এক সম্প্ৰসাৰিত কৌশলগত অংশীদাৰিত্বৰ বাবে ভাৰত-মৰিচাছৰ যুটীয়া দৃষ্টিভংগী

এক সম্প্ৰসাৰিত কৌশলগত অংশীদাৰিত্বৰ বাবে ভাৰত-মৰিচাছৰ যুটীয়া দৃষ্টিভংগী

March 12th, 02:13 pm

২০২৫ চনৰ ১১ ৰ পৰা ১২ মাৰ্চলৈ কৰা মৰিচাছৰ চৰকাৰী ভ্ৰমণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ মহামান্য প্ৰধানমন্ত্ৰী ড০ নৱীনচন্দ্ৰ ৰামগুলাম, জিচিএছকে, এফআৰচিপি মৰিচাছ আৰু ভাৰতৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয় সন্দৰ্ভত ব্যাপক আৰু ফলপ্ৰসূ আলোচনাত মিলিত হয়।

ভাৰত মৰিচাছৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

ভাৰত মৰিচাছৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

March 12th, 12:30 pm

১৪০ কোটি ভাৰতীয়ৰ হৈ মৰিচাছৰ জনসাধাৰণক তেওঁলোকৰ ৰাষ্ট্ৰীয় দিৱসত আন্তৰিক শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰীয় দিৱসৰ বাবে পুনৰ মৰিচাছ ভ্ৰমণ কৰাটো মোৰ বাবে এক বৃহৎ সন্মানৰ বিষয়। এই সৌভাগ্যৰ বাবে প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলম জী আৰু মৰিচাছ চৰকাৰলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা ভোজমেলত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ

মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা ভোজমেলত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 06:15 am

প্ৰথম আৰু প্ৰধানকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আৱেগিক আৰু প্ৰেৰণাদায়ক চিন্তাধাৰাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই বিশাল আদৰণি আৰু আতিথ্যৰ বাবে মই প্ৰধানমন্ত্ৰী, মৰিচাছ চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ৷ এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ বাবে মৰিচাছ ভ্ৰমণ সদায় অতি বিশেষ। ই কেৱল কূটনৈতিক ভ্ৰমণ নহয়, পৰিয়ালক লগ পোৱাৰ সুযোগ৷ মৰিচাছৰ ভূমিত ভৰি দিয়াৰ পৰাই এই আত্মীয়তা অনুভৱ কৰিলো। সকলোতে নিজৰ বুলি ভবাৰ ভাৱ। প্ৰট’কলৰ কোনো বাধা নাই। মৰিচাছ ৰাষ্ট্ৰীয় দিৱসৰ মুখ্য অতিথি হিচাপে পুনৰবাৰ আমন্ত্ৰণ পোৱাটো মোৰ বাবে এক সৌভাগ্যৰ কথা৷ এই উপলক্ষে ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 06:07 am

১০ বছৰ আগতে যেতিয়া মই এই তাৰিখত মৰিচাছলৈ আহিছিলো তেতিয়া মোৰ আগমনৰ মাত্ৰ এসপ্তাহ আগতে আমি হোলী উদযাপন কৰিছিলো। ভাৰতৰ পৰা ফাকুৱাৰ আবেগ মোৰ লগত লৈ আহিছিলো। এইবাৰ মই মৰিচাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। আমি তাত এদিন পাছত হোলী উদযাপন কৰিম। ১৪ তাৰিখে সকলো ৰঙীন হৈ পৰিব।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 11th, 07:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।

মৰিচাছ ভ্ৰমণলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

March 10th, 06:18 pm

মোৰ বন্ধু প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগুলামৰ আমন্ত্ৰণ ক্ৰমে মৰিচাছৰ ৫৭সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ মই দুদিনীয়া কাৰ্যসূচীৰে মৰিচাছ ভ্ৰমণলৈ যাম।

২০২৫ চনৰ ১১-১২ মাৰ্চলৈ মৰিচাছ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

March 07th, 06:17 pm

প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগুলামৰ আমন্ত্ৰণত ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ ১১-১২ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে মৰিচাছ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ একাংশ শীৰ্ষ নেতাক সাক্ষাৎ, ভাৰতীয় বংশোদ্ভৱৰ সৈতে মিলিত হোৱাৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। এই ভ্ৰমণে ভাৰত-মৰিচাছৰ শক্তিশালী অংশীদাৰিত্বক পুনৰ দৃঢ় কৰে, যিটো মিলিত ইতিহাস আৰু অগ্ৰগতিৰ মাজত শিপাই আছে।

আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰৰ কমিচনিং অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 15th, 11:08 am

১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয়। মই দেশখনক ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰতিগৰাকী বীৰ জোৱানক প্ৰণাম জনাইছোঁ, ভাৰত মাতাক ৰক্ষাৰ কামত নিয়োজিত প্ৰতিগৰাকী বীৰ পুৰুষ-মহিলাক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰন্টলাইন নেভেলকম্বাটেন্টআইএনএছচুৰাট, আইএনএছনীলগিৰিআৰুআইএনএছবঘশ্বীৰৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

January 15th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ নেভেল ডকয়াৰ্ডত তিনি ফ্ৰন্টলাইন নেভেলকম্বাটেন্ট আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে ১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয় আৰু ৰাষ্ট্ৰৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী সাহসী যোদ্ধালৈ প্ৰণাম জনোৱা হয়। এই উপলক্ষে তেখেতে সকলো বীৰ যোদ্ধাকে অভিনন্দন জ্ঞাপন কৰে।

India - Sri Lanka Joint Statement: Fostering Partnerships for a Shared Future

December 16th, 03:26 pm

Prime Minister of India His Excellency Shri Narendra Modi and President of Sri Lanka His Excellency Anura Kumara Dissanayake had comprehensive and fruitful discussions at their meeting in New Delhi on 16 December 2024, during the latter’s State Visit to the Republic of India.

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত অনুৰা কুমাৰা দিশানায়কেক প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন

September 23rd, 12:11 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা অনুৰা কুমাৰা দিশানায়কেক অভিনন্দন জ্ঞাপন কৰে। শ্ৰীমোদীয়ে দুয়ো দেশৰ মাজৰ বহুমুখী সহযোগিতাক অধিক শক্তিশালী কৰাৰ বাবে শ্ৰীলংকাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ আশা ব্যক্ত কৰে।

মধ্যপ্ৰদেশৰ সাগৰত জিলাত দেৱাল ভাঙি হোৱা শোকাবহ মৃত্যুৰ ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীৰ, এককালীন সাহায্য ঘোষণা

August 04th, 06:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ সাগৰ জিলাত সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাত শোক প্ৰকাশ কৰে, য’ত এখন দেৱাল ভাঙি প্ৰায় ৯টা শিশুৰ মৃত্যু হয়।

Congress wants to snatch your property and impose inheritance tax: PM Modi in Sagar

April 24th, 03:00 pm

Prime Minister Narendra Modi addressed a massive public gathering today in Sagar, Madhya Pradesh, reaffirming the strong support of the people for the BJP government and emphasizing the importance of stable governance for development.

PM Modi addresses public meetings in Sagar and Betul, Madhya Pradesh

April 24th, 02:50 pm

Prime Minister Narendra Modi addressed massive public gatherings in Madhya Pradesh’s Sagar and Betul, reaffirming the strong support of the people for the BJP government and emphasizing the importance of stable governance for development.

মধ্যপ্ৰদেশৰ বীনাত উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 14th, 12:15 pm

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ভাই শিৱৰাজ জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ হৰদীপ সিং পুৰী, মধ্যপ্ৰদেশৰ, সাংসদ, মন্ত্ৰী, বিধায়কসকলৰ লগতে মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,

মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে

September 14th, 11:38 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটি টকাতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ বিনা শোধনাগাৰত থকা পেট্ৰ’কেমিকেল কমপ্লেক্স প্ৰায় ৪৯ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব; নৰ্মদাপুৰম জিলাৰ এটা শক্তি আৰু নবীকৰণযোগ্য শক্তি উৎপাদন মণ্ডল; ইন্দোৰত দুখন আই টি পাৰ্ক; ৰাটলামত এখন মেগা ঔদ্যোগিক উদ্যান; আৰু সমগ্ৰ মধ্যপ্ৰদেশত ছটা নতুন ঔদ্যোগিক অঞ্চল।

Prime Minister Narendra Modi to Visit Gujarat

October 18th, 11:25 am

Prime Minister Narendra Modi will visit Gujarat on 19-20 October and dedicate and lay the foundation stone of projects worth around Rs 15,670 crore. He will inaugurate the DefExpo22 in Gandhinagar, launch the Mission Schools of Excellence at Adalaj, inaugurate India Urban Housing Conclave 2022 at Rajkot. The PM will also launch Mission LiFE from Kevadia and later take part in an event at Vyara.

শ্ৰীলংকাৰ বিত্ত মন্ত্ৰী বাচিল ৰাজপাক্ষেৰ সাক্ষাৎ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক

March 16th, 07:04 pm

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়- ১৬ মাৰ্চ, ২০২২ ভাৰতভ্ৰমণৰ সময়ত শ্ৰীলংকাৰ বিত্ত মন্ত্ৰী বাচিল ৰাজপাক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ যুগনাথে যুটীয়াভাৱে মৰিচাছত সামাজিক আৱাস গোট প্ৰকল্প উদ্বোধন কৰে আৰু ভাৰ্চুৱেল পদ্ধতিত অসামৰিক সেৱা মহাবিদ্যালয় আৰু ৮ মেগাৱাট সৌৰ পিভি ফাৰ্ম প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

January 20th, 06:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবীন্দ কুমাৰ যুগনাথে আজি মৰিচাছত যুটীয়াভাৱে সামাজিক আৱাস গোট প্ৰকল্পৰ শুভাৰম্ভ কৰে। ভাৰত আৰু মৰিচাছৰ মাজত প্ৰাণৱন্ত উন্নয়নমূলক অংশীদাৰিত্বৰ অংশ হিচাপে এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল পদ্ধতিত ভাৰতৰ উন্নয়ন সহযোগিতাৰ অংশ হিচাপে অত্যাধুনিক অসামৰিক সেৱা মহাবিদ্যালয় নিৰ্মাণ আৰু ৮ মেগাৱাটৰ সৌৰ পিভি ফাৰ্মৰ আন দুটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰে। অনুষ্ঠানটো ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত হৈছিল। মৰিচাছৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় প্ৰাংগণত কেবিনেট মন্ত্ৰী আৰু মৰিচাছ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসহ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠানটো অনুষ্ঠিত হৈছিল।

মৰিছাছত যৌথভাৱে বিভিন্ন উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু সূচনা অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভাষণ

January 20th, 04:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবীন্দ কুমাৰ যুগনাথে আজি মৰিচাছত যুটীয়াভাৱে সামাজিক আৱাস গোট প্ৰকল্পৰ শুভাৰম্ভ কৰে। ভাৰত আৰু মৰিচাছৰ মাজত প্ৰাণৱন্ত উন্নয়নমূলক অংশীদাৰিত্বৰ অংশ হিচাপে এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল পদ্ধতিত ভাৰতৰ উন্নয়ন সহযোগিতাৰ অংশ হিচাপে অত্যাধুনিক অসামৰিক সেৱা মহাবিদ্যালয় নিৰ্মাণ আৰু ৮ মেগাৱাটৰ সৌৰ পিভি ফাৰ্মৰ আন দুটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰে। অনুষ্ঠানটো ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত হৈছিল। মৰিচাছৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় প্ৰাংগণত কেবিনেট মন্ত্ৰী আৰু মৰিচাছ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসহ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠানটো অনুষ্ঠিত হৈছিল।