মৃত্যু বাৰ্ষিকীত চৰ্দাৰ বল্লভভাই পেটেললৈ প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
December 15th, 09:32 am
মৃত্যুবাৰ্ষিকীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰ্দাৰ বল্লভভাই পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে শ্ৰী পেটেলৰ ব্যক্তিত্ব আৰু কাৰ্যাৱলী দেশৰ ঐক্য, অখণ্ডতা আৰু উন্নত ভাৰত গঢ়াৰ সংকল্পৰ সফলতাৰ বাবে নাগৰিকসকলৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব।বিশ্ব সমবায় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 25th, 03:30 pm
ভূটানৰ প্ৰধানমন্ত্ৰী আৰু মোৰ কনিষ্ঠ ভ্ৰাতৃ, ফিজিৰ উপ-প্ৰধানমন্ত্ৰী, ভাৰতৰ সমবায় মন্ত্ৰী অমিত শ্বাহ, আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁটৰ অধ্যক্ষ, ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি, সমগ্ৰ বিশ্বৰপৰা ইয়াত সমবেত হোৱা সমবায় জগতৰ সৈতে জড়িত সকলো সহযোগী, ভদ্ৰলোক আৰু মহিলাসকল।PM Modi inaugurates ICA Global Cooperative Conference 2024
November 25th, 03:00 pm
PM Modi inaugurated the ICA Global Cooperative Conference 2024. Emphasising the centuries-old culture, Prime Minister Modi said, “For the world, cooperatives are a model but for India it is the basis of culture, a way of life.”জন্ম জয়ন্তীত চৰ্দাৰ বল্লভভাই পেটেলক স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
October 31st, 07:33 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতৰ ঐক্য আৰু সাৰ্বভৌমত্ব সুৰক্ষিত কৰাৰ প্ৰতি তেওঁৰ সমৰ্পণৰ প্ৰশংসা কৰে।গুজৰাটৰ কেৱাড়িয়াত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা দিৱস কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 31st, 07:31 am
চৰ্দাৰ চাহাবৰ প্ৰেৰণাদায়ক কথাবোৰ, ষ্টেচু অৱ ইউনিটিৰ ওচৰত অনুষ্ঠিত এই বিশাল অনুষ্ঠান, একতা নগৰৰ অনবদ্য দৃশ্যাৱলী, আৰু অনুপম প্ৰদৰ্শনে উপস্থাপন কৰিছে এক ক্ষুদ্ৰ ভাৰতবৰ্ষৰ শক্তিশালী ছবি। ঠিক ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত কৰা আমাৰ উদযাপনবোৰৰ দৰেই, এই ৩১ অক্টোবৰৰ অনুষ্ঠানেও সমগ্ৰ দেশখনকে শক্তিশালী কৰে। ৰাষ্ট্ৰীয় একতা দিৱসত সমূহদেশবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।গুজৰাটৰ কেৱাড়িয়াস্থিত ষ্টেছ্যু অৱ ইউনিটীত চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ, ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ
October 31st, 07:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেৱাড়িয়াস্থিত ষ্টেছ্যু অৱ ইউনিটীত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকীত তেওঁৰ প্ৰতিমূৰ্তিত পূষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰী মোদীয়ে একতা দিৱসৰ প্ৰতিজ্ঞাও পালন কৰাৰ লগতে চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে ৩১ অক্টোবৰত উদযাপন কৰা ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দিৱস পেৰেডৰ সাক্ষী হয়।গুজৰাটৰ আমৰেলীত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 28th, 04:00 pm
মঞ্চত উপবিষ্ট গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল জী, কেন্দ্ৰৰ মোৰ সহকৰ্মী চি.আৰ. পাটিল জী আৰু গুজৰাটৰ ভাই-ভনী আৰু আজি বিশেষকৈ আমৰেলীৰ ভাই-ভনীসকল।PM Modi lays foundation stone and inaugurates various development projects worth over Rs 4,900 crore in Amreli, Gujarat
October 28th, 03:30 pm
PM Modi laid the foundation stone and inaugurated various development projects worth over Rs 4,900 crores in Amreli, Gujarat. The Prime Minister highlighted Gujarat's remarkable progress over the past two decades in ensuring water reaches every household and farm, setting an example for the entire nation. He said that the state's continuous efforts to provide water to every corner are ongoing and today's projects will further benefit millions of people in the region.আজি সমগ্ৰ বিশ্বৰ মানুহে ভাৰতৰ বিষয়ে অধিক জানিব বিচাৰিছে: মন কী বাতত প্ৰধানমন্ত্ৰী
October 27th, 11:30 am
মন কী বাতলৈ আপোনালোকক স্বাগতম। মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তটো কি বুলি সুধিলে বহু ঘটনা মনলৈ আহে, কিন্তু এটা মুহূৰ্তই বিশেষভাৱে ধৰা দিয়ে। সেই মুহূৰ্তটো আছিল যোৱা বছৰৰ ১৫ নৱেম্বৰত ঝাৰখণ্ডৰ উলিহাতু গাঁৱত ভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী অনুষ্ঠানত উপস্থিত থকাটো। এই যাত্ৰাই মোৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। মই দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী যিয়ে এই পবিত্ৰ ভূমি শিৰত লৈ সেৱা কৰাৰ সৌভাগ্য লাভ কৰিছো। সেই মুহূৰ্তত মই কেৱল স্বাধীনতা সংগ্ৰামৰ শক্তি অনুভৱ কৰাই নহয় এই ভূমিৰ শক্তিৰ সৈতেও সংযোগ স্থাপনৰ সুযোগ পালোঁ। এটা দৃঢ়তা পূৰণৰ সাহসে দেশৰ লাখ লাখ মানুহৰ ভাগ্য কেনেদৰে সলনি কৰিব পাৰে সেই কথা উপলব্ধি কৰিছিলোঁ৷The BJP government has diligently tackled the issues faced by sugarcane farmers: PM Modi in Pilibhit
April 09th, 11:00 am
Prime Minister Narendra Modi showered his love and admiration upon the crowd of Pilibhit, Uttar Pradesh. The crowd gathered to celebrate PM Modi’s arrival to the city. PM Modi graced the event and discussed his vision of Uttar Pradesh with the audience. “Amid the various difficulties being faced by the world now, India is showing that there is nothing impossible for it to achieve,” said the PM.PM Modi in his high spirits addresses a public meeting in Pilibhit, Uttar Pradesh
April 09th, 10:42 am
Prime Minister Narendra Modi showered his love and admiration upon the crowd of Pilibhit, Uttar Pradesh. The crowd gathered to celebrate PM Modi’s arrival to the city. PM Modi graced the event and discussed his vision of Uttar Pradesh with the audience. “Amid the various difficulties being faced by the world now, India is showing that there is nothing impossible for it to achieve,” said the PM.নৱছাৰীত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰক সমৰ্পিত কৰা কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 22nd, 04:40 pm
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সংসদত মোৰ সহকৰ্মী, এই অঞ্চলৰে প্ৰতিনিধি তথা গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি চিআৰ পাটিল, সাংসদ আৰু বিধায়কগণ, আৰু মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল, কি খবৰ আপোনালোক সকলোৰে?গুজৰাটৰ নৱসাৰীত ৪৭,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰলৈ উচৰ্গা কৰাৰ লগতে এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
February 22nd, 04:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ নৱসাৰীত ৪৭,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পসমূহে বিদ্যুৎ উৎপাদন, ৰে’ল, পথ, বস্ত্ৰ, শিক্ষা, পানী যোগান, সংযোগ আৰু নগৰ উন্নয়নৰ দৰে বিভিন্ন খণ্ডক সামৰি লৈছে।আমূল ফেডাৰেচনৰ জিচিএমএমএফৰ সোণালী জয়ন্তী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 22nd, 11:30 am
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী; গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল; মোৰ কেবিনেট সহকৰ্মী পৰশোত্তম ৰূপালা জী; সংসদৰ সন্মানীয় সহকৰ্মী চি আৰ পাটিল, আমূলৰ অধ্যক্ষ শ্ৰী শামালভাই, আৰু ইয়াত সমবেত হোৱা মোৰ সকলো ভাই-ভনী!প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ আহমেদাবাদত গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচনৰ সোণালী জয়ন্তী উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে
February 22nd, 10:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআজি আহমেদাবাদৰ মটেৰাস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচনৰ (GCMMF) সোণালী জয়ন্তী উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে অনুষ্ঠিত প্ৰদৰ্শনী প্ৰত্যক্ষকৰণৰ লগতে সোণালী জয়ন্তী কফি টেবুল বুক উন্মোচন কৰে। এই ফেডাৰেচন হৈছে সমবায়সমূহৰ স্থিতিস্থাপকতা, উদ্যোগী মনোভাৱ আৰু কৃষকসকলৰ দৃঢ়তাৰ সাক্ষ্য, যিয়ে আমূলক বিশ্বৰ অন্যতম শক্তিশালী দুগ্ধ ব্ৰেণ্ড হিচাপে গঢ়ি তুলিছে।চৰ্দাৰ বল্লভভাই পেটেলক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
December 15th, 09:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে চৰ্দাৰ পেটেলৰ দূৰদৰ্শী নেতৃত্ব আৰু দেশৰ ঐক্যৰ প্ৰতি অটল দায়বদ্ধতাই আধুনিক ভাৰতৰ ভেটি স্থাপন কৰিছে।BJP made a separate ministry & increased budget for the welfare of Adivasis: PM Modi
November 22nd, 09:15 am
The electoral atmosphere intensified as PM Narendra Modi engaged in two spirited rallies in Sagwara and Kotri ahead of the Rajasthan assembly election. “This region has suffered greatly under Congress rule. The people of Dungarpur are well aware of how the misrule of the Congress has shattered the dreams of the youth,” PM Modi said while addressing the public rally.PM Modi Addresses public meetings in Sagwara and Kotri, Rajasthan
November 22nd, 09:05 am
The electoral atmosphere intensified as PM Narendra Modi engaged in two spirited rallies in Sagwara and Kotri ahead of the Rajasthan assembly election. “This region has suffered greatly under Congress rule. The people of Dungarpur are well aware of how the misrule of the Congress has shattered the dreams of the youth,” PM Modi said while addressing the public rally.The soil of India creates an affinity for the soul towards spirituality: PM Modi
October 31st, 09:23 pm
PM Modi participated in the programme marking the culmination of Meri Maati Mera Desh campaign’s Amrit Kalash Yatra at Kartavya Path in New Delhi. Addressing the gathering, PM Modi said, Dandi March reignited the flame of independence while Amrit Kaal is turning out to be the resolution of the 75-year-old journey of India’s development journey.” He underlined that the 2 year long celebrations of Azadi Ka Amrit Mahotsav are coming to a conclusion with the ‘Meri Maati Mera Desh’ Abhiyan.PM participates in program marking culmination of Meri Maati Mera Desh campaign’s Amrit Kalash Yatra
October 31st, 05:27 pm
PM Modi participated in the programme marking the culmination of Meri Maati Mera Desh campaign’s Amrit Kalash Yatra at Kartavya Path in New Delhi. Addressing the gathering, PM Modi said, Dandi March reignited the flame of independence while Amrit Kaal is turning out to be the resolution of the 75-year-old journey of India’s development journey.” He underlined that the 2 year long celebrations of Azadi Ka Amrit Mahotsav are coming to a conclusion with the ‘Meri Maati Mera Desh’ Abhiyan.