We have begun a new journey of Amrit Kaal with firm resolve of Viksit Bharat: PM Modi

December 09th, 01:30 pm

PM Modi addressed the event at Ramakrishna Math in Gujarat via video conferencing. Remarking that the the potential of a fruit from a tree is identified by its seed, the Prime Minister said Ramakrishna Math was such a tree, whose seed contains the infinite energy of a great ascetic like Swami Vivekananda. He added that this was the reason behind its continuous expansion and the impact it has on humanity was infinite and limitless.

গুজৰাটত ৰামকৃষ্ণ মঠে আয়োজন কৰা কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

December 09th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰামকৃষ্ণ মঠত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক অনুষ্ঠানত ভাষণ দিয়ে। ভাষণত শ্ৰীযুত মোদীয়ে ভাৰত আৰু বিদেশৰ পৰা অহা ৰামকৃষ্ণ মঠ আৰু মিছনৰ শ্ৰদ্ধাৰ সন্ত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ পেটেল আৰু অন্যান্য বিশিষ্ট অতিথিসকলক সন্মানীয় শ্ৰীমৎ স্বামী গৌতমানন্দ জী মহাৰাজক শুভেচ্ছা জ্ঞাপন কৰে। লগতে দেৱী শাৰদা, গুৰুদেৱ ৰামকৃষ্ণ পৰমহন, স্বামী বিবেকানন্দক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ উপৰিও তেওঁ শ্ৰীমত স্বামী প্ৰেমানন্দ মহাৰাজৰ জন্ম জয়ন্তী উদযাপনৰ বাবে আয়োজন কৰা এই অনুষ্ঠানৰ ওপৰত আলোকপাত কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনায়।

We are working fast in every sector for the development of Odisha: PM Modi at Odisha Parba 2024

November 24th, 08:48 pm

PM Modi addressed Odisha Parba 2024, celebrating Odisha's rich cultural heritage. He paid tribute to Swabhaba Kabi Gangadhar Meher on his centenary, along with saints like Dasia Bauri, Salabega, and Jagannath Das. Highlighting Odisha's role in preserving India's cultural persity, he shared the inspiring tale of Lord Jagannath leading a battle and emphasized faith, unity, and pine guidance in every endeavor.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'ওড়িশা পৰ্ব-২০২৪' উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে

November 24th, 08:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ‘ওড়িশা পৰ্ব-২০২৪’ উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ওড়িশাৰ সকলো ভাই-ভনীক সম্ভাষণ জনায়। তেখেতে এই বছৰ স্বভাৱ কবি গংগাধৰ মেহেৰৰ মৃত্যু শতবাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায়। এই উপলক্ষে তেওঁ ভক্ত দাশীয়া ভৌৰী, ভক্ত চালাবেগা আৰু ওড়িয়া ভাগৱতৰ জনক শ্ৰী জগন্নাথ দাসলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

PM Modi meets Saints from the Banjara community in Washim

October 05th, 05:47 pm

The Prime Minister Shri Narendra Modi today met the respected Saints from the Banjara community in Washim. He appreciated their efforts to serve the society.

উত্তৰ প্ৰদেশৰ সম্ভলত শ্ৰী কল্কি ধামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 19th, 11:00 am

মই সকলো সাধুক তেওঁলোকৰ স্থান গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। উত্তৰ প্ৰদেশৰ উদ্যমী মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথজী, পূজনীয় শ্ৰী অৱধেশানন্দ গিৰিজী, কল্কি ধামৰ মুৰব্বী আচাৰ্য প্ৰমোদ কৃষ্ণমজী, পূজনীয় স্বামী কৈলাশানন্দ ব্ৰহ্মচাৰীজী, পূজনীয় সদগুৰু শ্ৰী ৰিতেশ্বৰজী, ভাৰতৰ বিভিন্ন কোণৰ পৰা অহা বৃহৎ সংখ্যক সাধু আৰু মোৰ মৰমৰ ভক্ত ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ সম্ভলত শ্ৰী কল্কি ধাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰে

February 19th, 10:49 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ সম্ভল জিলাত শ্ৰী কল্কি ধাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰী কল্কি ধাম মন্দিৰৰ আৰ্হিও মুকলি কৰে। শ্ৰী কল্কি ধাম নিৰ্মাণ ট্ৰাষ্টেএই শ্ৰী কল্কি ধাম নিৰ্মাণ কৰিব,ইয়াৰ অধ্যক্ষ হৈছে আচাৰ্য্য প্ৰমোদ কৃষ্ণম। এই কাৰ্য্যসূচীত বহু সাধু, ধৰ্মগুৰু আৰু আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

Stamp more than paper or artwork, says PM Modi on release of stamp on Shree Ram Mandir

January 18th, 02:10 pm

Prime Minister Narendra Modi released six special commemorative postage stamps dedicated to the Shri Ram Janmabhoomi temple along with an album carrying similar stamps related to Lord Ram issued earlier in different countries of the world. He congratulated all the devotees of Lord Ram in Bharat and abroad on the occasion. The Prime Minister said, We all know that these stamps are pasted on envelopes to send letters or important documents. These tickets are not just pieces of paper, but the smallest form of history books, artifacts, and historical sites.

শ্ৰী ৰাম জন্মভূমি মন্দিৰলৈ উৎসৰ্গিত ছয়টা স্মাৰক ডাক টিকট মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে

January 18th, 02:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী ৰাম জন্মভূমি মন্দিৰলৈ উৎসৰ্গিত ছয়টা বিশেষ স্মাৰক ডাক টিকট মুকলি কৰাৰ লগতে বিশ্বৰ বিভিন্ন দেশত পূৰ্বতে জাৰি কৰা ভগৱান ৰাম সম্পৰ্কীয় একে ধৰণৰ ডাক টিকটৰ এটা এলবামও মুকলি কৰে। তেওঁ এই উপলক্ষে ভাৰত আৰু বিদেশত থকা ভগৱান ৰামৰ সকলো ভক্তক অভিনন্দন জনায়।

মাইলাপৰাত শ্ৰী ৰামকৃষ্ণ মঠৰ ১২৫সংখ্যক জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 08th, 04:47 pm

শ্ৰী ৰামকৃষ্ণ পৰমহংস, মাতা শ্ৰী শাৰদা দেৱী আৰু স্বামী বিবেকানন্দৰ প্ৰতি মোৰ প্ৰণাম জনালো,

প্ৰধানমন্ত্ৰীয়ে শ্ৰী ৰামকৃষ্ণ মঠৰ ১২৫ তম বাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰে

April 08th, 04:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ চেন্নাইৰ বিবেকানন্দ হাউচত শ্ৰী ৰামকৃষ্ণ মঠৰ ১২৫ সংখ্যক বাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰে। অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে পুষ্পাঞ্জলি জ্ঞাপন কৰে আৰু স্বামী বিবেকানন্দৰ কোঠাত পূজা আৰু ধ্যান কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে পৱিত্ৰ ত্ৰিমূৰ্তিৰ ওপৰত এখন কিতাপো মুকলি কৰে।

Pramukh Swami Maharaj Ji believed in 'Dev Bhakti' and 'Desh Bhakti': PM Modi

December 14th, 05:45 pm

PM Modi addressed the inaugural function of Pramukh Swami Maharaj Shatabdi Mahotsav in Ahmedabad. “HH Pramukh Swami Maharaj Ji was a reformist. He was special because he saw good in every person and encouraged them to focus on these strengths. He helped every inpidual who came in contact with him. I can never forget his efforts during the Machchhu dam disaster in Morbi”, the Prime Minister said.

PM addresses inaugural function of Pramukh Swami Maharaj Shatabdi Mahotsav

December 14th, 05:30 pm

PM Modi addressed the inaugural function of Pramukh Swami Maharaj Shatabdi Mahotsav in Ahmedabad. “HH Pramukh Swami Maharaj Ji was a reformist. He was special because he saw good in every person and encouraged them to focus on these strengths. He helped every inpidual who came in contact with him. I can never forget his efforts during the Machchhu dam disaster in Morbi”, the Prime Minister said.

Kindness, compassion and service of Sant Tukaram Ji is evident in the form of his 'abhangas': PM Modi

June 14th, 01:46 pm

PM Modi inaugurated Jagatguru Shrisant Tukaram Maharaj Temple in Dehu, Pune. The Prime Minister remarked that India is eternal because India is the land of saints. In every era, some great soul has been descending to give direction to our country and society.

PM Modi inaugurates Jagatguru Shrisant Tukaram Maharaj Temple in Dehu, Pune

June 14th, 12:45 pm

PM Modi inaugurated Jagatguru Shrisant Tukaram Maharaj Temple in Dehu, Pune. The Prime Minister remarked that India is eternal because India is the land of saints. In every era, some great soul has been descending to give direction to our country and society.

Real self-realization is possible only in the absence of any kind of addiction: PM Modi

March 27th, 02:31 pm

PM Modi addressed the Ahimsa Yatra Sampannata Samaroh Karyakram of Shwetambar Terapanth. The PM recalled the thousands years old tradition of Indian saints that emphasizes constant movement. He complimented Acharya Mahashraman ji for completing 18 thousand kilometre ‘padyatra’ in three countries.

‘অহিংসা যাত্ৰা সম্পন্নতা সমাৰোহ কাৰ্যক্ৰম’ত প্ৰধানমন্ত্ৰীৰ ভাষণ’

March 27th, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে প্ৰেৰণ কৰা এটি বাৰ্তাৰ জৰিয়তে ‘শ্বেতাম্বৰ তেৰাপন্থ’ৰ ‘অহিংসা যাত্ৰা সম্পন্নতা সমাৰোহ কাৰ্যক্ৰম’ত ভাষণ প্ৰদান কৰে।

কচ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ উপলক্ষে এখনি আলোচনা-চক্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 08th, 06:03 pm

মই আপোনালোকৰ লগতে দেশৰ সকলো মহিলাক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বহুত বহুত শুভকামনা জনাইছো৷ এই উপলক্ষে আপোনালোকৰ মহিলা সতী আৰু সাধীসকলৰ এই অভিনৱ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷ মই আপোনালোক সকলোকে অভিনন্দন জনাইছো৷

কচ্ছত আন্তৰ্জাতিক নাৰী দিৱসৰ আলোচনা চক্ৰ সম্বোধন প্ৰধানমন্ত্ৰীৰ

March 08th, 06:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কচ্ছত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ এখনি আলোচনা চক্ৰ সম্বোধন কৰে।

Congress is not even ready to consider India a nation: PM Modi

February 12th, 01:31 pm

Continuing his election campaigning spree, PM Modi addressed an election rally in Uttarakhand’s Rudrapur. Praising the people of the state, PM Modi reiterated, “Uttarakhand has achieved 100% single dose vaccination in record time. I congratulate the people here for this awareness and loyalty. I congratulate your young Chief Minister Dhami ji. Your CM’s work has shut the mouth of such people who used to say that vaccine cannot reach in hilly areas.”