Last 10 years will be known for the historic decisions of the government: PM Modi

Last 10 years will be known for the historic decisions of the government: PM Modi

February 07th, 02:01 pm

Prime Minister Narendra Modi replied to the Motion of Thanks on the President's address to Parliament in Rajya Sabha. Addressing the House, PM Modi said that the 75th Republic Day is a significant milestone in the nation’s journey and the President during her address spoke about India’s self-confidence. PM Modi underlined that in her address, the President expressed confidence about India’s bright future and acknowledged the capability of the citizens of India.

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদসূচক প্ৰস্তাৱৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদসূচক প্ৰস্তাৱৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

February 07th, 02:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত ইণ্ডিয়া এনাৰ্জী উইক, ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত ইণ্ডিয়া এনাৰ্জী উইক, ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 06th, 11:50 am

আমি তুৰস্কৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছো। দেশখন বিধ্বংসী ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহু লোকৰ মৰ্মান্তিকভাৱে মৃত্যু হোৱাৰ লগতে ব্যাপক ক্ষয়-ক্ষতিৰ খবৰ পোৱা গৈছে। তুৰস্কৰ আশে-পাশে থকা দেশসমূহো ক্ষতিৰ সন্মুখীন হোৱাৰ আশংকা আছে। ভাৰতৰ ১৪০ কোটি জনসাধাৰণে ভূমিকম্পত ক্ষতিগ্ৰস্ত সকলোৰে প্ৰতি সহানুভূতি আগবঢ়াইছে। ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ ভাৰত অংগীকাৰবদ্ধ।

বাংগালুৰুত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘ইণ্ডিয়া এনাৰ্জী উইক ২০২৩’

February 06th, 11:46 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুত ‘ইণ্ডিয়া এনাৰ্জী উইক’ বা ‘ভাৰত শক্তি সপ্তাহ (আইইডব্লিউ) ২০২৩’ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়ান অইল’ৰ 'আনবটলড' প্ৰয়াসৰ জৰিয়তে প্ৰস্তুত কৰা ‘ইউনিফৰ্ম’ও মুকলি কৰে। এই টইউনিফৰ্মটবোৰ পুনৰাই ব্যৱহাৰ কৰা ‘পিইটি’ বটলৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। তেওঁ ‘ভাৰতীয় তেল নিগম’ৰ ‘ইনড'ৰ’ সৌৰ ৰন্ধন প্ৰণালীৰ ‘টুইন-কুকটপ মডেল’টো উচৰ্গা কৰাৰ লগতে ইয়াৰ বাণিজ্যিক প্ৰৱৰ্তনৰ শুভাৰম্ভ ঘোষণা কৰে।

'প্রাৰম্ভঃ ষ্টার্ট-আপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন'ত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

January 16th, 05:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘প্ৰাৰম্ভ : ষ্টাৰ্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলন’ সম্বোধন কৰাৰ লগতে ‘ষ্টাৰ্টআপ’-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে বাৰ্তালাপতো মিলিত হয়। অনুষ্ঠানত ‘বিমষ্টেক’ দেশৰ মন্ত্ৰীমণ্ডলীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱড়েকাৰ, শ্ৰী পীয়ুষ গোৱেল আৰু শ্ৰী সোম প্ৰকাশো উপস্থিত থাকে।

‘প্ৰাৰম্ভ : ষ্টাৰ্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলন’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে; ‘ষ্টাৰ্টআপ’-ৰ সৈতে বাৰ্তালাপ

January 16th, 05:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘প্ৰাৰম্ভ : ষ্টাৰ্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলন’ সম্বোধন কৰাৰ লগতে ‘ষ্টাৰ্টআপ’-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে বাৰ্তালাপতো মিলিত হয়। অনুষ্ঠানত ‘বিমষ্টেক’ দেশৰ মন্ত্ৰীমণ্ডলীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱড়েকাৰ, শ্ৰী পীয়ুষ গোৱেল আৰু শ্ৰী সোম প্ৰকাশো উপস্থিত থাকে।

During Kargil War, Indian Army showed its might to the world: PM Modi during Mann Ki Baat

July 26th, 11:30 am

During Mann Ki Baat, PM Modi paid rich tributes to the martyrs of the Kargil War, spoke at length about India’s fight against the Coronavirus and shared several inspiring stories of self-reliant India. The Prime Minister also shared his conversation with youngsters who have performed well during the board exams this year.

PM to interact with representatives from Varanasi based NGOs tomorrow

July 08th, 02:24 pm

During the lockdown imposed in view of the COVID pandemic, the residents of Varanasi and members of social organizations, through their own efforts as well as by providing assistance to the District Administration, ensured that food was available timely for everyone in need. PM Modi will interact with representatives of such organizations via video conferencing.

PM's initial remarks in the Virtual Conference with Chief Ministers

June 17th, 04:06 pm

PM Modi interacted with state Chief Ministers on ways to check the spread of coronavirus during ‘unlock 1.0’. He noted that the number of patients who have recovered from COVID-19 till now is more than the number of active cases in the country.

PM holds second part of interaction with CMs to discuss situation post Unlock 1.0

June 17th, 04:00 pm