মণিপুৰ সংগাই মহোৎসৱত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
November 30th, 05:40 pm
ক’ৰোনা মহামাৰীটোৰ বাবে দুবছৰৰ পিছত সংগাই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই কাৰ্য্যসূচী পূৰ্বৰ তুলনাত অধিক ব্যাপক আয়োজনেৰে উদযাপিত হোৱাত মই সন্তোষ পাইছো। ইয়াৰ জৰিয়তে মণিপুৰৰ ৰাইজৰ উদ্দীপনা আৰু আগ্ৰহ প্ৰকাশ পাইছে। বিশেষকৈ মণিপুৰ চৰকাৰে ইমান ব্যাপক দৃষ্টি আগত ৰাখি আয়োজন কৰিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়! ইয়াৰ বাবে মই মুখ্যমন্ত্ৰী এন. বিৰেন সিং জী আৰু তেওঁৰ সমগ্ৰ চৰকাৰৰ শলাগ লৈছো।ভিডিঅ' বাৰ্তাৰ জৰিয়তে মণিপুৰ সাংগাই উৎসৱত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ
November 30th, 05:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে মণিপুৰ সাংগাই মহোৎসৱত ভাষণ প্ৰদান কৰে। ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ উৎসৱ হিচাপে চিহ্নিত মণিপুৰ সাংগাই উৎসৱে মণিপুৰক এক বিশ্বমানৰ পৰ্যটন গন্তব্য স্থান হিচাপে প্ৰচাৰ কৰাত সহায় কৰে। এই উৎসৱৰ নাম কেৱল মণিপুৰত পোৱা ৰাজ্যিক জন্তু সাংগাইৰ নামেৰে ৰখা হৈছে।