উচ্চতম ন্যায়ালয়ত ‘সংবিধান দিৱস’ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
November 26th, 08:15 pm
ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাজী, ন্যায়াধীশ বি আৰ গৱাইজী, ন্যায়াধীশ সূৰ্যকান্তজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰী অৰ্জুন ৰাম মেঘৱালজী, ‘এটৰ্নি জেনেৰেল’ শ্ৰী ভেংকটৰমণীজী, ‘বাৰ কাউন্সিল’ৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰজী, উচ্চতম ন্যায়ালয় বাৰ এছোচিয়েশ্যনৰ অধ্যক্ষ শ্ৰী কপিল চিব্বলজী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, প্ৰাক্তন মুখ্য ন্যায়াধীশসকল, অনুষ্ঠানত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল, ভদ্ৰ মহিলা আৰু সজ্জনসকল।উচ্চতম ন্যায়ালয়ত সংবিধান দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ
November 26th, 08:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ উচ্চতম ন্যায়ালয়ত সংবিধান দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ভাৰতৰ মুখ্য ন্যায়াধীশ শ্ৰী সঞ্জীৱ খান্নাৰ লগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়াধীশ শ্ৰীযুত বি.আৰ. গাৱৈ আৰু ন্যায়াধীশ শ্ৰী সূৰ্য্যকান্ত। লগতে উপস্থিত থাকে আইন আৰু ন্যায় মন্ত্ৰী শ্ৰীযুত অৰ্জুন ৰাম মেঘৱাল, ভাৰতৰ এটৰ্নী জেনেৰেল, আৰু অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তিসকল।PM Modi conveys best wishes to Justice Sanjiv Khanna on taking oath as Chief Justice of Supreme Court of India
November 11th, 01:34 pm
The Prime Minister, Shri Narendra Modi has conveyed his best wishes to Justice Sanjiv Khanna on taking oath as Chief Justice of Supreme Court of India.