প্ৰধানমন্ত্ৰীয়ে ২৪ ফেব্ৰুৱাৰীত সমবায় খণ্ডৰ বাবে কেইবাটাও বৃহৎ পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

February 22nd, 04:42 pm

দেশৰ সমবায় খণ্ডক শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সমবায় খণ্ডৰ বাবে কেইবাটাও বৃহৎ পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।