness and said, “Gandhi Ji chose cleanliness over freedom. We are marching ahead on the path shown by Bapu.”প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ উচৰ্গা কৰিলে গুজৰাটৰ দাণ্ডীৰ ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰ
January 30th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা গান্ধীৰ মৃত্যু তিথি উপলক্ষে গুজৰাটৰ নভছাৰি জিলাৰ দাণ্ডীত ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক মুকলি কৰি ৰাষ্ট্ৰলৈ উচৰ্গা কৰে৷UDAN has immensely helped to boost air connectivity in India: PM Modi
January 30th, 01:30 pm
Inaugurating the new terminal building of Surat Airport, PM Narendra Modi reiterated the Centre’s commitment to enhance ease of living as well as ease of doing business in the country. Highlighting NDA government’s focus on strengthening infrastructure and connectivity, the PM said that due to the UDAN Yojana, citizens were being benefitted as several airports were either being upgraded or extended throughout the country.আজি ছুৰাটত উপস্থিত প্ৰধানমন্ত্ৰ
January 30th, 01:30 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছুৰাট ভ্ৰমণ কৰে৷ ছুৰাটত তেওঁ ছুৰাট বিমানবন্দৰৰ টাৰ্মিনেল বিল্ডিঙৰ প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ জৰিয়তে ছুৰাট আৰু দক্ষিণ গুজৰাট অঞ্চলত যোগাযোগ ব্যৱস্থা উন্নত হ’ব৷২০১৯ত ভাৰতে প্ৰগতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখক আৰু গৌৰৱৰ নতুন শিখৰত উপনীত হওকঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
December 30th, 11:30 am
মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিস্তৃতভাৱে বৰ্ণনা কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ২০০১৮ত ভাৰতৰ সফলতাৰ কথা দোঁহৰাৰ লগতে দেশবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে৷ ভাষণ কালত প্ৰধানমন্ত্ৰীয়ে প্ৰয়াগৰাজত অনুষ্ঠিত হ’বলগীয়া কুম্ভ মেলাৰ সন্দৰ্ভত সদৰি কৰি গুৰু গোৱিন্দ সিং জী, মহাত্মা গান্ধী আৰু চৰ্দাৰ পেটেলৰ পবিত্ৰ চিন্তাধাৰা আৰু শিক্ষাৰ কথাও দোঁহাৰে৷Key points from Prime Minister’s address to the nation on Independence Day
August 15th, 09:33 am
Addressing the nation from the ramparts of the Red Fort, PM Narendra Modi greeted people on Independence Day and said that the country was filled with confidence and scaling new heights. He said that from being seen as among the fragile five, India was now the land of reform, perform and transform and the country was poised for record economic growth.লালকিল্লাৰ আবেষ্টনীৰ পৰা ৭২সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী ভাষণ
August 15th, 09:30 am
৭২সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ আবেষ্টনীৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায়।লালকিল্লাৰ আবেষ্টনীৰ পৰা ৭২সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
August 15th, 09:30 am
৭২সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ আবেষ্টনীৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায়।We are taking forward Mahatma Gandhi's ideals through Swachhagraha movement: PM Modi
April 10th, 01:32 pm
On the occasion of Mahatma Gandhi’s Champaran Satyagraha centenary, Prime Minister Narendra Modi has addressed 20,000 ‘Swachhagrahis’ in Bihar’s Motihari, which is in the East Champaran district. PM Modi flagged off a number of railway projects, including India’s first 12,000 horsepower high-speed electric locomotive under the Make In India project. Also, he laid the foundation stone for various road projects that will improve connectivity and further the transformation of Bihar.ৰাষ্ট্ৰীয় স্বচ্ছাগ্ৰাহী সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰীৰ, মোটিহাৰীত উন্নয়নমূলক প্ৰকল্প মুকলি
April 10th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মোটিহাৰীত ৰাষ্ট্ৰীয় স্বচ্ছাগ্ৰাহী সন্মিলন সম্বোধন কৰে৷ মহাত্মা গান্ধীৰ নেতৃত্বত চলা সত্যাগ্ৰহ আন্দোলনৰ শতবাৰ্ষিকী উদযাপন উপলক্ষে চম্পৰণত এই অনুষ্ঠান আয়োজন কৰা হৈছে৷কাইলৈ চম্পাৰণত স্বচ্ছগ্ৰাহীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ সম্বোধন
April 09th, 02:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাষ্ট্ৰৰ সৈতে বিহাৰত চম্পাৰণ সত্যাগ্ৰহ শতবাৰ্ষিকীৰ সমাপ্তি সমাৰোহত অংশগ্ৰহণ কৰিব৷Indian diaspora across the world are ‘permanent ambassadors’ of the country, says PM Modi
January 09th, 11:33 am
While addressing the inaugural session of PIO-Parliamentary conference in New Delhi today, PM Narendra Modi said that Indian diaspora across the world were true and permanent ambassadors of the country. He said that in whichever part of the world Indians went, they not only retained their Indianness but also integrated the lifestyle of that nation.