Swayampurna Goa is the result of new team spirit of Team Goa: PM Modi

October 23rd, 11:01 am

Prime Minister Narendra Modi interacted with beneficiaries and stakeholders of AatmaNirbhar Bharat Swayampurna Goa programme. The Prime Minister said the infrastructure being developed in Goa will also help in increasing the income of farmers, livestock farmers and our fishermen.

প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰত স্বয়ংপূৰ্ণ গোৱা কাৰ্যক্ৰমৰ লাভাৰ্থী আৰু হিতধাৰকৰ সৈতে বাৰ্তালাপ কৰে

October 23rd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত আত্মনিৰ্ভৰ ভাৰত স্বয়ংপূৰ্ণ গোৱা কাৰ্যক্ৰমৰ লাভাৰ্থী আৰু হিতধাৰকৰ সৈতে বাৰ্তালাপ কৰে।

PM Modi launches e-GramSwaraj portal and mobile app on Panchayati Raj Divas

April 24th, 11:07 pm

Interacting with the Sarpanchs from across the country via video conferencing, PM Narendra Modi launched the e-GramSwaraj portal and mobile app.

PM Modi launches Swamitva scheme on Panchayati Raj Divas

April 24th, 11:07 pm

While interacting with Sarpanchs from across the country via video conferencing, PM Narendra Modi launched the Swamitva scheme. The scheme is already being run in pilot mode across 6 states.

To become self-reliant and self-sufficient is the biggest lesson learnt from Corona pandemic: PM

April 24th, 11:05 am

PM Modi interacted with village sarpanchs across the country via video conferencing on the occasion of the National Panchayati Raj Divas. He said the biggest lesson learnt from Coronavirus pandemic is that we have to become self-reliant. He added that the villages have given the mantra of - 'Do gaj doori' to define social distancing in simpler terms amid the battle against COVID-19 virus.

PM Modi interacts with Sarpanchs from across India via video conferencing on Panchayati Raj Divas

April 24th, 11:04 am

PM Modi interacted with village sarpanchs across the country via video conferencing on the occasion of the National Panchayati Raj Divas. He said the biggest lesson learnt from Coronavirus pandemic is that we have to become self-reliant. He added that the villages have given the mantra of - 'Do gaj doori' to define social distancing in simpler terms amid the battle against COVID-19 virus.

New India has to prepare to deal with every situation of water crisis: PM Modi

December 25th, 12:21 pm

On the birth anniversary of former PM Atal Bihari Vajpayee, PM Modi launched Atal Bhujal Yojana and named the Strategic Tunnel under Rohtang Pass after Vajpayee. PM Modi highlighted that the subject of water was very close to Atal ji's heart and the NDA Government at Centre was striving to implement his vision.

PM Launches Atal Bhujal Yojana

December 25th, 12:20 pm

On the birth anniversary of former PM Atal Bihari Vajpayee, PM Modi launched Atal Bhujal Yojana and named the Strategic Tunnel under Rohtang Pass after Vajpayee. PM Modi highlighted that the subject of water was very close to Atal ji's heart and the NDA Government at Centre was striving to implement his vision.

স্বচ্ছ ভাৰত দিৱস-২০১৯ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 02nd, 08:04 pm

মই আজিৰ ভাষণ আৰম্ব কৰাৰ পূৰ্বে সবৰমতীৰ এই প্ৰাংগনত উপস্থিত থকা সকলো পঞ্চায়তৰ জৰিয়তে দেশৰ সকলো পঞ্চায়, পৌৰ সভা, পৌৰনিগমৰ সকলো পৰিচালকবৃন্দ, ভগ্নীসকলক অভিনন্দন জ্ঞাপন কৰিছো, যিসকলে বিগত পাঁচ বছৰে একেৰাহে কঠোৰ পৰিশ্ৰম, ত্যাগ ভাৱেৰে পূজ্য বাপুৰ সপোন বাস্তৱত পৰিণত কৰিলে৷ তেওঁলোক সকলোকে মই প্ৰণাম জনাইছো৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে স্বচ্ছ ভাৰত দিৱস ২০১৯

October 02nd, 08:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত স্বচ্ছ ভাৰত দিৱস ২০১৯ মুকলি কৰে৷ তেওঁ মহাত্মা গান্ধীৰ ১৫০তম জন্মজয়ন্তী উপলক্ষে স্মাৰক ডাক টিকট আৰু ৰূপৰ মুদ্ৰা মুকলি কৰে৷ তেওঁ বিজেতাসকলক স্বচ্ছ ভাৰত বঁটাও প্ৰদান কৰে৷ দিনটোৰ আৰম্ভণিতে তেওঁ সবৰমতী আশ্ৰমত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷ তেওঁ মদন নিৱাস (চৰখা গেলেৰী)পৰিদৰ্শন কৰে আৰু তাত শিশুসকলৰ সৈতে মত–বিনিময় কৰে৷

স্বচ্ছতাৰ দৰে জল সংৰক্ষণকো জন আন্দোলনলৈ পৰিৱৰ্তন কৰো আহকঃ মন কী বাতত প্ৰধানমন্ত্ৰীৰ আহ্বান

June 30th, 11:30 am

প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ জনতাক ‘মন কী বাত’ শীৰ্ষক ৰেডিঅ’ কাৰ্যসূচীটোৰ জৰিয়তে সম্বোধন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এয়া আছিল ‘মন কী বাত’ৰ প্ৰথমটো খণ্ড৷ অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় যেনে জল সংৰক্ষণ, শেহতীয়াকৈ সমাপ্ত হোৱা লোকসভা নিৰ্বাচন আৰু যোগ দিৱসৰ ওপৰত আলোকপাত কৰে৷ তেওঁ জৰুৰীকালীন অৱস্থাৰ বিষয়ে উল্লেখ কৰি সেই সময়ত সংবিধানৰ গুৰুত্ব নুই কৰি কিদৰে জনতাৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা হৈছিল সেই বিষয়ে মন্তব্য প্ৰদান কৰে৷

স্বচ্ছ শক্তি ২০১৯ – স্বচ্ছ ভাৰতৰ বাবে গ্ৰাম্য মহিলা চেম্পিয়ন

February 11th, 06:27 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (১২ ফেব্ৰুৱাৰী, ২০১৯) হাৰিয়ানাৰ কুৰুক্ষেত্ৰ ভ্ৰমণ কৰিব। তাতেই প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ শক্তি ২০১৯, মহিলা পঞ্চায়ত প্রধানসকলৰ সভাত অংশ গ্ৰহণ কৰি প্রধানমন্ত্রী স্বচ্ছ শক্তি ২০১৯ – ৰ পুৰস্কাৰ প্রদান কৰিব। প্রধানমন্ত্রীয়ে কুৰুক্ষেত্রে স্বচ্ছ সুন্দৰ শৌচালয় প্রদর্শনীটোও ভালকৈ চাব আৰু তাত আয়োজিত এক বিশাল জনসভাতো অংশগ্ৰহণ কৰিব। প্রধানমন্ত্রীয়ে হাৰিয়ানাত একাধিক উন্নয়নমূলক প্রকল্পও উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব।