‘সম্বৎসৰী’ৰ পৱিত্ৰ উপলক্ষত আমাৰ জীৱনত সম্প্ৰীতি আৰু ক্ষমাৰ গুৰুত্ব প্ৰসংগ উল্লেখ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

September 07th, 10:26 pm

‘সম্বৎসাৰী’ৰ পৱিত্ৰ উপলক্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ জীৱনত সম্প্ৰীতি আৰু ক্ষমাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি ‘এক্স’-ত এক আন্তৰস্পৰ্শী বাৰ্তা প্ৰেৰণ কৰে। তেওঁ নাগৰিকসকলক সহানুভূতি আৰু ভাতৃত্ববোধেৰে উদ্বুদ্ধ হবলৈ আৰু আমাৰ সামূহিক যাত্ৰাক পথ প্ৰদৰ্শন কৰিব পৰা দয়া আৰু ঐক্যৰ ভাৱনা সাৰোগত কৰিবলৈ আহ্বান জনায়।

সম্বাতসৰী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

September 19th, 08:46 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বাতসৰী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।

সম্বৎসৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

August 31st, 08:51 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৎসৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

সম্বতসৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

September 10th, 09:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বতসৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

Brahma Kumaris family has spread the message of India's rich culture throughout the world: PM

March 26th, 06:11 pm

PM Narendra Modi, today addressed the 80th anniversary celebrations of the Brahma Kumaris family, via video conferencing. The Prime Minister appreciated the work done by the Brahma Kumaris institution in many fields, including in solar energy. He called for expanding the use of digital transactions to bring down corruption. The Prime Minister also touched upon themes such as Swachh Bharat, and LED lighting, and spoke of their benefits.

PM addresses the 80th anniversary celebrations of the Brahma Kumaris family via video conferencing

March 26th, 06:10 pm

PM Modi addressed the 80th anniversary celebrations of Brahma Kumaris via video conferencing. The PM said that Brahma Kumar and Kumaris have spread the message of India's rich culture throughout the world. Laying out India's commitment towards clean energy, the PM said, By 2030, India aims to generate 40% energy from non-fossil fuels. By 2022, our aim is to ensure 175 GW of clean energy. He also urged people to further the use of digital transactions and make the system more transparent.

PM greets people on the occasion of Samvatsari

September 17th, 09:10 pm