ত্ৰিৰংগাৰ গৌৰৱ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ‘হৰ ঘৰ তিৰংগা অভিযান’ এক অনন্য উৎসৱত পৰিণত হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
July 28th, 11:30 am
বন্ধুসকল, ক্ৰীড়া জগতত এই অলিম্পিকৰ বাহিৰেও কিছুদিন আগতে গণিতৰ জগততো এখন অলিম্পিক অনুষ্ঠিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড। ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে এই অলিম্পিয়াডত অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। ইয়াত আমাৰ দলটোৱে সৰ্বোত্তম প্ৰদৰ্শন কৰি চাৰিটা স্বৰ্ণ পদক আৰু এটা ৰূপৰ পদক লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত শতাধিক দেশৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ দলটোৱে সামগ্ৰিকভাৱে শীৰ্ষ পাঁচটা স্থানত স্থান লাভ কৰাত সফল হৈছে। দেশলৈ গৌৰৱ কঢ়িয়াই অনা এইসকল ছাত্ৰ-ছাত্ৰীৰ নাম হ'ল-পুনেৰ আদিত্য ভেংকট গণেশ, পুনেৰ সিদ্ধাৰ্থ চোপ্ৰা, দিল্লীৰ অৰ্জুন গুপ্তা, গ্ৰেটাৰ নয়দাৰ কানৱ তালৱাৰ, মুম্বাইৰ ৰুশিল মাথুৰ আৰু গুৱাহাটীৰ আনন্দ ভাদুৰী।Even small leaders of BJD have now become millionaires: PM Modi in Dhenkanal
May 20th, 10:00 am
The campaigning for the Lok Sabha Elections 2024 as well as the State Assembly Election has gained momentum as Prime Minister Narendra Modi has addressed a mega public meeting in Dhenkanal, Odisha. Addressing the huge gathering, the PM stated, “BJD has given nothing to Odisha. Farmers, youth and Apasis are still struggling for a better life. People who have destroyed Odisha should not be forgiven.”PM Modi addresses mega public rallies in Dhenkanal and Cuttack, Odisha
May 20th, 09:58 am
The campaigning for the Lok Sabha Elections 2024 as well as the State Assembly Election has gained momentum as Prime Minister Narendra Modi has addressed a mega public meeting in Dhenkanal, Odisha. Addressing the huge gathering, the PM stated, “BJD has given nothing to Odisha. Farmers, youth and Apasis are still struggling for a better life. People who have destroyed Odisha should not be forgiven.”Our government truly prioritizes the well-being of the Janjatiyas: PM Modi
February 03rd, 03:30 pm
Prime Minister Narendra Modi launched various infra projects in Sambalpur, Orissa. Referring to the invaluable contributions of Advani Ji, PM Modi said, “The government has decided to honour Advani ji with the Bharat Ratna for his invaluable contributions and service to India.” His personality exemplifies the true philosophy of ‘Nation First’, he said. He added that Advani Ji has guided India against the dynastic politics and towards the politics of development.PM Modi addresses a public meeting in Sambalpur
February 03rd, 03:15 pm
After launching various infra projects in Sambalpur, Odisha PM Modi addressed a dynamic public meeting. “The last 10 years have been dedicated to the development of India and the state of Odisha has been a central focus of the same,” PM Modi said.ওড়িশাৰ সম্বলপুৰত ভিন্ন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 03rd, 02:10 pm
ওড়িশাৰ ৰাজ্যপাল ৰঘুবৰ দাস জী, মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী নবীন পাটনায়ক জী, মোৰ কেবিনেট সতীৰ্থ ধৰ্মেন্দ্ৰ প্ৰধান জী, অশ্বিনী বৈষ্ণৱ জী, বিশ্বেশ্বৰ টুডু জী, মোৰ সংসদীয় সতীৰ্থ নীতেশ গংগা দেৱ জী, আইআইএম-সম্বলপুৰৰ সঞ্চালক অধ্যাপক মহাদেও জয়ছোৱাল, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰ লোক-মহিলাসকল!ওড়িশাৰ সম্বলপুৰত ৬৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
February 03rd, 02:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ সম্বলপুৰত প্ৰাকৃতিক গেছ, কয়লা আৰু বিদ্যুৎ উৎপাদনৰ সৈতে জড়িত শক্তি খণ্ডক উন্নীত কৰাৰ লক্ষ্যৰে পথ, ৰেলৱে আৰু উচ্চ শিক্ষা খণ্ডৰ ৬৮,০০০ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে আইআইএম সম্বলপুৰ মডেল আৰু এখন ফটো প্ৰদৰ্শনী ৰ পৰিদৰ্শন কৰে।৩-৪ ফেব্ৰুৱাৰীত ওড়িশা আৰু অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 02nd, 11:07 am
৩ ফেব্ৰুৱাৰীত দুপৰীয়া প্ৰায় ২:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ সম্বলপুৰত এক ৰাজহুৱা অনুষ্ঠানত অংশ লৈ ৬৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে অসমলৈ যাত্ৰা কৰিব। ৪ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত ৰাজহুৱা কাৰ্যসূচীত অংশ লৈ ১১,০০০ কোটিতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।ছট্টিশগড়ৰ বিলাসপুৰ ডিভিজন, ৰায়পুৰ ডিভিজন, চম্বলপুৰ ডিভিজন, নাগপুৰ ডিভিজন আৰু ভলটেয়াৰ ডিভিজনত ৰে’লৱেৰ ১০০% বৈদ্যুতিকৰণৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
March 25th, 11:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছট্টিশগড়ৰ বিলাসপুৰ ডিভিজন, ৰায়পুৰ ডিভিজন, চম্বলপুৰ ডিভিজন, নাগপুৰ ডিভিজন আৰু ভলটেয়াৰ ডিভিজনত ৰে'লৱেৰ ১০০% বৈদ্যুতিকৰণৰ প্ৰশংসা কৰে।ওড়িশাৰ ছম্বলপুৰস্থিত আইআইএমৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী সংস্কৰণৰ লিখিত ৰূপ
January 02nd, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে আইআইএম চম্বলপুৰৰ স্থায়ী চৌহদৰ শিলান্যাস মুকলি কৰে। অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাঙ্ক’, শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী প্ৰতাপ চন্দ্ৰ ছাৰেঙ্গিও উপস্থিত আছিল।আইআইএম চম্বলপুৰৰ স্থায়ী চৌহদৰ আধাৰশিলা মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়
January 02nd, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে আইআইএম চম্বলপুৰৰ স্থায়ী চৌহদৰ শিলান্যাস মুকলি কৰে। অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাঙ্ক’, শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী প্ৰতাপ চন্দ্ৰ ছাৰেঙ্গিও উপস্থিত আছিল।২ জানুৱাৰীত আইআইএম সম্বলপুৰৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়
December 31st, 07:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ জানুৱাৰী, ২০২১ৰ পুৱা ১১বজাত আইআইএম সম্বলপুৰৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰিব৷NaMo in Odisha: Splendid moments from Shri Modi's speech at Vijay Sankalp Samabesh Rally in Sambalpur, Odisha
March 19th, 04:01 pm
NaMo in Odisha: Splendid moments from Shri Modi's speech at Vijay Sankalp Samabesh Rally in Sambalpur, Odisha