ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ সপ্তম সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 27th, 10:56 am

ইণ্ডিয়া ম'বাইল কংগ্ৰেছৰ এই সপ্তম সংস্কৰণত আপোনালোক সকলোৰে মাজত উপস্থিত থাকিব পৰাটো নিজেই এক আনন্দদায়ক অভিজ্ঞতা। একবিংশ শতিকাৰ দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীত, এই আয়োজনে লাখ লাখ লোকৰ ভাগ্য সলনি কৰাৰ সম্ভাৱনা আছে। এটা সময় আছিল যেতিয়া আমি ভৱিষ্যতৰ বিষয়ে কথা পাতিছিলো, ইয়াৰ অৰ্থ আছিল পৰৱৰ্তী দশক, বা ২০-৩০ বছৰ পিছত বা পৰৱৰ্তী শতিকা। কিন্তু আজি, প্ৰতিদিনে প্ৰযুক্তিবিদ্যাৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে, আমি কওঁ 'ভৱিষ্যত ইয়াত আৰু এতিয়া', মাত্ৰ কেইমিনিটমান আগতে, মই ইয়াত প্ৰদৰ্শনীত কিছুমান ষ্টল প্ৰত্যক্ষ কৰিছোঁ। এই প্ৰদৰ্শনীত, মই একে ভৱিষ্যতৰ এক আভাস দেখিছোঁ। টেলিকম, প্ৰযুক্তি বা সংযোগ, সেয়া ৬জি, এআই, চাইবাৰ নিৰাপত্তা, ছেমি কণ্ডাক্টৰ, ড্ৰোন বা মহাকাশ খণ্ড, গভীৰ সাগৰ, সেউজ প্ৰযুক্তি বা অন্যান্য খণ্ডই হওঁক, আগন্তুক সময় সম্পূৰ্ণ বেলেগ হ'ব। আৰু ই আমাৰ সকলোৰে বাবে সুখৰ বিষয় যে আমাৰ যুৱ প্ৰজন্মই দেশৰ ভৱিষ্যত, আমাৰ প্ৰযুক্তি বিপ্লৱৰ নেতৃত্ব দি আছে।

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ (আইএমচি) সপ্তম সংস্কৰণ

October 27th, 10:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ইণ্ডিয়া ম'বাইল কংগ্ৰেছ ২০২৩ৰ সপ্তম সংস্কৰণ উদ্বোধন কৰে। ইণ্ডিয়া ম'বাইল কংগ্ৰেছ (আইএমচি) হৈছে এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তি মঞ্চ আৰু ই ২৭ ৰ পৰা ২৯ অক্টোবৰ ২০২৩ লৈ 'গ্লোবেল ডিজিটেল ইনোভেশন'ৰ বিষয়বস্তুৰে অনুষ্ঠিত হৈছে। আইএমচি ২০২৩-ৰ লক্ষ্য হৈছে মুখ্য অত্যাধুনিক প্ৰযুক্তিৰ বিকাশক, নিৰ্মাতা আৰু ৰপ্তানিকৰ্তা হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰা। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ শিক্ষানুষ্ঠানসমূহক ১০০ খন '৫জি ইউজ কেছ লেব' প্ৰদান কৰে।

বাৰাণসীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

July 14th, 06:28 pm

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান ৰাম নায়ক মহোদয়, ইয়াৰে ওজস্বী, তেজস্বী, পৰিশ্ৰমী, যশস্বী মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ মহোদয়, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী তথা পুৰণি মিত্ৰ আৰু উত্তৰ প্ৰদেশ ভাৰতীয় জনতা দলৰ অধ্যক্ষ শ্ৰীমান মহেন্দ্ৰ নাথ পাণ্ডে, জাপানৰ দূতাবাসৰ চাৰ্জ দা এফেয়াৰ শ্ৰী হিৰেকা অসাৰী মহোদয় আৰু বাৰাণসী মোৰ ভাতৃ-ভগ্নীসকল৷

বাৰাণসীত বিভিন্ন উন্নয়নমুলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

July 14th, 06:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ বাৰাণসীত ৯০০ কোটি টকা ব্যয় সাপেক্ষ কেইটামান প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰে। উদ্বোধন কৰা প্ৰকল্পবোৰৰ ভিতৰত বাৰাণসী চহৰ গেছ বিতৰণ প্ৰকল্প আৰু বাৰাণসী-বালিয়া মেমু ৰে’ল উল্লেখযোগ্য। ইফালে, প্ৰধানমন্ত্ৰীয়ে পঞ্চকোচি পৰিক্ৰমা মাৰ্গ আৰু স্মাৰ্ট চিটী প্ৰকল্প আৰু নমামি গংগা প্ৰকল্পৰ অধীনস্থ কেতবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ(আইচিচি)ৰো আধাৰশিলা স্থাপন কৰে।

Social Media Corner 10 July 2018

July 10th, 07:36 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

Social Media Corner 9 July 2018

July 09th, 06:58 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

উত্তৰ প্ৰদেশৰ নইডাত ছেমছাঙৰ ম’বাইল নিৰ্মাণ কাৰখানা মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

July 09th, 05:35 pm

ৰাষ্ট্ৰপতি আৰু মোৰ বন্ধু শ্ৰীমান মুন জায়ে–ইন ডাঙৰীয়া, ছেমছাঙৰ উপ অধ্যক্ষ জে’ ৱাই লী, কোৰিয়া আৰু ভাৰতৰ প্ৰতিনিধি তথা উপস্থিত গণ্যমান্যসকল৷

নয়দাত ম’বাইল নিৰ্মাণ কাৰখানা উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী, কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে

July 09th, 05:34 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আৰু কোৰিয়াৰ ৰাষ্ট্ৰপতি শ্ৰীযুত মুন জেই-ইনে আজি নয়দাত ছেমছাং ইণ্ডিয়া ইলেক্ট্রনিক্স প্রাইভেট লিমিটেডৰ এক বৃহৎ ম’বাইল উৎপাদন কাৰখানা উদ্বোধন কৰে।

India: The “It” Destination for IT Giants

April 03rd, 04:37 pm

The world’s largest tech companies are recognizing the great potential offered by Indian economy with its highly skilled workforce, a thriving business climate and a digital push under PM Modi’s visionary leadership. The top tech organizations are looking to expand their base and be part of India’s growth story.