Maha Kumbh is a divine festival of our faith, spirituality and culture: PM in Prayagraj
December 13th, 02:10 pm
PM Modi inaugurated development projects worth ₹5500 crore in Prayagraj, highlighting preparations for the 2025 Mahakumbh. He emphasized the cultural, spiritual, and unifying legacy of the Kumbh, the government's efforts to enhance pilgrimage facilities, and projects like Akshay Vat Corridor and Hanuman Mandir Corridor.PM Modi inaugurates and launches multiple development projects worth around Rs 5500 crore at Prayagraj, Uttar Pradesh
December 13th, 02:00 pm
PM Modi inaugurated development projects worth ₹5500 crore in Prayagraj, highlighting preparations for the 2025 Mahakumbh. He emphasized the cultural, spiritual, and unifying legacy of the Kumbh, the government's efforts to enhance pilgrimage facilities, and projects like Akshay Vat Corridor and Hanuman Mandir Corridor.হাৰিয়ানাৰ পানীপটত উন্নয়নমূলক কাম মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 09th, 05:54 pm
হাৰিয়ানাৰ ৰাজ্যপাল বান্দৰু দত্তত্ৰেয় জী, এই ৰাজ্যৰ কৰ্মপৰায়ণ আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত নয়াব সিং জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সন্মানীয় সহকৰ্মী নিৰ্মলা সীতাৰমণ জী, আৰু ভূমিপুত্ৰ, সংসদৰ সদস্য তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগতে চৰকাৰত মোৰ সহকৰ্মী শ্ৰী মনোহৰ লাল জী; হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী শ্ৰী কৃষ্ণ পাল জী; শ্ৰুতি জী, আৰতি জী, সাংসদ, বিধায়ক, আৰু সমগ্ৰ দেশৰ বিভিন্ন এল আই চি কেন্দ্ৰৰ সৈতে জড়িত সকলো সহকৰ্মী, আৰু মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এল আই চিৰ বীমা সখী যোজনাৰ শুভাৰম্ভ কৰে
December 09th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ পানীপটত নাৰী সৱলীকৰণ আৰু আৰ্থিক অন্তৰ্ভুক্তিৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি জীৱন বীমা নিগমৰ ‘বিমা সখী যোজনা’ মুকলি কৰে।এই উপলক্ষে তেওঁ কৰ্ণালৰ মহাৰাণা প্ৰতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি শ্ৰী মোদীয়ে কয় যে আজি ভাৰতে নাৰী সবলীকৰণৰ দিশত আন এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে আজি মাহৰ ৯ তাৰিখ হোৱাটো বিশেষ কাৰণ আমাৰ শাস্ত্ৰত ৯ নম্বৰটো শুভ বুলি গণ্য কৰা হয় আৰু ই নৱৰাত্ৰিৰ সময়ত পূজা কৰা নৱ দুৰ্গাৰ নটা ৰূপৰ সৈতে জড়িত হৈ আছে। তেওঁ মন্তব্য কৰে যে আজি নাৰী শক্তিৰো পূজাৰ দিৱস।India is the first G-20 country to have fulfilled the commitments it made under the Paris Agreement ahead of time: PM at G20
November 20th, 01:40 am
Prime Minister Shri Narendra Modi addressed the session of the G 20 Summit on Sustainable Development and Energy Transition. Prime Minister noted that during the New Delhi G 20 Summit, the group had resolved to triple renewable energy capacity and double the energy efficiency rate by 2030. He welcomed Brazil’s decision to take forward these sustainable development priorities.প্ৰধানমন্ত্ৰীয়ে বহনক্ষম উন্নয়ন আৰু শক্তি পৰিবৰ্তন সন্দৰ্ভত জি-২০ অধিৱেশনত ভাষণ দিয়ে
November 20th, 01:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বহনক্ষম উন্নয়ন আৰু শক্তি পৰিবৰ্তনৰ বিষয়ে জি-২০ সন্মিলনৰ অধিৱেশনত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত এই গোটটোৱে ২০৩০ চনৰ ভিতৰত নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা তিনিগুণ আৰু শক্তি দক্ষতাৰ হাৰ দুগুণ কৰাৰ সংকল্প লৈছে। তেওঁ ব্ৰাজিলৰ এই বহনক্ষম উন্নয়নৰ অগ্ৰাধিকাৰসমূহ আগবঢ়োৱাৰ সিদ্ধান্তক আদৰণি জনায়।‘হিন্দুস্তান টাইমছ লিডাৰশ্বিপ ছামিট ২০২৪’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
November 16th, 10:15 am
১০০ বছৰ আগতে ‘হিন্দুস্তান টাইমছ’-ৰ উন্মোচন পুজ্য বাপুয়ে কৰিছিল... তেওঁ গুজৰাটী ভাষী আছিল, আৰু ১০০ বছৰৰ পিছত আপোনালোকে আন এজন গুজৰাটীক আমন্ত্ৰণ কৰিছে। মই ‘হিন্দুস্তান টাইমছ’ক এই ঐতিহাসিক যাত্ৰাৰ বাবে অভিনন্দন জনাইছোঁ আৰু যিসকলে ১০০ বছৰীয়া যাত্ৰাত এই কাকতৰ সৈতে জড়িত হৈ আহিছে, যিসকলে প্ৰতিপালনৰ কাম কৰিছে, সংগ্ৰাম কৰিছে, সংকটৰ সন্মুখীন হৈছে, কিন্তু অধ্যৱসায় অব্যাহত ৰাখিছে... তেওঁলোক সকলোৱেই আজি অভিনন্দনৰ পাত্ৰ, তেওঁলোক সকলোৱেই অভিনন্দনৰ যোগ্য। আপোনালোক সকলোকে, ১০০ বছৰীয়া যাত্ৰা নিতান্তই এক বৃহত্ সাফল্য হয় জাঙৰীয়া। আপোনালোক সকলোৱেই এই সাফল্যৰ বাবে অভিনন্দনৰ পাত্ৰ, আৰু মই আপোনালোকক আগত ভৱিষ্যতৰ বাবেও বহুত বহুত শুভেচ্ছা জনাইছোঁ। মই যেতিয়া ইয়ালৈ আহিছোঁ, মই পৰিয়ালৰ সদস্যসকলৰেতো মিলিত হৈছোৱেই হৈছোঁ, ইয়াৰ লগতে মই ১০০ বছৰীয়া যাত্ৰাৰ এক সুন্দৰ প্ৰদৰ্শনীও চাবলৈ সুযোগ পাইছোঁ। মই আপোনালোক সকলোক ক'ম যে যদি সময় থাকে, তেন্তে তাত কিছু সময় কটাই নিশ্চয় যাব। এয়া কেৱল এক প্ৰদৰ্শনীয়েই নহয়, মই কওঁ যে এয়া আক্ষৰিক অৰ্থতে এক অনন্য অভিজ্ঞতাও। এনেকুৱা লাগিছিল যেন আমাৰ চকুৰ আগৰে ১০০ বছৰৰ ইতিহাস পাৰ হৈ গৈছিল। মই সেই দিনবোৰৰ বাতৰি কাকত দেখিছিলোঁ যিবোৰ দেশৰ স্বাধীনতা আৰু সংবিধান গ্ৰহণ কৰাৰ দিনবোৰত মুদ্ৰিত হৈছিল। ‘হিন্দুস্তান টাইমছ’-ৰ বাবে একাধিক প্ৰবীণ ব্যক্তিয়ে লিখিছিল। মাৰ্টিন লুথাৰ কিং, নেতাজী সুভাষ বাবু, ড০ শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, ড০ এম এছ স্বামীনাথন। এইসকল পুৰোধাৰ লিখনিসমূহে আপোনালোকৰ বাতৰি কাকতৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। সঁচাকৈয়ে আমি এক দীঘলীয়া যাত্ৰাৰ পিছত ইয়াত আহি উপস্থিত হৈছোহি। স্বাধীনতাৰ বাবে যুঁজ দিয়াৰ পৰা স্বাধীনতাৰ পিছত আশাৰ অতল সাগৰৰ লহৰত উপৱিষ্ট হৈ আমি আগবাঢ়িছো। এই যাত্ৰা নিতান্তই অভূতপূৰ্ব, ই আশ্চৰ্যজনকো। ১৯৪৭ চনৰ অক্টোবৰত কাশ্মীৰৰ অধিগ্ৰহণৰ পিছত মই আপোনালোকৰ কাকতৰ বাতৰিত সেই উৎসাহ অনুভৱ কৰিছিলোঁ যি প্ৰতিগৰাকী ভাৰতীয়ৰ মনত উদ্বেলিত হৈছিল। অৱশ্যে, সেইটো মুহূৰ্ততে মই এইটোও উপলব্ধি কৰিছিলোঁ কেনেকৈ সিদ্ধান্তহীনতাৰ পৰিস্থিতিয়ে কাশ্মীৰক সাত দশক ধৰি হিংসাই আৱৰি ধৰিছিল। আজি আপোনালোকৰ কাকতখনে জম্মু আৰু কাশ্মীৰত অভিলেখ হাৰত হোৱা ভোটদানৰ দৰে বাতৰি প্ৰকাশ কৰিছে, এয়া হৈছে এক বৈপৰিত্য। এফালে বাতৰি কাকতৰ ছপা, এক প্ৰকাৰে সকলোৰে চকু তালৈ যাবই, আপোনালোকৰ দৃষ্টি ৰৈ যাব। ইয়াৰ এফালে অসমক অশান্ত অঞ্চল ঘোষণা কৰাৰ খবৰ ওলাইছিল যদি আনফালে অটলজীয়ে বিজেপিৰ ভেটি স্থাপন কৰাৰ খবৰ ওলাইছিল। আৰু কি সুখৰ সংযোগ যে বিজেপিয়ে আজি অসমলৈ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত এক ডাঙৰ ভূমিকা পালন কৰি আহিছে।নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলন ২০২৪ সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 16th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলন ২০২৪ত ভাষণ প্ৰদান কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে ১০০ বছৰ পূৰ্বে মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা হিন্দুস্তান টাইমছৰ বিষয়ে আলোকপাত কৰি কাকতখনক শতিকাজোৰা অনবদ্য যাত্ৰাৰ বাবে অভিনন্দন জনায়। লগতে প্ৰকাশন প্ৰতিষ্ঠানটোৰ সমগ্ৰ ইতিহাসৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিলৈও তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। সভাস্থলীত হিন্দুস্তান টাইমছৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ পিছত শ্ৰী মোদীয়ে ই এক অপ্ৰতীম অভিজ্ঞতা বুলি অভিহিত কৰি সকলো প্ৰতিনিধিকে সময় উলিয়াই ইয়াক অন্বেষণ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কয় যে প্ৰদৰ্শনীখন ভ্ৰমণৰ সময়ত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ৰ আৰু সংবিধান প্ৰণয়নৰ সময়ৰ পুৰণি বাতৰি কাকত দেখা পাইছিল। তেওঁ স্বীকাৰ কৰে যে মাৰ্টিন লুথাৰ কিং, নেতাজী সুভাষ চন্দ্ৰ বসু, ড° শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, ড° এম এছ স্বামীনাথনকে ধৰি বহু প্ৰভাৱশালী নেতাই হিন্দুস্তান টাইমছত প্ৰবন্ধ লিখিছিল। স্বাধীনতা সংগ্ৰাম আৰু স্বাধীনতাৰ পিছৰ সময়খিনিক সামৰি লোৱা কাকতখনৰ উল্লেখযোগ্য যাত্ৰাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে চিন্তা-চৰ্চা কৰি ইয়াক সঁচাকৈয়ে অসাধাৰণ আৰু প্ৰেৰণাদায়ক বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে ১৯৪৭ চনৰ অক্টোবৰ মাহত কাশ্মীৰৰ ভাৰতৰ সৈতে একত্ৰীকৰণৰ কথা পঢ়ি এজন যুৱ নাগৰিক হিচাপে অনুভৱ কৰা উত্তেজনাৰ কথাও মনত পেলাইছিল। অৱশ্যে তেওঁ এইটোও লক্ষ্য কৰিছিল যে কেনেকৈ, সেই মুহূৰ্তত, তেওঁ উপলব্ধি কৰিছিল যে কিদৰে সাত দশক ধৰি অতীতৰ অনিশ্চয়তাই কাশ্মীৰক হিংসাৰ মাজত আবদ্ধ কৰি ৰাখিছিল। তেওঁ আশাবাদ প্ৰকাশ কৰি আঙুলিয়াই দিয়ে যে আজি জম্মু-কাশ্মীৰৰ নিৰ্বাচনত অভিলেখ সৃষ্টিকাৰী ভোটাৰৰ ভোটদানৰ খবৰ নিয়মীয়াকৈ প্ৰকাশ পাইছে, যিটো অগ্ৰগতি আৰু পৰিৱৰ্তনৰ লক্ষণ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সন্মুখীন হোৱা এটা বিশেষ বাতৰি কাকতৰ সংখ্যাৰ কথাও উল্লেখ কৰে, য’ত এফালে অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰাৰ খবৰ আছিল, আনফালে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি স্থাপন কৰা অটল বিহাৰী বাজপেয়ীৰ প্ৰতিবেদন আছিল। আজি অসমলৈ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত বিজেপিয়ে মূল ভূমিকা পালন কৰি অহা সুন্দৰ কাকতালীয় দিশৰ ওপৰতো তেওঁ মন্তব্য কৰে।Maharashtra will lead the vision of a ’Viksit Bharat’, and the BJP and Mahayuti are working with this commitment: PM in Panvel
November 14th, 02:50 pm
At rally in Panvel, PM Modi highlighted the region's rich marine resources and outlined government efforts to empower the coastal economy. He mentioned initiatives such as the introduction of modern boats and navigation systems, along with the PM Matsya Sampada Yojana, which provided thousands of crores in assistance to fishermen. The government also linked fish farmers to the Kisan Credit Card and launched schemes for the Mahadev Koli and Agari communities. He added that ₹450 crore was being invested to develop three new ports in Konkan, which would further boost fishermen's incomes and support the Blue Economy.PM Modi delivers impactful addresses in Chhatrapati Sambhajinagar, Panvel & Mumbai, Maharashtra
November 14th, 02:30 pm
In powerful speeches at public meetings in Chhatrapati Sambhajinagar, Panvel & Mumbai, Prime Minister Narendra Modi highlighted the crucial choice facing Maharashtra in the upcoming elections - between patriotism and pisive forces. PM Modi assured the people of Maharashtra that the BJP-Mahayuti government is dedicated to uplifting farmers, empowering youth, supporting women, and advancing marginalized communities.Ensuring a better life for Jharkhand’s sisters and daughters is my foremost priority: PM Modi in Bokaro
November 10th, 01:18 pm
Jharkhand’s campaign heats up as PM Modi’s back-to-back rallies boost enthusiasm across the state. Ahead of the first phase of Jharkhand’s assembly elections, PM Modi today addressed a mega rally in Bokaro. He said that there is only one echo among the people of the state that: ‘Roti, Beti, Maati ki pukar, Jharkhand mein BJP-NDA Sarkar,’ and people want BJP-led NDA to come to power in the assembly polls.”PM Modi captivates crowds with impactful speeches in Jharkhand’s Bokaro & Gumla
November 10th, 01:00 pm
Jharkhand’s campaign heats up as PM Modi’s back-to-back rallies boost enthusiasm across the state. Ahead of the first phase of Jharkhand’s assembly elections, PM Modi today addressed two mega rallies in Bokaro and Gumla. He said that there is only one echo among the people of the state that: ‘Roti, Beti, Maati ki pukar, Jharkhand mein BJP-NDA Sarkar,’ and people want BJP-led NDA to come to power in the assembly polls.”The government is leaving no stone unturned for the development of Uttarakhand: PM Modi
November 09th, 11:00 am
PM Modi greeted the people of Uttarakhand on its formation day, marking the start of its Silver Jubilee year. He urged the state to work towards a bright future, aligning its progress with India’s Amrit Kaal vision for a developed Uttarakhand and Bharat. He highlighted the leadership of Atal Bihari Vajpayee in Uttarakhand's formation and assured that the current government is committed to its continued progress.PM Modi congratulates people of Uttarakhand on the silver jubilee year of Devbhoomi Uttarakhand
November 09th, 10:40 am
PM Modi greeted the people of Uttarakhand on its formation day, marking the start of its Silver Jubilee year. He urged the state to work towards a bright future, aligning its progress with India’s Amrit Kaal vision for a developed Uttarakhand and Bharat. He highlighted the leadership of Atal Bihari Vajpayee in Uttarakhand's formation and assured that the current government is committed to its continued progress.Ek Hain To Safe Hain: PM Modi in Nashik, Maharashtra
November 08th, 12:10 pm
A large audience gathered for public meeting addressed by Prime Minister Narendra Modi in Nashik, Maharashtra. Reflecting on his strong bond with the state, PM Modi said, “Whenever I’ve sought support from Maharashtra, the people have blessed me wholeheartedly.” He further emphasized, “If Maharashtra moves forward, India will prosper.” Over the past two and a half years, the Mahayuti government has demonstrated the rapid progress the state can achieve.Article 370 will never return. Baba Saheb’s Constitution will prevail in Kashmir: PM Modi in Dhule, Maharashtra
November 08th, 12:05 pm
A large audience gathered for a public meeting addressed by PM Modi in Dhule, Maharashtra. Reflecting on his bond with Maharashtra, PM Modi said, “Whenever I’ve asked for support from Maharashtra, the people have blessed me wholeheartedly.”PM Modi addresses public meetings in Dhule & Nashik, Maharashtra
November 08th, 12:00 pm
A large audience gathered for public meetings addressed by Prime Minister Narendra Modi in Dhule and Nashik, Maharashtra. Reflecting on his strong bond with the state, PM Modi said, “Whenever I’ve sought support from Maharashtra, the people have blessed me wholeheartedly.” He further emphasized, “If Maharashtra moves forward, India will prosper.” Over the past two and a half years, the Mahayuti government has demonstrated the rapid progress the state can achieve.প্ৰধানমন্ত্ৰীয়ে শ্ৰী ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে
October 10th, 05:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে শ্ৰী টাটা দূৰদৰ্শী ব্যৱসায়ী নেতা তথা সহানুভূতিশীল আৰু এগৰাকী অসাধাৰণ ব্যক্তি আছিল। নম্ৰতা, দয়া আৰু সমাজক উন্নত কৰাৰ প্ৰতি থকা তেওঁৰ অটল প্ৰতিশ্ৰুতিয়ে শ্ৰী টাটাক সকলোৰে মাজত প্ৰিয় কৰি তুলিছিল।স্বচ্ছতাই সেৱা, ২০২৪ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 02nd, 10:15 am
আজি পূজ্য বাপু আৰু লাল বাহাদুৰ শাস্ত্ৰী জীৰ জন্ম বাৰ্ষিকী। মা ভাৰতীৰ এই মহান পুত্ৰসকলক বিনম্ৰভাৱে প্ৰণাম জনাইছোঁ। ভাৰতৰ বাবে গান্ধীজী আৰু দেশৰ মহান ব্যক্তিসকলে যি সপোন দেখিছিল, সেই সপোন পূৰণৰ বাবে এই দিনটোৱে আমাক সকলোকে একত্ৰিতভাৱে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।‘স্বচ্ছ ভাৰত দিৱস ২০২৪’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে
October 02nd, 10:10 am
‘স্বচ্ছ ভাৰত অভিযান’ৰ শুভাৰম্ভৰ ১০ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত ১৫৫ সংখ্যক গান্ধী জয়ন্তীত উপলক্ষে আয়োজিত ‘স্বচ্ছ ভাৰত দিৱস ২০২৪’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে ‘অম্ৰুত’ আৰু ‘অম্ৰুত ২.০’, ‘ৰাষ্ট্ৰীয় পৰিষ্কাৰ গংগা আৰু গোবৰ্ধন আঁচনি’ৰ অধীনৰ প্ৰকল্পকে ধৰি ৯৬০০ কোটি টকাৰ কেবাটাও অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে আৰু আন কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ‘স্বচ্ছতা হী সেৱা ২০২৪’ৰ বিষয়বস্তু হৈছে 'স্বাভৱ স্বচ্ছতা, সংস্কাৰ স্বচ্ছতা'।