মেৰিটাইম ইণ্ডিয়া সন্মিলন, ২০২১ৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

March 02nd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২১’ উদ্বোধন কৰে। এই কাৰ্যসূচীত ডেনমাৰ্কৰ পৰিবহণ মন্ত্ৰী শ্ৰীযুত বেনি এনলেব্রেক্ট, গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী মনসুখ মান্দাবিয়া উপস্থিত থাকে।

মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২১ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

March 02nd, 10:59 am