India - Sri Lanka Joint Statement: Fostering Partnerships for a Shared Future

December 16th, 03:26 pm

Prime Minister of India His Excellency Shri Narendra Modi and President of Sri Lanka His Excellency Anura Kumara Dissanayake had comprehensive and fruitful discussions at their meeting in New Delhi on 16 December 2024, during the latter’s State Visit to the Republic of India.

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত অনুৰা কুমাৰা দিশানায়কেক প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন

September 23rd, 12:11 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা অনুৰা কুমাৰা দিশানায়কেক অভিনন্দন জ্ঞাপন কৰে। শ্ৰীমোদীয়ে দুয়ো দেশৰ মাজৰ বহুমুখী সহযোগিতাক অধিক শক্তিশালী কৰাৰ বাবে শ্ৰীলংকাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ আশা ব্যক্ত কৰে।

মধ্যপ্ৰদেশৰ সাগৰত জিলাত দেৱাল ভাঙি হোৱা শোকাবহ মৃত্যুৰ ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীৰ, এককালীন সাহায্য ঘোষণা

August 04th, 06:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ সাগৰ জিলাত সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাত শোক প্ৰকাশ কৰে, য’ত এখন দেৱাল ভাঙি প্ৰায় ৯টা শিশুৰ মৃত্যু হয়।

Congress wants to snatch your property and impose inheritance tax: PM Modi in Sagar

April 24th, 03:00 pm

Prime Minister Narendra Modi addressed a massive public gathering today in Sagar, Madhya Pradesh, reaffirming the strong support of the people for the BJP government and emphasizing the importance of stable governance for development.

PM Modi addresses public meetings in Sagar and Betul, Madhya Pradesh

April 24th, 02:50 pm

Prime Minister Narendra Modi addressed massive public gatherings in Madhya Pradesh’s Sagar and Betul, reaffirming the strong support of the people for the BJP government and emphasizing the importance of stable governance for development.

মধ্যপ্ৰদেশৰ বীনাত উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 14th, 12:15 pm

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ভাই শিৱৰাজ জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ হৰদীপ সিং পুৰী, মধ্যপ্ৰদেশৰ, সাংসদ, মন্ত্ৰী, বিধায়কসকলৰ লগতে মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,

মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে

September 14th, 11:38 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটি টকাতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ বিনা শোধনাগাৰত থকা পেট্ৰ’কেমিকেল কমপ্লেক্স প্ৰায় ৪৯ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব; নৰ্মদাপুৰম জিলাৰ এটা শক্তি আৰু নবীকৰণযোগ্য শক্তি উৎপাদন মণ্ডল; ইন্দোৰত দুখন আই টি পাৰ্ক; ৰাটলামত এখন মেগা ঔদ্যোগিক উদ্যান; আৰু সমগ্ৰ মধ্যপ্ৰদেশত ছটা নতুন ঔদ্যোগিক অঞ্চল।

Prime Minister Narendra Modi to Visit Gujarat

October 18th, 11:25 am

Prime Minister Narendra Modi will visit Gujarat on 19-20 October and dedicate and lay the foundation stone of projects worth around Rs 15,670 crore. He will inaugurate the DefExpo22 in Gandhinagar, launch the Mission Schools of Excellence at Adalaj, inaugurate India Urban Housing Conclave 2022 at Rajkot. The PM will also launch Mission LiFE from Kevadia and later take part in an event at Vyara.

শ্ৰীলংকাৰ বিত্ত মন্ত্ৰী বাচিল ৰাজপাক্ষেৰ সাক্ষাৎ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক

March 16th, 07:04 pm

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়- ১৬ মাৰ্চ, ২০২২ ভাৰতভ্ৰমণৰ সময়ত শ্ৰীলংকাৰ বিত্ত মন্ত্ৰী বাচিল ৰাজপাক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ যুগনাথে যুটীয়াভাৱে মৰিচাছত সামাজিক আৱাস গোট প্ৰকল্প উদ্বোধন কৰে আৰু ভাৰ্চুৱেল পদ্ধতিত অসামৰিক সেৱা মহাবিদ্যালয় আৰু ৮ মেগাৱাট সৌৰ পিভি ফাৰ্ম প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

January 20th, 06:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবীন্দ কুমাৰ যুগনাথে আজি মৰিচাছত যুটীয়াভাৱে সামাজিক আৱাস গোট প্ৰকল্পৰ শুভাৰম্ভ কৰে। ভাৰত আৰু মৰিচাছৰ মাজত প্ৰাণৱন্ত উন্নয়নমূলক অংশীদাৰিত্বৰ অংশ হিচাপে এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল পদ্ধতিত ভাৰতৰ উন্নয়ন সহযোগিতাৰ অংশ হিচাপে অত্যাধুনিক অসামৰিক সেৱা মহাবিদ্যালয় নিৰ্মাণ আৰু ৮ মেগাৱাটৰ সৌৰ পিভি ফাৰ্মৰ আন দুটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰে। অনুষ্ঠানটো ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত হৈছিল। মৰিচাছৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় প্ৰাংগণত কেবিনেট মন্ত্ৰী আৰু মৰিচাছ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসহ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠানটো অনুষ্ঠিত হৈছিল।

মৰিছাছত যৌথভাৱে বিভিন্ন উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু সূচনা অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভাষণ

January 20th, 04:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবীন্দ কুমাৰ যুগনাথে আজি মৰিচাছত যুটীয়াভাৱে সামাজিক আৱাস গোট প্ৰকল্পৰ শুভাৰম্ভ কৰে। ভাৰত আৰু মৰিচাছৰ মাজত প্ৰাণৱন্ত উন্নয়নমূলক অংশীদাৰিত্বৰ অংশ হিচাপে এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল পদ্ধতিত ভাৰতৰ উন্নয়ন সহযোগিতাৰ অংশ হিচাপে অত্যাধুনিক অসামৰিক সেৱা মহাবিদ্যালয় নিৰ্মাণ আৰু ৮ মেগাৱাটৰ সৌৰ পিভি ফাৰ্মৰ আন দুটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰে। অনুষ্ঠানটো ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত হৈছিল। মৰিচাছৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় প্ৰাংগণত কেবিনেট মন্ত্ৰী আৰু মৰিচাছ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসহ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠানটো অনুষ্ঠিত হৈছিল।

ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত 'আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা বৃদ্ধি সন্দৰ্ভত মুকলি আলোচনাঃ সামুদ্ৰিক সুৰক্ষা' বিষয়ৰ ওপৰত প্ৰধানমন্ত্ৰীৰ মন্তব্য

August 09th, 05:41 pm

Maritime Securityৰ ওপৰত এই বিশেষ আলোচনাত সংযুক্ত কৰা বাবে আপোনালোক সকলোকে ধন্যবাদ। মই Secretary Generalৰ সকাৰাত্মক বাৰ্তা আৰু U.N.O.D.C.ৰ Executive Directorৰ দ্বাৰা briefingৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো। Democratic Republic of Congoৰ ৰাষ্ট্ৰপতিয়ে के African Unionৰ অধ্যক্ষ হিচাপে নিজৰ বাৰ্তা দিলে। মই বিশেষভাৱে তেওঁৰ ওচৰত কৃতজ্ঞ। মই ৰুছৰ ৰাষ্ট্ৰপতি, কেনিয়াৰ ৰাষ্ট্ৰপতি আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ বাবেও হৃদয়ৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো।

"সামুদ্ৰিক সুৰক্ষাৰ প্ৰচাৰ: আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজনীয়তা" শীৰ্ষক বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (ইউএনএছচি) উচ্চ পৰ্যায়ৰ মুকলি বিতৰ্কৰ সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰীয়ে

August 08th, 05:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ আগষ্টৰ সন্ধিয়া ৫.৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সামুদ্ৰিক সুৰক্ষাৰ প্ৰচাৰ: আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজনীয়তা শীৰ্ষক বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (ইউএনএছচি) এক উচ্চ পৰ্যায়ৰ মুকলি বিতৰ্কৰ সভাপতিত্ব কৰিব।

সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ নিৰ্বাচিত অধ্যক্ষ আৰু মালদ্বীপৰ বিদেশ মন্ত্ৰী আব্দুল্লা শাহিদে ২৩ জুলাই, ২০২১ত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

July 23rd, 06:37 pm

সংযুক্ত ৰাষ্ট্ৰ মহাসভা (ইউএনজিএ)ৰ ৭৬তম সত্ৰৰ বাবে নিৰ্বাচিত অধ্যক্ষ তথা মালদ্বীপৰ বিদেশ মন্ত্ৰী মাননীয় আব্দুল্লা শাহিদে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

ভাৰত-ছেশ্বেলছৰ উচ্চস্তৰীয় ভাৰ্চুৱেল অনুষ্ঠান (৮ এপ্ৰিল ২০২১)

April 07th, 06:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছেশ্বেলছত ভাৰতীয় প্ৰকল্প মুকলি কৰিবলৈ ৮ এপ্ৰিল ২০২১ তাৰিখে ছেশ্বেলছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ৱাভেল ৰামকালাৱানৰ সৈতে এক উচ্চস্তৰীয় ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷